৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আনন্দ

লেখকঃ অনুবাদ : নয়ন মণি মিশ্ৰ • প্ৰকাশিতঃ ২৮ জুন, ২০২৬
১ মিনিট পঠন • ৪৪৬৩ বাৰ পঢ়া হৈছে

মূল : সুভাষ মুখোপাধ্যায় (বাংলা) 

অনুবাদ : নয়ন মণি মিশ্ৰ


 

ৰাস্তাৰ সৰু সৰু গাঁতত

জমা আছিল

আমাৰ চকুলো৷ 

অলপো থিয় নোহোৱাকৈ

তাৰ ওপৰেদি

জপিয়াই জপিয়াই গুচি গ'ল

সময়৷ 

কেৱল এজন আঁঠুকাঢ়ি 

তলমূৰ হৈ

পানীত পৰা আকাশখনক

নিখুঁত কৈ চায়-

আৰু ঠিক তেতিয়াই

তাৰ সেওঁতাৰ পৰা ছিটিকি 

আকাশৰ গাত 

আনন্দৰ ৰং লাগে। 

   ***


ফোনঃ ৮৪০৩৮৪১৬১৭

 


অ
লেখকৰ পৰিচয়

অনুবাদ : নয়ন মণি মিশ্ৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)