৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
গল্প ৩১ ডিচেম্বৰ, ২০২৪

অনুৰণন

ড০ ৰমেশ চন্দ্ৰ গোস্বামী মৰমৰ পোনাকণ, মৰম ল’বাহঁক৷ আশাকৰোঁ বোৱাৰী আৰু কণমানিজনীৰ সৈতে কুশলে আছা৷ তোমাৰ পৰা ভালেমান দিন একো খবৰ পোৱা নাই৷...

লেখকঃ ড০ ৰমেশ গোস্বামী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ ডিচেম্বৰ, ২০২৪

বতৰৰ বতৰা -৬

নৱনীতা ভট্টাচাৰ্য্য মাকৰ মুখত বতৰৰ বিষয়ে ইমানবোৰ কথা শুনাৰ পিছতো ৰিণিৰ মনৰ কৌতুহল মাৰ নগ’ল, বৰঞ্চ তাইৰ মনত আকৌ নতুন নতুন প্ৰশ্নৰ উদয় হ’ল৷...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২৪

কবিতা যেতিয়া জীৱন আৰু সমাজ জিজ্ঞাসাৰ পোহৰ-অনুবাদ

ৰুদ্ৰ সিংহ মটক “To read a poem is to hear it with our eyes; to hear it is to see it with our ears.”(Octavio Paz) যৌৱন হেনো চিৰসেউজ সৃষ্টিৰ...

লেখকঃ ৰুদ্ৰ সিংহ মটক সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২৪

সুধাকণ্ঠৰ এটি গীত আৰু কিছু পুৰণি স্মৃতি

অমৃত গোস্বামী “বৰহাটৰ সোৱাদ তামোল এখন খালে, দুখন খাবলৈ মন যাব…” সন্দীপা শৰ্মা আৰু হিতেশ দেৱ শৰ্মা নামৰ স্বামী-স্ত্ৰীয়ে সুধাকণ্ঠ ড°ভূপেন...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২৪

অদৃশ্য

চন্দ্ৰ শইকীয়া এনেকৈয়ে চলি থাকে হৃদয় চলি থাকে সময়! সংসাৰৰ জ্বালা যন্ত্ৰণাৰে ক্ষত বিক্ষত অনেক ভৰুণ হৃদয়! স্তব্ধ হৃদয়ত লিখা নাথাকে অতীতৰ...

লেখকঃ চন্দ্ৰ শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২৪

ভ্ৰমত ভ্ৰমি ভ্ৰমৰ ভ্ৰস্ত

অৰ্চনা ঠাকুৰীয়া প্ৰায়ে আমি ভ্ৰমত ডুবোঁ ভ্ৰমতে মৰোঁ কোনোবাই কাৰোবাৰ মাজত প্ৰেৰণা বিচাৰি হাবুদুবু খাই পিছলি পৰে প্ৰেৰণা হয়গৈ কামনা কথা...

লেখকঃ অৰ্চনা ঠাকুৰীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২৪

মণিপুৰ ডায়েৰী

বেদান্ত নাথ ১ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ৷ মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকৰ্ষণ কৰিছিল৷ শুধ বগা ধূতি-পাঞ্জাৱী পিন্ধা...

লেখকঃ বেদান্ত নাথ সম্পূৰ্ণ পঢ়ক →
গল্প ৩১ ডিচেম্বৰ, ২০২৪

সাগৰ দেখিছা

যশোৱন্ত নিপুণ ‘সাগৰ দেখিছা?’ পলাশে চকীখনত বহি সুধিছিল৷ ‘দেখা নাই কেতিয়াও৷’ সোণালীয়ে উত্তৰ দিছিল৷ ‘ময়ো দেখা নাই। শুনিছোঁ তথাপি, সাগৰ হেনো...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ ডিচেম্বৰ, ২০২৪

আশা

আকাশ দীপ্ত ঠাকুৰ মাইনীয়ে প্লেটফৰ্মৰ ওপৰৰ ফালে ৰঙা হৈ জিলিকি থকা ফলকখনলৈ চাই আছিল৷ সময় কিমান হৈছে তাতে নিৰ্দেশ কৰা থাকে৷ পুৱা ঠিক ছয় বাজি...

লেখকঃ আকাশ দীপ্ত ঠাকুৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২৪

গাঁওবোৰ গাঁও হৈ থাকক

অংকুৰণ আৰ্ফ গাঁওবোৰ গাঁও হৈ থাকক চিৰদিন চিৰকাল গাঁওবোৰ গাঁও হৈ থাকিলেই ভাল গাঁৱতহে মাতৰ নাই আকাল গাঁৱতহে ভৰুণ হৈ থাকে ধানৰ ভঁৰাল &n...

লেখকঃ অংকুৰণ আৰ্ফ সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩১ ডিচেম্বৰ, ২০২৪

অসামৰিক সেৱাৰ পৰীক্ষা আৰু মৌ ফান্দ

পঙ্কজ প্ৰতিম বৰদলৈ ব্ৰিটিছসকলে ভাৰতৰ বহুধা বিভক্ত প্ৰশাসন ব্যৱস্থাক আধুনিক কৰি সময়ৰ লগত খাপখুৱাবৰ বাবে এচাম অতি দক্ষ আমোলাৰ সৃষ্টি কৰিছিল৷...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ ডিচেম্বৰ, ২০২৪

গেমিং উদ্যোগৰ লগত জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই গেমিং হৈছে লেপটপ, ব্যক্তিগত কম্পিউটাৰ, ম’বাইল ফোন, টেবলেট, প্লেষ্টেচন, এক্সবক্স আদিৰ দৰে ইলেকট্ৰনিক ডিভাইচ ব্যৱহাৰ কৰি...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ ডিচেম্বৰ, ২০২৪

মা

ক্ষিপ্ৰকল্প গগৈ প্ৰশান্ত ছাৰে স্কুলত খচ্‌খচকৈ কিবা লিখি দিয়া কাগজৰ টুকুৰাটো অমলে চিধাই আহি মাকৰ হাতত দিলেহি। কেলেই? ছাৰৰ ৰঙা ৰঙা চকু দুটাই...

লেখকঃ ক্ষিপ্ৰকল্প গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ডিচেম্বৰ, ২০২৪

মোৰ দেশৰ মাটিৰ কথা

হিল্লোলজ্যোতি সিংহ আলতীয়া মাটিৰ পোৰা গোন্ধে কঠিন কৰে মাটিৰ চাকি শলিতাৰ জুইৰ তাপ সহিব পৰাকৈ পালপাৰাৰ কুমাৰৰ আজি চাকত নুঘূৰে কেঁচা মাটিৰ...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ ডিচেম্বৰ, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱীচাওঁতে চাওঁতে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩০ ডিচেম্বৰ, ২০২৪

হাৰ্মান হেছে, নীল্‌ছ বঃৰ আৰু নৱকান্ত বৰুৱাৰ কথাৰে

ড০ পৰমানন্দ মহন্ত সৈন্যবাহিনীৰ চকীৰ পুথিভঁৰালৰ সুদৃশ্য বেটুপাত আৰু ধুনীয়াকৈ বন্ধোৱা এখন কিতাপ মোৰ ভাইটিয়ে হস্পিটেলৰ বিছনাত পঢ়ি আছিল৷ শেষৰ...

লেখকঃ ড০ পৰমানন্দ মহন্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ডিচেম্বৰ, ২০২৪

উৰুকা নিশাৰ সম্প্ৰীতি

নিৰু দত্তশীতকালীন উৎসৱ মাঘবিহু অসমৰ কৃষি ভিত্তিক উৎসৱ৷ শাওণত গোজ মৰা কঠীয়াই আঘোণত সোণগুটিৰ ৰূপত কৃষকৰ ভঁৰালত সোমায়৷ প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে...

লেখকঃ নিৰুদত্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ ডিচেম্বৰ, ২০২৪

ইন্দ্ৰৰ দেশত মহাকাশচাৰী

চিত্তৰঞ্জন ওজা ৰাতিপুৱাই কীৰ্তনঘৰৰ কাষৰ হাটীকেইটাত হাহাকাৰ লাগিল। স্বয়ং মহকুমাধিপতি আহিছে ছয় পইছাৰ গাজাৰ ঘৰ বিচাৰি। চাহাবে হয়তো ভাবিছিল...

লেখকঃ চিত্তৰঞ্জন ওজা সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ ডিচেম্বৰ, ২০২৪

হেমাহি

স্বপ্না দত্ত ভৰালী প্ৰতিখন ঠাইতে একোজন জনাৰ্দন বৰুৱা থাকে৷ যেনেদৰে প্ৰতিখন চহৰতে চাগৈ একোগৰাকী কনিকা ভূঞা থাকে৷ আচলতে প্ৰতিজন জনাৰ্দন বৰুৱা...

লেখকঃ স্বপ্না দত্ত ভৰালী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ডিচেম্বৰ, ২০২৪

কলীয়াপানীৰ কাৰাগাৰত ভূতৰ উচুপনি

ড০ বিমল বৰা বিশ্বাস কৰক বা নকৰক, ভূত থাকক বা নাথাকক, ভূতৰ কাহিনীবোৰ কিন্তু সকলোতে আছে৷ ভূতৰ লগত প্ৰত্যক্ষভাৱে আমি কি হয়তো কোনোৱেই...

লেখকঃ ড০বিমল বৰা সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ ডিচেম্বৰ, ২০২৪

জীৱন বিচাৰি

পাপৰি গোস্বামী মোৰ মনত আছে, প্ৰথমবাৰৰ বাবে যেতিয়া মই এইখন চহৰলৈ আহিছিলোঁ, বৰ্তমানৰ দৰে চাৰিওফালে বিশাল বিশাল অট্টালিকাবোৰ নাছিল৷ অৱশ্যেই...

লেখকঃ পাপৰি গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ ডিচেম্বৰ, ২০২৪

পদ্মাসনত

ৰত্নোত্তমা দাস বিক্ৰম পাহাৰত আজি পূৰ্ণিমা বগা, ছঁয়া-ময়া জোনাকৰ টঙিজাল এখন শীতৰ ৰাতিৰ পাহাৰ দূৰৰ সৌ ওখ টিঙত বহি কোন সেয়া? শিৱ? তেওঁৰেই...

লেখকঃ ৰত্নোত্তমা দাস বিক্ৰম সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ২৭ ডিচেম্বৰ, ২০২৪

প’লিমাৰ আৰু পৃথিৱীৰ ভৱিষ্যত

প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল এইকেইবিধ প’লিমাৰসৃষ্ট কৃত্ৰিম পদাৰ্থ সাম্প্ৰতিক সময়ত পৃথিৱীবাসীৰ কাৰণে এক প্ৰকাৰ অভিসম্পাতত পৰিণত হৈছে৷...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →