৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৯ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
মুক্ত বীক্ষণ ৩১ জুলাই, ২০২৩

লৰ্কাক বিচাৰি

পঙ্কজ প্ৰতিম বৰদলৈস্পেনিছ ভাষা আৰু কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দেশত শাখা থকা স্পেনিচ চৰকাৰৰ প্ৰতিষ্ঠানটোৰ নাম...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ জুলাই, ২০২৩

ফেডেৰিক’ গাৰ্থিয়া লৰকাৰ তিনিটা কবিতা :

অনুবাদ : ড° প্ৰাণ্‌জিৎ বৰা (১) কিমান কঠিন কিমান কঠিন মোৰ দৰে এনেকৈ তোমাক ভালপোৱাটো তোমাক ভাল পাইছোঁ, সেয়েতো সৌ বতাহে, মোৰ এই হৃদয়, মূৰৰ...

লেখকঃ ড° প্ৰাণ্‌জিৎ বৰা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ জুলাই, ২০২৩

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ হোলী চাইল্ড স্কুল, গুৱাহাটী ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী জাৰ্নভি- ভি কলিতাই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা...

লেখকঃ জাৰ্নভি ভি কলিতা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ জুলাই, ২০২৩

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য(৬)ঘৰটোৰ চাৰিওফালে ঘুৰি ফুৰি মই ভাগৰি পৰিছিলো। তথাপিও মোৰ হেপাহ পলোৱা নাছিল৷ পলাবনো কেনেকৈ? ঘৰখনৰ প্ৰতিপদ বস্তুৱেই যে...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ জুলাই, ২০২৩

কেৰিয়াৰক কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি?

ড° বুলজিৎ বুঢ়াগোহাঁই বিভিন্ন কেৰিয়াৰৰ কৰ্ম প্ৰকৃতি বা বৈশিষ্ট্য অনুসৰি শ্ৰেণীভুক্ত কৰিব পাৰি। যেনে- বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জুলাই, ২০২৩

সাঁথৰ

জোনমণি দাস জঁটীয়া সাঁথৰ এটা সমুখত লৈ বহুপৰ বহি আছোঁ বৰ্তমানৰ বুকুত বাদামৰ বাজলি গুচাই ৰৈ আছে তেওঁ মোৰ উত্তৰহীন উত্তৰৰ অপেক্ষাত সাঁথৰ সোধাটো...

লেখকঃ জোনমণি দাস সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ জুলাই, ২০২৩

শুদ্ধি

ময়ূৰী কাকতি বৰপুখুৰীৰ একোণৰ বাঁহৰ দলঙৰ আগডোখৰৰ সৰু গাঁঠি ঢুকি পোৱা পানীত দৰিকণা মাছবোৰে তাইৰ ভৰিৰ পতাখন খুটুক খুটুককৈ খুটিয়াই....সেই স্পৰ্শ...

লেখকঃ ময়ূৰী কাকতি সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩০ জুলাই, ২০২৩

মিলান কুন্দেৰা : স্মৰণ

ড° প্ৰাঞ্জল বৰাবিগত শতিকাৰ অন্তিম দশকত হঠাৎ যেতিয়া মিলান কুন্দেৰাৰ সৈতে মোৰ পৰিচয় ঘটিছিল, সেই সময়ত মই মোৰ কৈশোৰ অতিক্ৰম কৰাই নাছিলোঁ আৰু...

লেখকঃ ড° প্ৰাঞ্জল বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুলাই, ২০২৩

ভয়ংকৰ উপস্থিতি

মূল : ফেডেৰিকো গাৰ্থিয়া লৰকা অনুবাদ : নীলমণি ফুকন পানীয়ে তাৰ গতি হেৰুওৱাটো মই বিচাৰো৷ বতাহে তাৰ উপত্যকাবোৰ হেৰুওৱাটো বিচাৰো৷ ৰাতিয়ে তাৰ চকু...

লেখকঃ নীলমণি ফুকন সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৯ জুলাই, ২০২৩

ইতিহাস এষণা : মেচ বিতৰ্ক আৰু অসমৰ প্ৰাচীন জনগোষ্ঠী মেচ কছাৰীসকলৰ সম্পৰ্কে কিছু তথ্য

ড° ৰক্তিম ৰঞ্জন শইকীয়া কিছুদিনৰ আগতে শীমন্ত শংকৰদেৱৰ কীৰ্তনত “কাটি মাৰি ম্লেচক কৰিবা বুন্দামাৰ” বুলি উল্লেখ থকাক লৈ, ম্লেচেই “মেচ” বুলি...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুলাই, ২০২৩

বাণী

চয়নিকা ভূঞা বেলি লহিয়াবৰ হ'ল কথাষাৰৰ সত্যতা তেতিয়াও বিচাৰ নহ'ল অস্তিত্বহীন কথা-বতৰাতে সকলো ব্যস্তনঘটিবলগীয়া ঘটনাএটাক লৈ ইমান হামৰাওইমান...

