৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭৬ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৩ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
মুক্ত বীক্ষণ ৩০ নৱেম্বৰ, ২০২২

গ্ৰন্থ ঋতুৰ চিন্তা

পংকজ প্ৰতিম বৰদলৈ কিতাপে বহু ধুমুহাৰ সম্মুখীন হৈছে। সভ্যতাৰ প্ৰতিটো স্তৰতে কিতাপৰ আছে নিজা ইতিহাস। বহু সময়ত কিতাপে লাভ কৰিছে ইয়াৰ প্ৰাপ্য...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ‍ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ নৱেম্বৰ, ২০২২

অসম সাহিত্য সভাৰ প্ৰথম সভাপতি-পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

(৩) নৱনীতা ভট্টাচাৰ্য্যআজি ভাষণটোৰ তৃতীয় তথা শেষৰ অংশটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ ভাষণটোৰ শেষৰছোৱাত তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ বাবে...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ নৱেম্বৰ, ২০২২

দোৰোণৰ প্ৰতিপাল

নিৰু দত্ত সোণমইনা নিচেই কেঁচুৱা উঠিল তমোময় জ্বৰ, চকু ঢেল খায় নুঘূৰে উশাহ মায়ে খালে থৰমৰ৷ আইতা আছিল তামোল চোবাই ওঁঠত সেলেঙি বোৱাই, থাওকতে...

লেখকঃ নিৰু দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ নৱেম্বৰ, ২০২২

হে’ প্ৰেম মোক স্পৰ্শ কৰাঁ

উদয় কুমাৰ বৰুৱা দেওদুপৰীয়া চেনি‍পুঠি এটাই দলঙৰ তলেৰে বৈ থকা গড়খাৱৈৰ নিৰ্জনতা ভাঙে নাহৰপাতৰ মাজেৰে সৰকি অহা হেলনীয়া বেলিৰ ৰং মোৰ সেমেকা চকু�...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ নৱেম্বৰ, ২০২২

পৰুৱাশিক্ষা

ভাস্কৰ জে নাথ চাৰিবেৰ খহিলেইঘৰ হৈ নাথাকেই কি নতুন কথা! নতুন কথা ক’ব নোৱৰা শোক এটাসদায় লাগি থাকে ৰাতি ৰাতি চকুৰ পতাতক’ৰ জানো সোঁৱৰণিৰ ইমান...

লেখকঃ ভাস্কৰ জে নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ নৱেম্বৰ, ২০২২

ইম’শ্যনেল ভেম্পায়াৰ

জ্যোতিনীলিমা গগৈ ক্ৰমশঃ ছিটিকি পৰা পুৰণি তেজৰ দাগবোৰগছপাতবোৰে লুকুৱাইছিলতেনে সময়তে তেওঁ বাউলি হৈ সোমাইছিল প্ৰাচীন চহৰখনতঅ’ত-ত’ত লাইট হাউছৰ...

লেখকঃ জ্যোতিনীলিমা গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ নৱেম্বৰ, ২০২২

ছায়াকল্প (৫)

আকাশ দীপ্ত ঠাকুৰ (‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক আছিল৷...

লেখকঃ আকাশ দীপ্ত ঠাকুৰ সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩০ নৱেম্বৰ, ২০২২

যি চিনেমা মোৰ নিৰ্মাণ কৰা নহ’ল

সঞ্জীৱ সভাপণ্ডিত কি চিনেমানো, কোন মানুহে কিয় নিৰ্মাণ কৰে তাৰ কিবা সঠিক উত্তৰ আছে বুলি ভাবিবৰ মন নাযায়। বহুতে ব্যৱসায়ৰ বাবে চলচ্ছিত্ৰ...

লেখকঃ সঞ্জীৱ সভাপণ্ডিত সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ নৱেম্বৰ, ২০২২

কীট

গীতিমণি গোস্বামী (বৰঠাকুৰ) গোৰটো তাৰ গাত মৰি যোৱাকৈয়ে সোধাইছিল সি৷ পুৱা দৰ্জা খোলাত দীঘল পৰুৱাৰ সমদল এটা দেখি তাৰ পম খেদি সি তাক ওপৰলৈ...

লেখকঃ গীতিমণি গোস্বামী (বৰঠাকুৰ) সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ নৱেম্বৰ, ২০২২

মিনহঁতৰ দেশ ইন্দোচীনত

তপন কুমাৰ শৰ্মা ‘আপোনাক কি সহায় লাগে?’স্কুটাৰৰ আৰোহীয়ে আথেবেথে সুধিলে। অজান চহৰ, অচিনাকি‍ বাট-পথ, অবুজ ভাষা, অপৰিচিতা নাৰী।... ৫ জুলাই...

লেখকঃ তপন কুমাৰ শৰ্মা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ নৱেম্বৰ, ২০২২

জাতীয় ঐতিহ্যৰ প্ৰসঙ্গত

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ যোগেদি যোৱা কিছু দিনত সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতীয়তাবোধ চৰ্চিত হৈছিল অথবা চৰ্চা কৰাৰ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ নৱেম্বৰ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ -কৌস্তুভমণি শইকীয়া দত্তবিজয়ৰ ইচ্ছাত বলীয়ান হৈ ৰঘুৰ সৈন্যদল আগুৱালেজালুকৰ বনত বাস কৰা সেউজী পাৰ উদ্ভ্ৰান্ত হৈ উৰিলে,মলয় পৰ্বতৰ সেই...

লেখকঃ মূল: মহাকবি কালিদাস সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ নৱেম্বৰ, ২০২২

দৃশ্যান্তৰ

(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব) দাদুল ভূঞাযুদ্ধত উঁৱলি যোৱা চহৰখনলৈযেতিয়া শৰণাৰ্থীসকল উভতি আহিছিলতেওঁলোকে নিজকে চিনি পোৱা...

লেখকঃ দাদুল ভূঞা সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ নৱেম্বৰ, ২০২২

চম্পাৱতীৰ নিশাবোৰ

মুনমী দত্ত হাজৰিকা মেট্ৰিক পৰীক্ষা দি উঠি প্ৰথমবাৰৰ বাবে ‘চাহেবপুৰাৰ বৰষুণ’ পঢ়িছিলোঁ৷ তেতিয়া বৰ্ষাতকৈ বন্যাৰ সিদ্ধান্তটোহে মোৰ শুদ্ধ আৰু...

লেখকঃ মুনমী দত্ত হাজৰিকা সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ নৱেম্বৰ, ২০২২

গোন্ধ

পল্লৱী কৌশিক শৰ্মা উস্, কি যে বিড়ম্বনা! অদ্ভুত, অকটা গোন্ধটোত যেন হলকা-হলকে বমিয়াই দিব নলিনী দত্তই৷ নাসিকা তন্ত্ৰৰে উৰ্ধগামী হোৱা অসহ্যকৰ...

লেখকঃ পল্লৱী কৌশিক শৰ্মা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ নৱেম্বৰ, ২০২২

ঊনৈছ শ এসত্তৰ

মূল বঙালী : উনিশ শ একাত্তৰ ৰচনা : হুমায়ুন আহমেদ অসমীয়া অনুবাদ: উনৈছ শ এসত্তৰ অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মাহুমায়ুন আহমেদ লেখকৰ পৰিয়:-...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ নৱেম্বৰ, ২০২২

নিস্তেজ এটা নীলা বিন্দু

কুশল দত্ত যেতিয়া কোনো এগৰাকী লেখকক তেওঁৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে সন্মানিত কৰা হয় পৰম্পৰা ৰক্ষা কৰি তেতিয়া তেওঁ কিয় লিখে জাতীয় এটা...

লেখকঃ কুশল দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ নৱেম্বৰ, ২০২২

মলেঁয়া

(যোৱা সংখ্যাৰ পাছৰপৰা)দাদুল দেৱকৃষ্ণ বৰুৱা(২) অকলে থকাটো ষ্টেপানৰ অভ্যাসত পৰিণত হৈছিল। অথচ এসময়ত তেওঁৰ ঘৰখন ভৰি আছিল। ঘৰৰ চুকে-কোণে...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ নৱেম্বৰ, ২০২২

মোৰ বুকুত বনফুল আৰু ৰজনীগন্ধা

ৰিপুঞ্জয় বৰুৱা ঋমন কাৰণ এটা থাকে কাৰণ নহ’লে নঘটে একোকে কাৰণৰো থাকে একো একোটা আকৃতি যেনে: তেল কয়লা মাটি জাতি-জনজাতি কাৰণ যিয়েই নহওক যুদ্ধ...

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ নৱেম্বৰ, ২০২২

এমিলি ডিকিনচনৰ কবিতা

এমিলি ডিকিনচনৰ (Emily Dickinson) কবিতাঅনুবাদ : জ্যোতিশিখা দত্তEmily Dickinson(আমেৰিকান সাহিত্যৰ বিখ্যাত কবি এমিলি ডিকিনচনৰ জন্ম হৈছিল ১৮৩০...

লেখকঃ অনুবাদ:জ্যোতিশিখা দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ নৱেম্বৰ, ২০২২

প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থ ‘পৃথিৱীৰ মৰম’

কবিতা ফুকন মানুহ প্ৰাকৃতিক জীৱ। সেয়েহে মানুহ আৰু নৈসৰ্গিক প্ৰকৃতিৰ সম্পৰ্ক অতি নিবিড়৷ ঠিক তেনেদৰে সাহিত্যৰ লগতো প্ৰকৃতিৰ এক ওতঃপ্ৰো�...

লেখকঃ কবিতা ফুকন সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ নৱেম্বৰ, ২০২২

সপোনৰ কথকতা

ববিতা কলিতা ২০৭০ খ্ৰীষ্টাব্দলৈ আপোনাক স্বাগতম!কম্পিউটাৰ স্ক্ৰীনত ভাহি থকা কথাখিনি ধাতৱীয় কণ্ঠ এটাই কৈ উঠিল৷ মই ধন্যবাদসূচক শব্দ এটা কোৱাৰ...

লেখকঃ ববিতা কলিতা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ নৱেম্বৰ, ২০২২

বাৰটা পংক্তি

নৃপেন গোস্বামীজানুৱাৰিন বেলিৰ আকাশসন্মুখত বৰ্ষৰ খতিয়ানচাকনৈয়াত বছৰৰ প্ৰতিটো দিনাংক।ফ্ৰেব্ৰুৱাৰিসৰুঙাৰে সৰকা কথাটিশেহৰ পলতহে অনুমেয়আচলতে...

লেখকঃ নৃপেন গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ নৱেম্বৰ, ২০২২

ৰেডিঅ’ জ’কি (Radio Jockey)

ড° বুলজিৎ বুঢ়াগোহাঁই ৰেডিঅ’ জ’কি বা চমুকৈ আৰ. জে. হ’ল ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →