৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্কেচ্ছ translation-june-2024

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ৩১ মে’, ২০২৪
১ মিনিট পঠন • ৩৮৬৬ বাৰ পঢ়া হৈছে

 মূল : কবি গুলজাৰ

অনুবাদ : পাপু মজুমদাৰ


(কবি পৰিচিতি : ১৯৩৪ চনৰ ১৮ আগষ্ট এটা পাঞ্জাৱী পৰিয়ালত জন্ম হৈছিল সম্পূৰ্ণ সিং কালৰাৰ। যি গৰাকী ব্যক্তি আমাৰ ওচৰত কবি গুলজাৰ চাহাব হিচাপে অধিক জনপ্ৰিয়।)

মনত আছে এদিন

মোৰ টেবিলত বহি

চিগাৰেটৰ পেকেটৰ ওপৰত

তুমি এটা স্কেচ্ছ আঁকিছিলা

আহি চাই যোৱাঁ-

আজি সেইজোপা গছত ফুল ফুলিছে !

---

ঠিকনা :

পাপু মজুমদাৰ

বি. বৰুৱা পথ, আমোলাপট্টী

নগাঁও, অসম

ডাক : ৭৮২০০৩

ভ্ৰাম্যভাষ : ৯৮৬৪২০১৭৭৯

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)