সেউজী সেউজী সেউজী অ'
ড০ প্ৰাণজিৎ বৰা ৬ তিলতিল আৰু মিতিলক বুঢ়ীজনীয়ে কি কৰিলে বাৰু? বুঢ়ীজনী সঁচাকৈয়ে যাদুকৰ নে আন কিবা? মাটিত বৰশী বোৱা মানুহে কৰোঁ বুলিলে...
অন্যযুগ সূচী
শিশুজগত
ড০ প্ৰাণজিৎ বৰা ৬ তিলতিল আৰু মিতিলক বুঢ়ীজনীয়ে কি কৰিলে বাৰু? বুঢ়ীজনী সঁচাকৈয়ে যাদুকৰ নে আন কিবা? মাটিত বৰশী বোৱা মানুহে কৰোঁ বুলিলে...
ড° বুলজিৎ বুঢ়াগোহাঁই আজিৰ প্ৰতিযোগিতামূলক বিশ্বত কেৱল শৈক্ষিক উৎকৰ্ষই সফল কেৰিয়াৰৰ নিশ্চয়তা প্ৰদান নকৰে৷ বৰ্তমানৰ নিয়োগকৰ্তা, উচ্চ...
ড॰ প্ৰাণজিৎ বৰা৫ বাসৱী বাইদেউ বিয়া হৈ গুচি যাবৰ পাছত বাইদেউৰ ঠাইত স্কুললৈ নতুন ছাৰ এজন আহিছে। দেখাত ক্ষীণ-মীন, চকুত পাতল ফ্ৰেমৰ চশমা...
ড° ইন্দ্ৰানীৰেখা শইকীয়া শিৰোনামটো দেখি আচৰিত হৈছে নেকি? হয়, আমি শিশুক কেতিয়াবা কেতিয়াবা খেলত হাৰিবলৈও দিব লাগে৷ খেল কেৱল শিশুসকলৰ...
নিৰু দত্ত লাহি-পাহি পখিলাই ফুলক সুধিলে, ৰংবোৰ তোমাক বাৰু কোনে সানি দিলে ? কথা শুনি ফুল মৰমতে পমিলে, জাক জাক পখিলা জিকমিক পাখি ৰেণু...
নৱনীতা ভট্টাচাৰ্য্যবয়স বাঢ়ি অহাৰ লগে লগে মানুহ পৰিপক্ক হৈ উঠে৷ অৱশ্যে ইয়াৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ আটাইতকৈ গুৰুত্বপূৰ্ণ৷ সেইবাবে শিশুক...
ড° ইন্দ্ৰানীৰেখা শইকীয়া(বি:দ্ৰ: উপযুক্ত শুৱলা প্ৰতিশব্দৰ অভাৱত open ended toys শব্দলানিকে ব্যৱহাৰ কৰা হ’ল) বিভিন্ন ইলেক্ট্ৰ’নিক গেজেট...
ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰতত ক্ৰিকেট কেৱল এটা খেল নহয়, ই হৈছে এক আৱেগ, যিয়ে সমগ্ৰ দেশৰ লাখ লাখ মানুহক একত্ৰিত কৰি ৰাখে৷ দেশৰ অসংখ্য...
ড° অমৃত গোস্বামী বৰ্তমান সময়ত ৰন্ধন ব্যৱস্থাত পূৰ্বৰ খৰিৰ পৰিৱৰ্তে এলপিজি(LPG)-য়ে মুখ্য ইন্ধন হিচাপে স্থান ল’লে৷ যিহেতু ইয়াৰ বাবে...
ড° অনিল চন্দ্ৰ বৰা একবিংশ শতিকাত মানুহে অভূতপূৰ্ব প্ৰযুক্তিগত উন্নতি লাভ কৰিছে৷ কৃত্ৰিম বুদ্ধিমত্তা, মেশ্বিন লাৰ্নিং, ক্লাউড...
ড° বুলজিৎ বুঢ়াগোহাঁই আধুনিক বিশ্বত সংবাদ মাধ্যমে শিক্ষাৰ্থীসকলৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰে৷ সাংবাদিকসকলে কেৱল সংবাদ পৰিৱেশনেই নকৰে...
ড° ইন্দ্ৰানীৰেখা শইকীয়া খেলা-ধূলা হৈছে শৈশৱৰ প্ৰকৃত কাম আৰু ইয়াৰ জৰিয়তেই শিশুৱে পৃথিৱীখনৰ বিষয়ে শিকে৷ বিভিন্ন ধৰণৰ খেলত লিপ্ত হৈ...
ড০ প্ৰাণজিৎ বৰা৪সেই ৰাতি থুপিতৰাই এটা আচৰিত সপোন দেখিলে।তাই দেখিলে যে জোনাকী পৰুৱাবোৰ বিচাৰি বিচাৰি তাই হাবিৰ মাজে মাজে অকলে অকলে ঘূৰি...
ড০ অনিল চন্দ্ৰ বৰা কণা পদাৰ্থ বিজ্ঞানৰ ষ্টেণ্ডাৰ্ড মডেল হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক উপাদানসমূহ— কোৱাৰ্ক, লেপ্টন আৰু বল বহনকাৰী...
ড° বুলজিৎ বুঢ়াগোহাঁই অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন...
ড° ইন্দ্ৰানীৰেখা শইকীয়া আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা...
ড০ প্ৰাণজিৎ বৰা৩ এদিন সন্ধিয়া দেউতাকে আহি দৃশ্যটো দেখি বিচুৰ্তি খালে। গোপালে পীৰা এখনত বহি লৈ বেৰত আঁউজি চকুদুটা মুদি লৈ পদ্য মাতি...
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমী’ৰ পঞ্চমশ্ৰেণীৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবিবিহু...
ড০ প্ৰাণজিৎ বৰা২ ঘৰৰ পিছবাৰীখন ঘাঁহ-বন-হাবিৰে একাঁঠু হৈ আছে কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা...
ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ...
ড° বুলজিৎ বুঢ়াগোহাঁই কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্ৰুতগতিত শিক্ষা, চিকিৎসা, উদ্যোগ, প্ৰশাসন আদি বহু ক্ষেত্ৰত প্ৰৱেশ কৰিছে, তথাপিও কিছুমান...
নৱনীতা ভট্টাচাৰ্য্য(৮) ভীমৰ কীচক বধ আৰু স্বৰ্গযাত্ৰা সাধুটো শুনি বনীয়ে স্বস্তিৰ নিশ্বাস পেলালে, যেন ডাঙৰ বিপদ এটাহে আঁতৰিল৷ সি লগে লগে...
ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাক বিশ্বজনীনভাৱে জ্ঞান, দক্ষতা আৰু সামগ্ৰিক ব্যক্তিগত বিকাশৰ এক মুখ্য পথ হিচাপে স্বীকৃতি দিয়া হৈছে৷ শিক্ষাৰ...