৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৭ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ২৫ ছেপ্টেম্বৰ, ২০২৩

ৰুটী

দাদুল ভূঞাএখন ৰুটী সমানে দুভাগ কৰিএভাগ নিজেই ল'লোঁআৰু আনভাগ দিলোঁ— তোমাকবাকী থাকিল কেৱল শূন্যআহাঁ, শূন্যটোক দুভাগ কৰোঁএফাল তোমাৰএফাল...

লেখকঃ দাদুল ভূঞা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৫ ছেপ্টেম্বৰ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১২) হাতীৰ মৰম আৰু নাতিৰ মৰম একেই— পাহৰিব নোৱৰা। কিন্তু দুৰ্ভাগ্য যে ষ্টেপানে আজিলৈকে হাতীৰ মৰমো পোৱা নাই, নাতিৰ মৰমো...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
গল্প ২৪ ছেপ্টেম্বৰ, ২০২৩

ভৃঙ্গাৰ

তৃপ্তি বৰা মৃত শৰীৰ এটাৰ অংগ সঞ্চালন নোহোৱাৰ দৰেই মৃত মন এটাতো কোনো ধৰণৰ সঞ্চালন নাথাকে৷ নিঃসংগ মানুহবোৰৰ বুকুবোৰ একোখন তাপত দহি থকা...

লেখকঃ তৃপ্তি বৰা সম্পূৰ্ণ পঢ়ক →
গল্প ২৪ ছেপ্টেম্বৰ, ২০২৩

বুৰঞ্জীত জন্মা বেলি

নিজৰা ৰাজকুমাৰী - ১৯৯০ চনত কলিয়াবৰ মহকুমাত হোৱা বৰষুণৰ পৰিমাণ আছিল ১৯৭৩.৬ মিলিমিটাৰ, ১৯৯১-ত ২১১৫.৩ ৷ ১৯৯২-ত কিন্তু আগৰ দুবছৰতকৈ বৰষুণৰ...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ ছেপ্টেম্বৰ, ২০২৩

জ্যামিতি

খনিন্দ্ৰ ভূষণ মহন্ত (১) থম-থমকৈ বহি আছে সন্ধ্যাটো তাতকৈ আহাঁ, যাতনাৰ কথাকে পাতোঁ কোৱাঁচোন – জীৱনটো যদি বৃত্ত প্ৰহৰবোৰ যদি ব্যাসাৰ্ধ...

লেখকঃ খনিন্দ্ৰ ভূষণ মহন্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ ছেপ্টেম্বৰ, ২০২৩

দেশ ভ্ৰমণলৈ আমাৰ গৰুহাল

মৃদুল হালৈ এক ৰোৱণ উঠাৰ পাছত দেশ ভ্ৰমণলৈ ওলাল আমাৰ হালৰ গৰুহাল মই বোলো দৌতাহঁত ঔ, ওলাইছহঁক হয় পিছে জান জানো বাহিৰত কেনে চলিছে দিনকাল...

লেখকঃ মৃদুল হালৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ ছেপ্টেম্বৰ, ২০২৩

বাণ থিয়েটাৰৰ এসন্ধ্যা

কিশোৰ বড়ো ইকুল-সিকুল ৰঙ্গমঞ্চত ব্যাকুল ইখন নাৱত এখন আৰু সিখন নাৱত আনখন ভৰি মনৰ মাজত বুদ্ধ থাকিলেও যুদ্ধ এখন চলি থাকে সেইকথা নাৱে নাজানে মই...

লেখকঃ কিশোৰ বড়ো সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ ছেপ্টেম্বৰ, ২০২৩

বৃত্তৰ ভিতৰত

দীপালি দেৱী চৌধুৰী প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ আচলতে লওঁ কি বুলি যি আমাৰ সুবিধাৰ্থে নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে চাই থাকো চকুৰ ভিতৰৰো...

লেখকঃ দীপালি দেৱী চৌধুৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ ছেপ্টেম্বৰ, ২০২৩

দঁকৰা অমিতাৰ টুকুৰাবোৰ

অলকেশ কলিতা মানুহৰ লালসাৰ দ্বায়িত্ব মই নলওঁ, ভোকৰ লওঁ, আৰু মই দিয়া ৰুটিটুকুৰা, আম্লা হোৱাৰ আগতেই খাবলৈ যত্ন কৰাঁ। ময়ো যত্ন কৰিছোঁ, কঠোৰ...

লেখকঃ অলকেশ কলিতা সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ ছেপ্টেম্বৰ, ২০২৩

পঢ় পঢ় পঢ়

জয়ন্ত দত্ত পঢ় পঢ় পঢ় আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি কঙালৰ কাঁইট কলঢোপ কলঢোপকৈ আছোঁ পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই কিতাপৰ হাতেৰেহে...

লেখকঃ জয়ন্ত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ ছেপ্টেম্বৰ, ২০২৩

নজনাৰ ব্যাকৰণ

মিণ্টুল হাজৰিকা মই নজনাখিনিত সিহঁতে প্ৰায়ে নিমখ এচালি বাকে আৰু চাকে সেইখিনিত সিঁহতে ৰুকি ৰুকি সোধে আৰু মই হাঁহি এটা মাৰি নজনাখিনিক মূৰ...

লেখকঃ মিণ্টুল হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ ছেপ্টেম্বৰ, ২০২৩

সৰি পৰা পাতখিলালৈ

জোনমণি দাস সৰি পৰা পাতখিলালৈ সৰু ল’ৰাটোৱে একেথৰে চাই আছে চেঁচা শিলটোত বহি সি কিবা ভাবি আছে মোৰ ভাবনাক বিমূৰ্ত কৰি কি ভাবিছে সি? সূত্ৰৰ...

লেখকঃ জোনমণি দাস সম্পূৰ্ণ পঢ়ক →
গল্প ২১ ছেপ্টেম্বৰ, ২০২৩

তৰ্জনী

লোপামুদ্ৰা ভট্টাচাৰ্য(১) বাতৰিকাকতখন মেলি লৈছোঁ ৷ প্ৰথম পৃষ্ঠাৰ ওপৰৰ শিৰোনামটোত চকু পৰিল৷ “ঋণৰ ধনেৰে হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ৷ পেট্ৰ’ল...

লেখকঃ লোপামুদ্ৰা ভট্টাচাৰ্য সম্পূৰ্ণ পঢ়ক →
কবিতা ২০ ছেপ্টেম্বৰ, ২০২৩

দাঁতৰ পোক

অলকা মহন্তএকদাঁত এটাত পোক ধৰিছেএকত্ৰিছতাই নজনাকৈ বিষ বাঢ়িছেএটা-দুটাকৈ পোকবোৰ কাষৰ দাঁতটোলৈ বগাইছেবাকী ত্ৰিছটাই কথাটো আওকাণ কৰিছে বিষটো...

লেখকঃ অলকা মহন্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২০ ছেপ্টেম্বৰ, ২০২৩

ছবিত নথকা কথাবোৰ

প্ৰাঞ্জল হাজৰিকাবৰষুণ মানুহছবিয়ে আপোনাক বিমোৰত পেলাব পাৰেসঁচা-মিছাৰ মাজতবলাৰ টুপী পিন্ধা কিছুমান অভিজাত মানুহ আকাশত ওপঙি আছেখিৰিকী খুলিলেই...

লেখকঃ প্ৰাঞ্জল হাজৰিকা সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ৩১ আগষ্ট, ২০২৩

ভূমিকন্যা

নীলোৎপল বৰুৱা শেহতীয়াকৈ দ্বিতীয় বাৰৰ বাবে মণিমালা দাসৰ ৰচনা আৰু পৰিচালনাৰে ‘ভূমিকন্যা’ নামৰ নাটকখনৰ দৰ্শক হোৱাৰ সৌভাগ্য হ’ল। প্ৰায় নব্বৈ...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ৩১ আগষ্ট, ২০২৩

ভক্তি, ভক্তিবাদ আৰু অসমৰ ভক্তি ধৰ্ম সম্পৰ্কীয় এখন উপাদেয় গ্ৰন্থ

ড০ পোনা মহন্ত পাঁচশ বছৰৰ পূৰ্বে মহাপুৰুষ শংকৰদেৱৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত যি ভক্তি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল তাৰ প্ৰভাৱ আছিল...

লেখকঃ ড° পোনা মহন্ত সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৯ আগষ্ট, ২০২৩

ফেশ্বন ডিজাইনিং

ড° বুলজিৎ বুঢ়াগোহাঁই ফেশ্বন ডিজাইনাৰ যুৱক-যুৱতীসকলৰ বাবে এটা সুন্দৰ কেৰিয়াৰ হ’ব পাৰে৷ যুৱক-যুৱতীসকলৰ সাজ-পোছাকৰ নিজস্ব সৃষ্টিশীল শৈলী আছে...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ আগষ্ট, ২০২৩

হালধি

অত্ৰেয়ী গোস্বামী এটেমা হালধি বগা মাৰ্বলৰ মজিয়াত পৰি আছে হালধীয়া গোন্ধ এটা বতাহত উটি-ভাহি শোৱনি কোঠালৈ সোমাই গ’ল, তাত মানুহ এগৰাকী উচপ খাই...

লেখকঃ অত্ৰেয়ী গোস্বামী সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৯ আগষ্ট, ২০২৩

এখন নতুন সংবিধান

পংকজ প্ৰতিম বৰদলৈ দেশে আজাদীৰ অমৃতকাল অৰ্থাৎ, পয়সত্তৰ বছৰ পূৰ্ণ কৰাৰ সময়তে, এক চেতনাস্ৰোত প্ৰৱাহিত হৈছে৷ দেশৰ বৌদ্ধিক মহলত এক আলোচনা...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ আগষ্ট, ২০২৩

চিন্তাবৃত্তিৰ উৎকৰ্ষ, জাতীয় স্বাভিমান আদিৰ প্ৰসঙ্গত

মানুহৰ চিন্তাবৃত্তিৰ ক্ৰমশঃ উৎকৰ্ষৰ প্ৰমাণ আমি আমাৰ ইতিহাসৰ আদিতম বিন্দুটোৰপৰা বিভিন্ন সময়ত মানুহে কৰা বিভিন্ন কাম-কাজৰ জৰিয়তে পাই আহিছোঁ৷...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ আগষ্ট, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১১) যোৱা তিনিদিন ষ্টেপানৰ গা বেয়া। জ্বৰত ভুগি আছে। ঘৰতে থকা দুই-এবিধ দৰব খাই নিজক সুস্থ কৰাৰ চেষ্টা চলাইছে। প্ৰথম...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ আগষ্ট, ২০২৩

চিঞৰ

ধ্ৰুৱকুমাৰ তালুকদাৰ কোনেও নুশুনা এটা চিঞৰ মোৰ কাণত সোমাবলৈ ৰৈ আছিল ... বাৰিষাৰ এটা ৰাতিপুৱা মই শেতেলি এৰাৰ আগতে চিঞৰটো আহিছিল দৌৰাদৌৰিকৈ মই...

লেখকঃ ধ্ৰুৱ কুমাৰ তালুকদাৰ সম্পূৰ্ণ পঢ়ক →