৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৩২ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ২ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ২২ ডিচেম্বৰ, ২০২৫

ক’লৈ গ’ল

(পাৰিপাৰ্শ্বিক কবিতা )মানস প্ৰতিম দত্ত কোন ক’লৈ গ’ল মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী পৃথিৱীৰ ভৰিৰ তলত মানুহৰ ছাঁ আছেনে ? চৰাইবোৰ ক’লৈ গ’ল?...

লেখকঃ মানস প্ৰতিম দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ ডিচেম্বৰ, ২০২৫

বাঁহী

গীতিমণি হাতীমূৰীয়া কোনোবা দূৰণিত বাঁহী এটাই সুৰ বিলাইছে এই সন্ধিয়াত বাঁহীটোত কোনেবা আঙুলি বুলাইছে মই নাজানো ! বাঁহীটোৱে কান্দিছে নে বাঁহীৰ...

লেখকঃ গীতিমণি হাতীমূৰীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২০ ডিচেম্বৰ, ২০২৫

পল এলুৱাৰ্দৰ কবিতা

অনুবাদ : প্ৰশান্ত মিশ্ৰ[কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম...

লেখকঃ প্ৰশান্ত মিশ্ৰ সম্পূৰ্ণ পঢ়ক →
গল্প ২০ ডিচেম্বৰ, ২০২৫

প্ৰশান্ত কুমাৰ দাসৰ গল্প

ড॰ অসীম চুতীয়াআধুনিক সাহিত্যত কাহিনী বা নেৰেটিভ নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই নেৰেটিভ হৈছে মানৱ জীৱন, অভিজ্ঞতা, স্মৃতি আৰু...

লেখকঃ ড॰অসীম চুতীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ ডিচেম্বৰ, ২০২৫

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী মন দাপোণত-১৫ (১) টাউনৰ মাটিডোখৰত সৰুকৈ হ’লেও ঘৰ এটা সজাৰ কথাটোত ময়ো জোৰ দিলোঁ ৷ গাঁৱৰ পৰা সদাই বোকা-পানী খচকি ট...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ ডিচেম্বৰ, ২০২৫

শিপা অথ : পোষ্ট মেলন

ভাস্কৰ জে নাথতোমাৰ ফটো এখন দেখিলো আজিসুৰ্যাস্তৰৰ পিনে তুমি প্ৰেমৰ ভংগীমা দেখুৱাইছাদুহাত মেলিমোৰ ল'ৰাহতে মেলনক চাবলৈ উদ্বাউল হৈ...

লেখকঃ ভাস্কৰ জে নাথ সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ নৱেম্বৰ, ২০২৫

বাইফাৰ

নীলোৎপল বৰুৱাবসু বৰুৱাই চক খাব লাগিছিল৷ নিয়ম মাফিক৷ নাখালে৷ অলপো নাখালে৷ সন্মুখৰ মিছিলটো অলপ হতাশ হ’ল৷ মিছিল মানে কি আৰু- দহ পোন্ধৰটা...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ নৱেম্বৰ, ২০২৫

স্মৃতি

অংশুমান বৰাপুৰণা ঘৰটোৰ পানীপোতাৰেঢপলিয়াই ফুৰোঁকাষত পুৰণি সুহৃদ, নিঃসংগতাঅলপ ছাঁ, অলপ পোহৰ;অলপ শেঁতা, আঁচোৰ খোৱা ছবি—চাই থাকোঁতেই বাঁহতলৰ...

লেখকঃ অংশুমান বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ নৱেম্বৰ, ২০২৫

ৰাগি

অৰ্চনা ঠাকুৰীয়া ছাইমদৰ ৰাগিত দুলি আছে সময় বেলকনিত জোনৰ জোনাকী আন্ধাৰ পথৰ ৰঙীন ৰাগিত তই অচিন বাটৰুৱা মিচিকি হাঁহিৰে যাৱগৈনো কেনি! দূৰৈৰ...

লেখকঃ অৰ্চনা ঠাকুৰীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ নৱেম্বৰ, ২০২৫

পানীৰঙৰ ছবি

ময়ূৰী কাকতিঅংকন: বৰ্ণিল মহন্ত ৰঙৰ স্বাভাৱিক নিৰ্ধাৰিত অৰ্থক আওকাণ কৰিও কেতিয়াবা নিজা বাট বুলিব পাৰি৷ ছবিবোৰ কেৱল ৰঙীন সম্ভাৱনাৰ বাবেইনে! নে...

লেখকঃ ময়ূৰী কাকতি সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ নৱেম্বৰ, ২০২৫

নগ্ন প্ৰতিবাদ

দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু স্থিৰ৷...

লেখকঃ দিব্যাশ্ৰী নিয়ৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৩০ নৱেম্বৰ, ২০২৫

বতাহ, পানী, শিল

মূল : অক্টাভিঅ’ পাজ ভাবানুবাদ : যশোৱন্ত নিপুণ পানীয়ে সুৰংগ খান্দে শিলত, বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ, শিলে বতাহক আগচি ধৰে ৷ পানী, বতাহ...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ নৱেম্বৰ, ২০২৫

ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি কেনেদৰে চলাব লাগে ?

ড° বুলজিৎ বুঢ়াগোহাঁই চাকৰি, ইণ্টাৰ্ণশ্বিপ, নামভৰ্তি, বৃত্তি, প্ৰতিযোগিতামূলক পদসমূহৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যায়...

লেখকঃ ড°বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ নৱেম্বৰ, ২০২৫

আকালৰ ভোক ঘনাই কাষচপা

লক্ষী প্ৰসাদ ৰেগন পৰে কথাবোৰ ৰমলিয়াইছে মই বুজাই নাছিলোঁ। মোৰ কথাৰ ইমানকৈ পাগ উঠে বুলি জাৱৰ পুৰি পেটৰ কথা ভাবিছোঁ। কৃষকৰ পুতেক যে মই পথাৰ...

লেখকঃ লক্ষী প্ৰসাদ ৰেগন সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৯ নৱেম্বৰ, ২০২৫

অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতিধাৰা : এক বিশ্লেষণ

অজয় লিম্বু আৰম্ভণি : অৰ্থনৈতিক বৃদ্ধি আৰু বিকাশ অৰ্থবিজ্ঞানত প্ৰায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্ৰায়েই এটা আনটোৰ পৰিপূৰক হিচাপে প্ৰয়োগ...

লেখকঃ অজয় লিম্বু সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ নৱেম্বৰ, ২০২৫

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ, তৃতীয় অধ্যায় পূৰৈৰঙী আঁচ দুডালৰংবোৰ ভালপাওঁ৷ ৰংবোৰ লিৰিকি-বিদাৰি চাওঁ৷ সেইকাৰণেই কিজানি সেই বিশেষ আঁচ দুডাল...

লেখকঃ ৰত্নোত্তমা দাস বিক্ৰম সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ নৱেম্বৰ, ২০২৫

১ আঘোণ ২০২৫

বিকাশ গোহাঁই পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ নোহোৱা...

লেখকঃ বিকাশ গোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ নৱেম্বৰ, ২০২৫

দিশহাৰা

মৃদুল শৰ্মা(উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ)নাহৰৰ তোৰণওপৰত ৰ’দৰ নৈতাৰো ওপৰত স্বৰনক্ষত্ৰপাতৰ ফাঁকে ফাঁকে সৰকি পৰিছেপোহৰৰ ছিটিকণিমায়া মায়াবিনীদিন...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ২৯ নৱেম্বৰ, ২০২৫

ৰাজনীতি, কুটনীতি, প্ৰচাৰ আৰু বজাৰ

ভৌগোলিকভাৱে বিশ্বৰ ডাঙৰ দেশসমূহৰ ভিতৰত ভাৰতো এখন৷ শেহতীয়াকৈ জনসংখ্যাৰ দিশততো ভাৰত সৰ্ববৃহৎ দেশলৈ উত্তীৰ্ণ হৈছে৷ প্ৰাগৈতিসাহিক কালৰেপৰাই এই...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৮ নৱেম্বৰ, ২০২৫

জয়দ্ৰথৰ দৰ্পচূৰ্ণ

(৭) নৱনীতা ভট্টাচাৰ্য্য অজগৰৰ সাধুটো কৈ উঠি মাকে বনীক ক’লে, “সেইবাবে মানুহ কেতিয়াও অহংকাৰী হ’ব নালাগে৷ যিমানেই গুণ-গৰিমা, ধন-সোণ নাথাকক কিয়...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৭ নৱেম্বৰ, ২০২৫

ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা ( সম্পাদকীয় টোকা : ৰেইনাৰ মাৰিয়া ৰিল্কেই জাৰ্মান ভাষাত লিখা প্ৰখ্যাত গ্ৰন্থ Briefe an einen...

লেখকঃ নিকু দুৱৰা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৭ নৱেম্বৰ, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৭

(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰী আকৌ জুবিন গাৰ্গ৷ এইসময়ত ‘অন্যযুগ’ৰ ধাৰাবাহিক লেখাটোত যিসমূহ চিনেমাৰ কথা...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →