৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বানানৰ পদ্য

লেখকঃ প্ৰদীপ পাটগিৰি‍ • প্ৰকাশিতঃ ৩০ আগষ্ট, ২০২০
১ মিনিট পঠন • ১১০৯ বাৰ পঢ়া হৈছে

প্ৰদীপ পাটগিৰি

শোটাৰে সাৰি থাকোঁতে ঘৰৰ চোতাল

মইনাৰ নাকেৰে বৈ গ’ল শেঙুনৰ সোঁতা,

মিতাৰ লগত কাজিয়া নকৰিবি

সমস্যাবোৰ আলোচনাৰে মিটা।

প্ৰচণ্ড ৰ’দৰ বাবে ৰদ কৰা হ’ল

মাৰাথন দৌৰ প্ৰতিযোগিতা,

হুতা সঠিক নহ’লে ভাত নিসিজে

চৰুৰ চাউল হৈ ৰয় হুঁটা ।

পানীয়খিনি যদিও ভালদৰে ছেকা

কাপোৰত লাগিল তাৰ চেকা,

জোকা-জকি নকৰিবা মুনুৰ লগত

বেচেৰীৰ বেমাৰত ওলাইছে জঁকা।

ডাবি-ধমকি নিদিবি কাকো

ধন-সম্পত্তি নকৰিবি দাবী,

ঘৰৰ ছাবি বিচাৰি নাপালে

আমালৈ অলপ বাট চাবি। 

                

গাঁও: বাৰাপেটা

ডাক: মইনামাতা

জিলা: বাকসা, অসম

পিন: ৭৮১৩১৫

ভ্ৰাম্যভাষ: ৮৪৭৪০ ২১৫২৫

প
লেখকৰ পৰিচয়

প্ৰদীপ পাটগিৰি‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)