৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাক্ষী

লেখকঃ অনুবাদ : পাপু মজুমদাৰ • প্ৰকাশিতঃ ২৮ জুন, ২০২৬
১ মিনিট পঠন • ২৬২১ বাৰ পঢ়া হৈছে

 মূল : অয়ন তালধী (বাংলা) 

অনুবাদ : পাপু মজুমদাৰ


এজন চিত্ৰশিল্পী

গোটেই জীৱন মানুহৰ ছবি

আঁকিছে৷ 

চকু আঁকিছে, ওঁঠ আঁকিছে, 

হাতৰ শিৰাও৷

মৃত্যুৰ পূৰ্বে নিজৰ

এটা প্ৰতিকৃতি আঁকিবলৈ গৈ

কেনভাছ উকা কৈ ৰাখি দিলে৷ 

কাষত লিখা আছিল-

“যাক সবাতোকৈ বেছি দেখিছো, 

তাকেই সবাতোকৈ কম চিনি পাইছো৷”

 

ফোনঃ ০৯৮৬৪২০১৭৭৯

 

অ
লেখকৰ পৰিচয়

অনুবাদ : পাপু মজুমদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)