৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পঢ়ুৱৈৰ মতামত

লেখকঃ নিৰ্বাচিত মতামত • প্ৰকাশিতঃ ২৯ ছেপ্টেম্বৰ, ২০২০
২ মিনিট পঠন • ২৩৯৫ বাৰ পঢ়া হৈছে

আলোচনীখন উচ্চ মানৰ হৈছে৷ আশা কৰোঁ পঢ়ুৱৈ‍ হিচাপে  ধন্য হ´ম৷

ধৰণী নেওগ

dharanineog61@gmail.com

প্ৰশংসনীয় পদক্ষেপ৷ নিশ্চয় ৰাইজৰ মাজত সঁহাৰি পাব৷ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞি‍ ছাৰৰ লগতে আন কেইবাজনো বিশিষ্ট সাহিত্যিক থকাৰ বাবে ৰাইজৰ মাজত সমাদৰ লাভ কৰিব৷

ৰাজীৱ শৰ্মা

rajibsharma14@gmail.com

আলোচনীকেন্দ্ৰিক অসমীয়া সাহিত্যৰ ইতিহাসত ‘অন্যযুগ’ এক ব্যতিক্ৰমী সংযোজন৷ কেইবাখনো অনলাইন আলোচনীয়ে অসমীয়া সাহিত্যৰ সৃষ্টি, বিচৰা আৰু প্ৰসাৰত  গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে যদিও এখন ছি‍ৰিয়াছ অনলাইন আলোচনীৰ প্ৰয়োজন  ‘অন্যযুগ’-এ পূৰণ কৰিছে৷ অন্যযুগলৈ শুভেচ্ছা৷

পৰেশ খনিকৰ

 pareshkhanikar2016@gmail.com

ভাল লাগিছে পঢ়ি। ওজস্বী লেখা... সমৃদ্ধ হৈ ৰওক  পঢ়ুৱৈৰ পৃথিৱীত ইতিহাসৰ ফুল গুঁঠি৷

ৰাতুল কুমাৰ বৰা

ratulbora896@gmail.com

‘অন্যযুগ’ নামৰ এই সপোনৰ নৈখন নিৰৱধি বৈ থাকিব। কাৰণ ইমান সহজলভ্যভাৱে‍ ইমানখিনি প্ৰয়োজনীয় কথা উপলব্ধ হোৱাকৈ আমি অন্য কোনো লেখা আজি পৰ্যন্ত পঢ়িবলৈ পোৱা নাই। অন্যযুগৰ দীৰ্ঘায়ু আৰু উত্তৰোত্তৰ কামনা কৰিছোঁ।

দিগন্ত বৰবৰা, তেলগৰম

ডাক: কানাইঘাট

পিন: ৭৮৫৬৯৯

গোলাঘাট (অসম)

ভ্ৰাম্যভাষ: ৬০০১৩৫৩৩৩৪

ন
লেখকৰ পৰিচয়

নিৰ্বাচিত মতামত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

ক’ৰোনা-কালৰ কথাৰ কাহিনী
পুলিন কলিতা • ২৩ আগষ্ট, ২০২৬
সংগীত সাগৰৰ পাৰত এজন অসমীয়া
পুলিন কলিতা • ২৫ জুলাই, ২০২৬
নোবোলো তোক সোণৰ অসম…
পুলিন কলিতা • ২৯ জুন, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)