৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ৩১ ডিচেম্বৰ, ২০২৩

চুপ : এক প্ৰহসন

নীলোৎপল বৰুৱা বহু বছৰ আগৰ‌ কথা। দিনটো নাটকৰ অনুশীলনৰ অন্তত সন্ধ্যাবেলা জিৰাবলৈ বহিছিল নাটকৰ কিম্বদন্তীস্বৰূপ প্ৰয়াত হেইচনাম কানহাইলাল...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ডিচেম্বৰ, ২০২৩

নৈতিকতা

প্ৰাঞ্জল বেজবৰা আজিকালি আমাৰ সমমাজত কিছুমান কথা বা বাক্যাংশ সততে শুনিবলৈ পাওঁ আৰু আমি নিজেও বহু সময়ত সেইবিলাক দোহাৰোঁ। উদাহৰণ স্বৰূপে...

লেখকঃ প্ৰাঞ্জল বেজবৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ডিচেম্বৰ, ২০২৩

স্তৱক

শিখা গোস্বামী মহন্ত(১)গৈ থকাটো যিমান সহজৰৈ দিয়াটো সিমান কঠিনযাওঁ বুলি গুচি যাব পাৰিউলটি আহো বোলোতেইএহেজাৰ অসহজ উশাহ(২)খিৰিকিৰে জুমি আছিলোঁ...

লেখকঃ শিখা গোস্বামী মহন্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ডিচেম্বৰ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১৫) চাভাৰ পাৰৰ গছ এজোপাৰ তলত বহি ষ্টেপানে বৈ থকা পানীখিনিলৈ একেথৰে চাই ৰ’ল। গৈ থকা পানীখিনিৰ দৰেই সময়ো গৈ আছে। গৈ...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৯ ডিচেম্বৰ, ২০২৩

চিন্তাৰ মেৰুকৰণ আৰু বিজ্ঞানমনস্ক চিন্তা

পঙ্কজ প্ৰতিম বৰদলৈ সমসাময়িক পৃথিৱীখনত তথ্যৰ অভূতপূৰ্ব প্ৰৱেশ, দ্ৰুত প্ৰযুক্তিগত উন্নতি, আৰু বিশ্বব্যাপী তাৎক্ষণিক যোগাযোগ ব্যৱস্থাই মানৱ...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ ডিচেম্বৰ, ২০২৩

জাহ্নৱী এজনী নীলা চৰাই

পুলিন কলিতা (১) : ঈগল নেকি? প্ৰশ্নটো কৰিছিল ভগীৰথে। : নহয় নহয়-ঈগল নহয়। ঈগলৰ দৰেই, কিন্তু ৰং সম্পূৰ্ণ নীলা। ডাৱৰ নাথাকিলে আকাশৰ ৰঙৰ সৈতে...

লেখকঃ পুলিন কলিতা সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৮ ডিচেম্বৰ, ২০২৩

“নীতিসাৰ পুৰাণ”: আহোম ৰাজ্যত স্বাস্থ্য আৰু সুস্থতা সম্পৰ্কীয় চিন্তা-চৰ্চা

ড০ ৰক্তিম ৰঞ্জন শইকীয়া আমাৰ সাধাৰণ ধাৰণা অনুযায়ী মধ্যযুগৰ অসমত স্বাস্থ্য সম্পৰ্কীয় চিন্তা-চৰ্চা নিদান শাস্ত্ৰতে সীমাৱদ্ধ আছিল৷ কিন্তু ১৯১৪...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ ডিচেম্বৰ, ২০২৩

সোণালী পল, সোণোৱালী অনুপল

বিদ্যুৎ বিকাশ শৰ্মা(কটন কলেজৰ ১৯৮৬-১৯৮৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ সমূহ সহপাঠীৰ হাতত) “হুঁ হুঁ ধুমুহা আহিলেও আকাশ ক’লা মেঘে ছানিলেও ৰিম্‌ঝিম্‌...

লেখকঃ বিদ্যুৎ বিকাশ শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ডিচেম্বৰ, ২০২৩

মডেলিং (Modeling)

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে মডেলিং এটা আকৰ্ষণীয় কেৰিয়াৰ। এইটো আটাইতকৈ ৰোমাঞ্চকৰ আৰু লাভজনক বৃত্তিবোৰৰ এটা...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ডিচেম্বৰ, ২০২৩

বোধ

দাদুল ভূঞা ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি ভঙা-গঢ়া, সজাটোৱেই...

লেখকঃ দাদুল ভূঞা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৭ ডিচেম্বৰ, ২০২৩

অনাবিলৰ পদ্য

ৰচনা পাঠকঅনাবিল বৰবৰা ল’ৰাটিৰ নাম,কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়,আৰু লৰালৰি কৰি কেনিবা লুকায়৷তেনে সময়তে উঠে...

লেখকঃ ৰচনা পাঠক সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৭ ডিচেম্বৰ, ২০২৩

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী(আগকথা : সেউজপুৰ এখন ধুনীয়া অৰণ্য ৰাজ্য৷ ৰাজ্যৰ ৰজা কেশৰী এজন খুব মৰমিয়াল, প্ৰজাৰঞ্জক সিংহ৷ সেউজপুৰৰ মহামন্ত্ৰীজন এজন হাতী...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ২৭ ডিচেম্বৰ, ২০২৩

নতুন বছৰৰ চিন্তা

নতুন বছৰ বোলা ধাৰণাৰ উৎসৱ এটা বছৰেকৰ মূৰে মূৰে আহে আৰু প্ৰায় সকলো যোত্ৰবান মানুহেই আনন্দ-বিনোদন কৰাৰ সুবিধা ল’লে৷ নতুন বছৰটো কিন্তু কাহানিও...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ডিচেম্বৰ, ২০২৩

লজেঞ্চ দিয়া লʼৰাজন

অমৃত গোস্বামী আমাৰ ঘৰৰ আটাইকেইজন লʼৰা-ছোৱালীয়ে‌ দহোটীয়া হাইস্কুলত পঢ়া-শুনা কৰা।‌ দহোটীয়া হাইস্কুললৈ‌ আমাৰ ঘৰৰপৰা পশ্চিম দিশে ৩৭ নং...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ ডিচেম্বৰ, ২০২৩

অসমৰ শিক্ষকৰ সীমাবদ্ধতাখিনি বুজি লোৱাটো জৰুৰী

ৰবীন কুলি শিক্ষকৰ প্ৰতি থকা এক পৰম্পৰাগত ধাৰণা Teachers are born naturally as teachers কথাষাৰ আজিৰ তাৰিখত গ্ৰহণযোগ্য নহয়। শিক্ষাদানৰ সেৱাটো...

লেখকঃ ৰবীন কুলি সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ডিচেম্বৰ, ২০২৩

ৱেলকাম নৱবৰ্ষ

অনুভৱ তুলসীব্ৰডস্কি আৰু ৱালকটৰ কবিতাৰেমন-মগজু ধোওঁতেমুঠিয়ে মুঠিয়ে চুলি সৰিলতবছৰটো সাং হʼলনখ কটা কটাৰীৰচেতনাৰ উপৰিতলতকঠুৱা খৰমৰ খোজহয়...

লেখকঃ অনুভৱ তুলসী সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ ডিচেম্বৰ, ২০২৩

ভীষ্ম সাহনীৰ নাটক "হানুচ" : এটি আলোচনা

দীপাঞ্জলি দেৱী হিন্দী সাহিত্যৰ মাধ্যমেৰে আধুনিক ভাৰতীয় সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ভীষ্ম সাহনী অন্যতম আৰু অনন্য। ১৯১৫ চনৰ...

লেখকঃ দীপাঞ্জলি দেৱী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ডিচেম্বৰ, ২০২৩

আত্মিক

বিপ্লৱ চুতীয়াএয়া শলিতা পোৰাৰ সময়চৌদিশে আচল-নকলৰ বৰ্ণান্ধতামোৰ ওঁঠৰ একোণত এচিকুট বেঙুনীয়া আভা'বৈকাল'ত থাউনি নোপোৱা অলেখ...

লেখকঃ বিপ্লৱ চুতীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ডিচেম্বৰ, ২০২৩

তিনিটা কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত (১) ৰূপকথামূল : (ইংৰাজী) ডৰিচ লেচিং, ইউনাইটেড কিংডম ( ২০০৭ চনৰ সাহিত্যৰ ন'বেল বঁটা)যেতিয়া মই পিছলৈ উভতি চাইছিলোঁমই...

লেখকঃ ড০ ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ডিচেম্বৰ, ২০২৩

সকলোবোৰেই পৰিৱৰ্তন হয়

মূল : বাৰ্টোল্ট ব‌্ৰেখট বাংলা অনুবাদ : নাসিৰ উজ জামান অসমীয়া অনুবাদ : ৰুদ্ৰ সিংহ মটক সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰে...

লেখকঃ ৰুদ্ৰসিংহ মটক সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৪ ডিচেম্বৰ, ২০২৩

মণিপুৰ ডায়েৰী

বেদান্ত নাথ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ । ২০১৭ চনৰ পৰা নিয়মীয়াকৈ মণিপুৰলৈ গৈছিলোঁ। মণিপুৰৰ দুটামান কথাই মোক বৰকৈ...

লেখকঃ বেদান্ত নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ ডিচেম্বৰ, ২০২৩

কবিতা

ধ্ৰুৱাৰ্ক চৌধুৰী(উৎসৰ্গা : ডঃ হীৰেন গোঁহাই )প্ৰেম মানেই টেকেলি ভঙা খেল প্ৰেম যে অন্ধ; হৃদয় নভঙাকৈ কৰিলোঁ কি প্ৰেম মই তোমাৰ নে তুমি মোৰ .....

লেখকঃ ধ্ৰুৱাৰ্ক চৌধুৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ ডিচেম্বৰ, ২০২৩

কৃত্ৰিমৰ নতুন পৰ্ব

চন্দন গোস্বামী বমি কৰিবলৈ খাল বিচাৰি ঘূৰি ফুৰোঁতে তিনিটা শিয়াল চহৰৰ পৰিত্যক্ত গলি এটাত লগ পাওঁ সিহঁতে ৰাস্তাৰ সোঁমাজত ত্ৰিভূজ এটা হৈ বহি...

লেখকঃ চন্দন গোস্বামী সম্পূৰ্ণ পঢ়ক →