আশাবাদী সমীকৰণ Poem February 2026
অঞ্জুমণি ভৰালীএখন "নাম্মা য়াত্ৰি" অট'লৈ অপেক্ষাএডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়াএকাপ ফিল্টাৰ কফি.. গৰম...যিমান দূৰলৈ চাব পাৰিগোটেই বাটতো...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
অঞ্জুমণি ভৰালীএখন "নাম্মা য়াত্ৰি" অট'লৈ অপেক্ষাএডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়াএকাপ ফিল্টাৰ কফি.. গৰম...যিমান দূৰলৈ চাব পাৰিগোটেই বাটতো...
ড॰ অসীম চুতীয়া কমলা বৰগোহাঁই আধুনিক অসমীয়া গল্পসাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ৷ তেওঁ সেইসকল লেখকৰ ভিতৰত অন্যতম যিয়ে সমাজৰ বাহ্যিক ঘটনাক...
নৱ ৰাজনশৱটো শুৱাই থৈকিছুপৰ তাতে জিৰালোঁবহু বাটৰুৱা পাৰ হৈ গ’লকাৰোবাৰ লোলুপ চাৱনিকাৰোবাৰ কিৰিলিবুজিলোঁ–মৃত্যুৰ পাছত একো বাকী নাথাকেএন্ধাৰৰ...
মৃদুল শৰ্মাবৰ হেঁপাহৰ ঘৰখন বাসিন্দাসকলৰ ইজন সিজনৰো অতিথিসকলকো আদৰে হাঁহিমুখে যদিও অপেক্ষাত নৰয় কোনো অতিথিৰ বাবে যাৰ বাবে প্ৰত্যেকেই...
ড০ ভাস্কৰ ভূঞা নামনি অসমৰ বিশেষকৈ ধুবুৰী, গোৱালপাৰা আদি জিলাসমূহৰ প্ৰান্তীয় অঞ্চলৰ জন-জীৱনৰ সামাজিক, ভাষিক, সাংস্কৃতিক পটভূমিক কেন্দ্ৰ কৰি...
দাদুল ভূঞা ধৰ্মৰ অঁৰিয়াঅঁৰিত উদং হোৱা সভ্যতাৰ উলম্ব আকূতিত জাহ যাবলৈ ধৰা ঘোঁৰা এটাক সিদিনা মিছাকৈয়ে পিন্ধাইছিল স্বাধীনতাৰ লেকাম অস্তাবল�...
ড° বিৰিঞ্চি কুমাৰ দাস সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী আগশাৰীৰ গল্পকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা গীতালি বৰাৰ শেহতীয়া গল্প সংকলন...
ড০ সঞ্জীৱ বৰুৱা বনচোম অসমৰ পৰিৱেশৰ লগত অভিযোজিত হোৱা স্থানীয় আৰু অৰ্থনৈতিকভাৱে লাভজনক উদ্ভিদৰ এটা প্ৰজাতি যাক ‘অসম চেগুন’ বুলিও কোৱা হয়৷...
গায়ত্ৰী দেৱী বৰঠাকুৰ কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে যে খৰস্ৰোতা নদীবোৰে ক্ৰমাৎ পাহৰি পেলাইছে গতিশীলতাৰ সুপ্ৰাচীন স্বৰলিপি আকাশ ধিয়াই...
ড০ ৰক্তিম ৰঞ্জন শইকীয়া লাচিত বৰফুকন অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ৷ ঐতিহাসিক চৰিত্ৰ হিচাপে লাচিত বৰফুকন যিমান গুৰুত্বপূৰ্ণ, তাতকৈও...
ড° অনিল চন্দ্ৰ বৰা চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। তেওঁলোকে সৃষ্টি কৰা...
ইংৰাজী অনুবাদ : জন হেইজঅসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ (কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী...
নিতুপৰ্ণ ৰাজবংশী ...
অংকুৰণ আৰ্ফ বেদত আছে - “যথা দৃষ্টি তথা সৃষ্টি৷” অৰ্থাৎ আমাৰ দৃষ্টিভংগী বা মন-মগজুৰ চিন্তাধাৰা যেনে হ’ব এই জীৱন আৰু জগতক আমি তেনেদৰেই দেখিম৷...
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কেঅনুবাদ: নিকু দুৱৰা দ্বিতীয়খন চিঠি ভিয়াৰেগ্গ’, পিছাৰ সমীপত, ইটালী ৫ এপ্ৰিল, ১৯০৩ মোক আপুনি ক্ষমা কৰিব, কিয়নো আপুনি...
নীলোৎপল বৰুৱাঅংকন: বৰ্ণিল মহন্ত ছেংগীজ খাঁৰ কুকুৰটোৰ নামো ছেংগীজ খাঁ৷ তেলচিকটি লাগি মসৃণ হৈ যোৱা অলপ বেঁকা লাখুটিডালৰ নামো ছেংগীজ খাঁ৷...
অজয় লিম্বু অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি৷ অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত লিম্বুসকল হৈছে অন্যতম এক জাতি৷ লিম্বুসকলৰ...