৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চপাই আন মানুহৰ মাত

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২১
২ মিনিট পঠন • ১২৭৮ বাৰ পঢ়া হৈছে

কুঁকি কল্পিতা বৰা 



মানুহৰ কাষে পাৰে মানুহ নেদেখাৰ পৰা 
অতবোৰ মুখ কেনি ওলায়,
ইমান মানুহ নিজৰ পৰা  কোন বেলাত কেনি পলায় !

মুখবোৰ কেনিবা হেৰাই যাওক 
মানুহবোৰ মানুহৰ বুকুলৈ উজাই আহক 
মানুহ মমতাৰে বুজন মানুহতেই মানুহৰ সৃজন 
চেতনাই বিচাৰে হৃদয়ে সামৰে 

মানুহ 

মুখা আৰু মোখোৰা মুখেহে পিন্ধে

মানুহৰ মুখে

মানুহ এজনে মোক এদিন মানুহ হ'বলৈ ক'লে 
মোৰ পৰা মানুহজনে মানুহ হোৱাৰ বতৰাকে পালে
মানুহবোৰে মানুহৰ কথা পাতি 
মানুহ বিচাৰি বিচাৰি এদিন মোকো বিচাৰিলে 

তথাপি মানুহবোৰে মানুহ নেদেখিলে 
নে মোৰ চকুৱে মানুহ নমনিলে
নে মানুহবোৰক মানুহবোৰে শুৱাই থ'লে! 


মানুহ আছেই, মানুহ থাকেই 
এতিয়াও বহুত মানুহ জীয়াই আছে  
নগৰতো গাঁৱতো পথাৰতো মানুহৰ চকুতো 

মানুহক কোনোবাই লুকুৱাই ৰাখিছে
মানুহক কোনোবাই কাঢ়ি লৈ গৈছে 

মানুহক বুকুলৈ চপাই আনক 
মানুহক সামৰি ৰাখক 

মানুহবোৰ আমাৰ হৈ থাকক
অমৰ হৈ...


ঠিকনা :

কমলাবাৰী,মাজুলী 
পিন : ৭৮৫১০৬
ফোন : ৮৮১১৮০৩৪২৩





অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)