লেখকঃ চয়নিকা ভূঞা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুলাই, ২০২৩

দৃশ্যপট

দিলীপ ফুকনকুঁহিপাত যেন কোমলস্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেইবাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ।বাহিৰলৈ চালোঁনাই, গছে কুঁহিপাত মেলা...

লেখকঃ দিলীপ ফুকন সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৯ জুলাই, ২০২৩

পুনঃপঠিতব্য

ফেডেৰিকো গাৰ্থিয়া লৰকা : তেওঁৰ জীৱন, কবিতা আৰু অনুবাদ সম্পৰ্কে এটি টোকানীলমণি ফুকন “সেইদিনা আছিল দেওবাৰ, ঠিক ৰাতি নটা, তেওঁ ওলাই গ’ল আৰু...

লেখকঃ নীলমণি ফুকন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুলাই, ২০২৩

ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ তিনিটা কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত(১)গীটাৰগীটাৰখনৰ কান্দোন আৰম্ভ হ'ল।নিঃশেষ হ'ল পুৱাৰ পিয়লাবোৰ। গীটাৰখনৰ উচুপনি আৰম্ভ হ'লইয়াক নিশ্চুপ কৰাটো...

লেখকঃ ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ জুলাই, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত|| সপ্তদশ অধ্যায় ||ৰাতিৰ শেষপ্ৰহৰৰ পৰা চেতনাই প্ৰশান্তি আহৰণ কৰাৰ দৰে,তেনেকৈয়ে...

লেখকঃ মূল : মহাকবি কালিদাস সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ জুলাই, ২০২৩

ফেডেৰিক’ গাৰ্থিয়া লৰ্কা

ড° প্ৰাণ্‌জিৎ বৰা ১ লৰ্কাৰ ল’ৰালিকালৰ কথা৷ গ্ৰাণাডাৰ ওচৰৰ ফুএ’ণ্টেই ভাকেৰ’ছ নামৰ যিখন গাঁৱত তেওঁৰ জন্ম, তাতেই তেওঁ এদিন দেখা পাইছিল পৰ্বতৰ...

লেখকঃ ড° প্ৰাণজিৎ বৰা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ জুলাই, ২০২৩

কথামালিতা : ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ নামত

অনুভৱ তুলসী পেবলো নেৰুডাই স্পেইনৰ গৃহযুদ্ধৰ বিভীষিকাৰ বিষয়ে লিখা কবিতা ‘আই এম এক্সপ্লেইনিং আ ফিউ থিংচ’ নামৰ কবিতাত ৰাউল, ৰাফেল, আৰু...

লেখকঃ অনুভৱ তুলসী সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ জুলাই, ২০২৩

শুভ-অশুভ

যশোৱন্ত নিপুণ কেঁকনিৰ শব্দ পিছফালৰ কোঠাটোৰ পৰা ভাহি আহিছিল৷ নৰকান্তই প্ৰায়েই পুৱাই এনেদৰে কেঁকাই থাকে৷ গতিকে ঘৰৰ কোনেও বৰকৈ মন-কাণ নিদিয়ে৷...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ জুলাই, ২০২৩

অন্তৰীণ

ববিতা কলিতা “হেৰেমলৈ আজি বাদশ্বাহ আহিব” বতাহৰ গতিত বিয়পি পৰিল খবৰটো৷ কিন্নৰ শ্বাহ বানুৱে লচপচকৈ ইমূৰ-সিমূৰ বগাই হেৰেমৰ ৰমণীসকলক সজাগ কৰি...

লেখকঃ ববিতা কলিতা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৫ জুলাই, ২০২৩

লৰ্কা : ১২৫ বছৰীয়া তৰা এটা

১৮৯৮ চনৰ ৫ জুনত দক্ষিণ স্পেইনৰ গ্ৰানাডাৰ পশ্চিমে থকা এখন সৰু চহৰত জন্মগ্ৰহণ কৰিছিল ফেডেৰিক’ গাৰ্চিয়া (গাৰ্থিয়া) লৰ্কাই৷ মাটিৰ মালিক আৰু...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ২৩ জুলাই, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(১০): ভালদৰে বহি ল।— মলেঁয়ালৈ চাই ষ্টেপানে ক'লে।মলেঁয়া তাইৰ বাবে স্থায়ী হৈ পৰা গাড়ীৰ ছীটটোত থিয় দি ৰ'ল। তাইৰ...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →