৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৩ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
গল্প ২৭ নৱেম্বৰ, ২০২৩

কেৰিয়াৰ হিচাপে অভিনয় (Acting)

ড০ বুলজিৎ বুঢ়াগোহাঁই অভিনয়ক বহুতে হ’বী হিচাপে গ্ৰহণ কৰা দেখা যায়। কিন্তু অভিনয়ক কেৰিয়াৰ হিচাপেও ল’ব পাৰি। অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ ডিগ্ৰী...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ নৱেম্বৰ, ২০২৩

খবৰ

উজ্জ্বল স্মৰণ দত্ত চিলনীয়ে থপিওৱাদিখবৰদাতাক খবৰে টানে ।খবৰৰ বাবেই খবৰ বাঢ়েখবৰবোৰ খবৰ থকালৈহে খবৰ ৷চানাচুৰ খবৰতবেমাৰ বাঢ়ে পুৰণি চহৰখনৰ ৷সা�...

লেখকঃ উজ্জ্বল স্মৰণ দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ নৱেম্বৰ, ২০২৩

কাহিনী

বন্দনা কৌশিক বৰদলৈ আমি কথাবোৰ দেখি থাকোঁ সিহঁতক সজাওঁ আৰু নাম দিওঁ কাহিনী এক কাহিনী দুই একোটা সৰল ধাৰণাৰে আমি উপেক্ষা কৰোঁ কাহিনীৰ ভিতৰৰ...

লেখকঃ বন্দনা কৌশিক বৰদলৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ নৱেম্বৰ, ২০২৩

নাকফুলি

কেশৱ চাউ এঢলীয়া পাহাৰটোৰ তলেদি খোজ কাঢ়ি কাঢ়ি তোমালোক গুচি গ’লা গ’লা যে গ’লা - এবাৰ হ’লেও উভতি নাচালা! মই ৰৈ আছিলোঁ কেনেবাকৈ ঘূৰি চালে...

লেখকঃ কেশৱ চাউ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ নৱেম্বৰ, ২০২৩

পাৰাস্তম্ভ ১০°

ৰিপুঞ্জয় বৰুৱা ঋমন পাৰাস্তম্ভ ১০০ বিষে কোঙা বাওঁ খোপনি কুট্কুটনি কামোৰণি ঠাণ্ডাত বেছি আমনি । জীৱ যাবলৈ ধৰা বেচেৰা কোষবোৰে ছটফটাইছে । যিদৰে...

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ নৱেম্বৰ, ২০২৩

উইট্চেছ ল’ভছ (Witches’ Loaves)

মূল: অ’ হেনৰী অনুবাদ: পংকজ কুমাৰ নেওগ মিছ মাৰ্থা মিচামৰ বেকাৰিটো ঘৰৰে এটা চুকত। তিনিটা চিৰি বগাই উঠিলেই বেকাৰীখন আৰু দুৱাৰত ওলমাই থোৱা...

লেখকঃ মূল: মূল: অ’ হেনৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ নৱেম্বৰ, ২০২৩

কেঁকুৰি

অৰ্চনা ঠাকুৰীয়া মানুহৰ তেজৰ ৰং কেনে ? বিহুৱানখনৰ ফুলৰ ৰং যেনে হাঁহিয়ে পোহৰাই নে চাকিয়ে পোহৰাই আমাৰ সময়? উত্তৰটো মোক এতিয়াই লাগে মই...

লেখকঃ অৰ্চনা ঠাকুৰীয়া সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৭ নৱেম্বৰ, ২০২৩

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পাছৰপৰা)(দহ) বগা কুঁৱলিৰ মাজেৰে বগা ধূলিয়ৰি ৰাষ্টাটোৰে পৰুৱাৰ নিচিনা লানি নিছিগা শাৰী পাতি বেপাৰীবোৰ আহে৷ সিহঁতে...

লেখকঃ ৰমানন্দন বৰা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ নৱেম্বৰ, ২০২৩

অন্ন, বস্ত্ৰ, আৰু বাসস্থান

ড° ভাৰত বৰুৱা(৩) বাসস্থান আদিম কালৰে পৰাই মানুহে প্ৰকৃতিৰ বিভিন্ন উৎসৰ পৰা যেনে কাঠ, বাঁহ, শিল, বালি আদিৰ পৰা বাসস্থান বা ঘৰ সাজি লৈ...

লেখকঃ ড° ভাৰত বৰুৱা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৬ নৱেম্বৰ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১৪) এডাল এডাল কুটা— এটি এটি আশা। এবুকু হেঁপাহ, অযুত সপোন। এটা বাহ— এখন ঘৰ। কিমান যে আলফুলকৈ সম্পূৰ্ণ কৰি তোলে বাহ...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ নৱেম্বৰ, ২০২৩

সেই কথা ভাবি কি লাভ

সাগৰ সৌৰভ ইৰাণী কেফেখনত বহি আপোনাৰ সৈতে চাহ খাই আছিলোঁ৷ সেই ঠাইখিনিতে দুদিন আগতেউত্তেজিত জনতাই মানুহজনক কোবাই কোবাই মাৰি পেলালে৷ সেই কথা...

লেখকঃ সাগৰ সৌৰভ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৫ নৱেম্বৰ, ২০২৩

সম্পাদকীয়

সপোনৰ পৃথিৱীখন : কিছু সাময়িক চিন্তাসাধাৰণতে সপোন বুলিলে ইংৰাজী Dream শব্দটোৱে বুজোৱা আমি নিদ্ৰাগ্ৰস্ত হৈ থকা অৱস্থাত আমাৰ অৱচেতন মনত ঘটা...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৫ নৱেম্বৰ, ২০২৩

বৌদ্ধ দৰ্শন– এটি চমু আলোকপাত

শিবাণী ঠাকুৰ (গোস্বামী) বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ৷ তেওঁৰ ল’ৰালিৰ নাম আছিল সিদ্ধাৰ্থ৷ খ্ৰীঃপূৰ্ব ষষ্ঠ শতাব্দীৰ মাজভাগত হিমালয়ৰ...

লেখকঃ শিবাণী ঠাকুৰ (গোস্বামী) সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ নৱেম্বৰ, ২০২৩

গান গোৱা মাছ

প্ৰাঞ্জল হাজৰিকা যুদ্ধৰ শেষত সৰু বৰ যিবোৰ মাছ গৃহহাৰা হৈছিল সিহঁত পুনৰ উভতি আহিছে কিছুমান মাছ ক’লা কিছুমান নীলা কিছুমান দ্বিমাত্ৰিক ৰঙেৰে...

লেখকঃ প্ৰাঞ্জল হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ নৱেম্বৰ, ২০২৩

বেথা

লুইত কিৰণ দাস লেচেৰী ধান ফুটিছে কঁঠালপতীয়া চকৰিত যেন ব্ৰহ্মাণ্ড ঘূৰিছে মাঘৰ মেজিত যিদিনা আমি জহিছিলোঁ মাছ পোৰা গোন্ধাইছিল চুবুৰী নীড়হীন...

লেখকঃ লুইত কিৰণ দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ নৱেম্বৰ, ২০২৩

অনুবাদ কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্তমই নাজানো কিয়মূল : মৰিছ্ ৰজেনফিল্ড,পোলেণ্ডচকু দুটা মেলি আকাশৰ বিপৰীত দিশে চালোঁউচুপি আছে ডাৱৰবোৰে সেয়েহে ময়ো...

লেখকঃ মূল : মৰিছ্ ৰজেনফিল্ড,ইউজেনিও মণ্টেল সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৪ নৱেম্বৰ, ২০২৩

প্ৰাচীনতাৰ দিনলিপি আৰু এটি অকথিত সাধুৰ পুনঃকথন

কিশোৰ দাস কোঁৱৰ অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত মৌখিক লোককথাসমূহৰ এক সুকীয়া স্থান আছে। সময়ে সময়ে এই লোক-কথাসমূহে আমাৰ সমাজৰ একো একোখন দলিল...

লেখকঃ কিশোৰ দাস কোঁৱৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ নৱেম্বৰ, ২০২৩

চিঞৰ

ৰৌচন আলিচিঞৰবোৰ গুচি যায়উভতি নাহেবিচাৰি ফুৰোঁকালি মৰা চিঞৰটোআদবাটত আজি আয়ে তাহানিতে 'পোনাকণ' বুলিমৰা চিঞৰটো বিচাৰিয়েই নৈৰ ঘাট...

লেখকঃ ৰৌচন আলি সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ নৱেম্বৰ, ২০২৩

আবেলি

যশোৱন্ত নিপুণ এৰি অহা ঠাইবোৰ আকৌ বিচাৰি ছাঁবোৰো দীঘল হৈ গুচি গৈছে । ইমান খালি হৈ যাম বুলি জনাহ'লে বজাৰলৈ হয়তো কেতিয়াও নগ'লোহেঁতেন । সকলো...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২২ নৱেম্বৰ, ২০২৩

নব্বৈৰ দশকৰ অসমীয়া চিনেমা হলধৰ : এটি মূল্যায়ন

প্ৰণৱ মেধী ১৯৭৬ চনত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি আৰু ১৯৭৭ত ড০ ভবেন্দ্ৰ নাথ শ‌ইকীয়াৰ সন্ধ্যাৰাগে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাৰ সূচনা কৰে...

লেখকঃ প্ৰণৱ মেধী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২১ নৱেম্বৰ, ২০২৩

বগলী

অৰুণ গগৈ আবেলি বিয়লি বগলী বিলৰ পাৰত পৰে পানীৰ মাজৰ পুঠিমাছ থাপ মাৰি ধৰে ৷ বহলাই বহে বৰপথাৰত দাঙি এটা ঠেং মুখৰ আগত পালেই খায় সৰু সৰু বেং ৷...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ নৱেম্বৰ, ২০২৩

ৰজাৰ মূৰত শিং গজিল

অৰ্চনা পূজাৰী ১) জনম জনম সাধুৰ সংসৰ্গ সেই সাধুবোৰৰে ঠেং দীঘল পেটত অদ্ভুত কথাৰ মেৰপেচ ২) ৰজাৰ চুলি দীঘল হৈ গৈ আছে নাপিতে কাটে কিদৰে চলাবলৈ...

লেখকঃ অৰ্চনা পূজাৰী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২১ নৱেম্বৰ, ২০২৩

মহৌষধ স্বৰূপ

অমৃত গোস্বামী হালধীয়া ট্ৰেক্টৰেৰে হাবি-জঙ্ঘল ভাঙি, অসমৰ মাজেৰে খনিজ তেল পৰিবাহী ঐতিহাসিক পাইপ লাইনডাল বহুৱাৰ কাম শেষ কৰাৰ পাছৰ কথা এইবোৰ৷...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →