৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৫ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
গল্প ২৩ অক্টোবৰ, ২০২৪

নষ্টনীড়

গীতিমণি গোস্বামী (বৰঠাকুৰ) “কৃতজ্ঞতাৰ শৰাইখন আপুনিয়েই আগবঢ়াব মিষ্টাৰ বৰুৱা৷”ঘূৰি চাই দেখিলোঁ প্ৰণৱ চলিহা৷ দেউতাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ...

লেখকঃ গীতিমণি গোস্বামী (বৰঠাকুৰ) সম্পূৰ্ণ পঢ়ক →
গল্প ২১ অক্টোবৰ, ২০২৪

‘নীলকণ্ঠ’ মই

পল্লৱী কৌশিক শৰ্মা পৰ্ব ১ - সুখৰ প্ৰচ্ছায়াত গুঞ্জৰিত বিষাদ ৰাগিনী হাই হিলৰ খট্‌খট্‌ শব্দ তুলি ক্লেৰিছ গ’ল্ডস্মিথ পাঁচজনীয়া দলটোৰ সৈতে চহৰৰ...

লেখকঃ পল্লৱী কৌশিক শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ অক্টোবৰ, ২০২৪

বিষয় : কুকুৰ

হৰেকৃষ্ণ ডেকা (১) আপুনি কুকুৰ বুলি কওঁতে মোক আপুনি কুকুৰ বুলি কৈনিজৰ পোহনীয়া কুকুৰটোকহেতাচ্ছিল্য কৰে৷অনুগত হৈ সি আপোনাৰ সেৱা কৰে,আৰু...

লেখকঃ হৰেকৃষ্ণ ডেকা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২১ অক্টোবৰ, ২০২৪

কেৰিয়াৰ হিচাপে ৰাজনীতিবিদ (Politicians)

ড° বুলজিৎ বুঢ়াগোহাঁই ৰাজনীতিবিদে যিকোনো সমাজৰ শাসন আৰু প্ৰশাসনৰ গঠনত এটা মৌলিক ভূমিকা পালন কৰে৷ তেওঁলোক সাধাৰণ জনতাৰ নিৰ্বাচিত প্ৰতিনিধি...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ অক্টোবৰ, ২০২৪

সিহঁত নাহিলেও বসন্ত আহিব!

মানস প্ৰতিম দত্ত পথবোৰ পকী হ’ল মনবোৰ ধনী পথবোৰ বহল হ’ল মনবোৰ? গছবোৰ থকা হ’লে পাতবোৰ সৰিলহেঁতেন পাত সাৰিবলৈ মানুহ লাগে এতিয়া সাৰিবলৈ পাত নাই...

লেখকঃ মানস প্ৰতিম দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ অক্টোবৰ, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (১) চীন-ভাৰতৰ যুদ্ধৰ যেনিবা অৱসান ঘটিল৷ আকৌ পৰিস্থিতি স্বাভাৱিক হ’ল৷ চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চমলৈ প্ৰথম হৈ উত্তীৰ্ণ হ’লো৷...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
গল্প ২১ অক্টোবৰ, ২০২৪

ব্যস্ত নগৰৰ নিৰ্জন ঘৰটো

বেদান্ত‌ নাথ‌ ঘৰটোৰ চাৰিওফালে ওখ ওৱাল৷ প্ৰকাণ্ড গেটখনত দিনতে এটা মস্ত‌ তলা৷ নিমাওমাও পৰিৱেশ‌৷ টাউনৰ ব্যস্ত পথটোৰ একালৰ অভিজাত ঘৰটো এতিয়া...

লেখকঃ বেদান্ত‌ নাথ‌ সম্পূৰ্ণ পঢ়ক →
গল্প ২০ অক্টোবৰ, ২০২৪

ধনাঢ্য গুগলৰ বৰ্ণাঢ্য কথা

দেৱজিৎ ভৰালী গুগল! আমেৰিকাৰ প্ৰখ্যাত তথ্য-প্ৰযুক্তি সংস্থা এলফাবেট (Alphabet Inc.) ৰ এক বৃহৎ অনুষ্ঠান। মানৱ জীৱনৰ সাম্প্ৰতিক...

লেখকঃ দেৱজিৎ ভৰালী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ১৯ অক্টোবৰ, ২০২৪

পটহ’ল দাদা

চন্দ্ৰাৱলী বৰঠাকুৰ সময়ৰ লগে লগে আমাৰ বাট পথসমূহ উন্নত হৈছে৷ গাঁও তথা নগৰৰ পথবোৰো উন্নত পদ্ধতিৰে নিৰ্মিতও হৈছে৷ ই সমগ্ৰ অসমৰ প্ৰকৃত ছৱি...

লেখকঃ চন্দ্ৰাৱলী বৰঠাকুৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৪

ৰমেন বৰুৱা

কৌস্তুভমণি শইকীয়া সুৰবোৰ বিচাৰি হাবাথুৰি খাইছোঁ বৰ অসহায় সময় লতাশিল খেলপথাৰ ৰিঙা ৰিঙা পুৰণি ঘৰটোৱে কথা পাতে নিজৰ ভিতৰতে স্মৃতি-বিস্মৃতিৰ...

লেখকঃ কৌস্তুভমণি শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৪

মোক্ষণাৰ নামত

অনুভৱ তুলসী সন্ধ্যা, তোমাৰ প্ৰতি চাঁহি মাটি মই চিনি পাওঁ গছৰ পাতত বতাহৰ কঁপনি ফেঁহুজালিৰ পঢ়াশালিও মই চিনি পাওঁ তোমাৰ অচেতনৰ আন্ধাৰ গলি�...

লেখকঃ অনুভৱ তুলসী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৪

বালিচৰ

এম. কামালুদ্দিন আহমেদ প্ৰতিটো বানে মনত বালিচৰ একোটা থাপি যায় অলক্ষিতেই ঘটি আছিল এই ঘটনা অৱচেতনত বালিচৰবোৰ সোমাই আছিল বানত মানুহ এজন উটি...

লেখকঃ এম. কামালুদ্দিন আহমেদ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৪

স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা-৪

(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অসমীয়া চিনেমাত ভূপেন হাজৰিকাৰ গীত বুলিয়েই অনেক ভাল লগা কথা লিখি যাব পাৰি...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৪

নিগূঢ়

অজন্ত কুমাৰ বৰা নিগূঢ় জীৱনটো নিতান্তই নিজৰ নিজৰ জীৱনৰ নৌকা নিজৰ মতে বাওঁ নিজৰ সময়বোৰো নিজৰমতে নিয়াওঁ নিজৰ সময়বোৰত নিৰ্জনতাত বুৰ যাওঁ নিজৰ...

লেখকঃ অজন্ত কুমাৰ বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৪

তেল

ভাস্কৰ জে নাথ সূৰ্যৰ পৰা নামি অহা ৰে’লখনি হালধীয়া হালধীয়া দবা সাতোৰঙী ধূলিকণা যাত্ৰী কোনে কয় ধূলিকণাৰ ঘৰ নাই! কোনে কয় ধূলিকণাৰ গতি নাই !...

লেখকঃ ভাস্কৰ জে নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৪

গুলী-ধেমালি

প্ৰদীপ শইকীয়া ভাবিছিলোঁ মণিপুৰ মানে ছাংগাই পহু ৷ তাৰ শিঙৰ ফাঁকেদি দেখা জোনৰ মুখ ভাবিছিলোঁ মণিপুৰ মানে পুং চ’লম্ ৷ তালে তালে নচা বগা পাগুৰি...

লেখকঃ প্ৰদীপ শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৪

উপলব্ধি

উদয় কুমাৰ বৰুৱা “ All beautiful things start from heart” অনেক অপেক্ষাৰ শেষত এটি মাথোঁ মুহূৰ্ত - বেলিমাৰ যেন শৰতৰ মেঘতকৈও চঞ্চল হোৱাৰ এক...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ ছেপ্টেম্বৰ, ২০২৪

অস্তবেলিৰ অনুৰাগ

অংকুৰণ আৰ্ফ (ক) সান্ধ্য সময়৷ এটা ছায়ামূৰ্তি৷ গছৰ মূঢ়াৰ দৰে বৈধ৷ মুনিচুনি এই পৰত সেই পুৰণি পৰিত্যক্ত কোঠাটোতে আৱদ্ধ৷ বন্দী বিহংগৰ দৰে...

লেখকঃ অংকুৰণ আৰ্ফ সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৯ ছেপ্টেম্বৰ, ২০২৪

কছাৰী ৰজাৰ শৰাইঘাট

ড০ ৰক্তিম ৰঞ্জন শইকীয়া অসমলৈ যিমানবোৰ তুৰ্কী, আফগান আৰু মোগল আগ্ৰাসন হৈছিল সেই সকলোবোৰ পশ্চিমফালৰ পৰাই হৈছিল৷ ব্ৰহ্মপু্ত্ৰ উপত্যকাৰ বিভিন্ন...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৯ ছেপ্টেম্বৰ, ২০২৪

মৃত্যুৰ বিৰুদ্ধে !

পঙ্কজ প্ৰতিম বৰদলৈ কেইদিনমান আগতে ম’বাইলৰ ৰীলত এটা অলপ দাৰ্শনিক ধৰণৰ ভিডিঅ’ এটা দেখা পালো৷ ভিডিঅ’টোত কথকে প্ৰশ্ন কৰিছে যে আপোনাৰ মৃত‍্যুৰ...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ ছেপ্টেম্বৰ, ২০২৪

অস্তিত্ব

অংগনা চৌধুৰী সি কামবোৰ মনপুতি কৰে৷ কৰে মানে একদম কামটোৰ ভিতৰত সোমাই যায়৷ কাষত যদি কোনোবাই নাচি-বাগিও থাকে, সি সেইফালে নাচায়৷ তাকে দেখি ঘৰৰ...

লেখকঃ অংগনা চৌধুৰী সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ ছেপ্টেম্বৰ, ২০২৪

অনসূয়া

আকাশ দীপ্ত ঠাকুৰ ‘‘আহাঁ আহাঁ, এই অলপ আগতে তোমাৰ লেখাটোৰ বিষয়ে লগৰখিনিৰ সৈতে কথা পাতি আছিলোঁ বুজিছা; মানে আজিৰ কাগজত ওলোৱা সেই লেখাটো৷ বৰ...

লেখকঃ আকাশ দীপ্ত ঠাকুৰ সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ ছেপ্টেম্বৰ, ২০২৪

প্ৰেমহীনতাত প্ৰেম

ৰশ্মিৰেখা ভূঞা গা ধুই আহি কপালত বেলি এটা আঁকিবলৈ লৈ তাই বহু সময় খিৰিকীখনেৰে বাহিৰলৈ চাই থাকিল। বাহিৰত কুঁৱলীৰ পাতল আচ্ছাদন। শৰতৰ এনে...

লেখকঃ ৰশ্মিৰেখা ভূঞা সম্পূৰ্ণ পঢ়ক →