— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ (Table of Contents)
| গ্ৰন্থ আলোচনা | |
|---|---|
| মেডিকেল ক্লাউনিং, পৱিত্ৰ ৰাভা আৰু কিছু অনুভৱ | অনুভৱ মহন্ত |
| লেখকৰ মৃত্যু | ৰঞ্জুমণি মহন্ত |
| অকণমান চিন্তা-চৰ্চা | শিক্ষাৰ ঊৰ্ধ্বত জ্ঞানৰ পৰিধি |
| পঢ়ুৱৈৰ মতামত | নিৰ্বাচিত মতামত |
| গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী | আবেদুৰ ৰহমান |
| কবিতা | |
| মূল কবিতা: ‘The Fire Sermon’ (The Waste Land) | মূল (ইংৰাজী): টি.এছ. এলিয়ট |
| কবিতা | সুদৰ্শনা বৰদলৈ |
| গল্প | |
| সোণালী ৰঙৰ জোতাযোৰ | নীলাক্ষী চলিহা গগৈ |
| হৃদয়ালয় | বিশ্বজ্যোতি শৰ্মা |
| মৌন সময় অৱৰুদ্ধ মন | অংগনা ভট্টাচাৰ্য |
| পাব্জি খেলা ল’ৰাটো | সিদ্ধাৰ্থ গোস্বামী |
| জন্মদিনৰ গল্প এটা | বিদ্যুৎ বিকাশ শৰ্মা |
| জ্যামিতি | দৰ্পনা শইকীয়া |
| গোট মৰা ঘৃণা, গলি যোৱা প্ৰেম | পঞ্চানন হাজৰিকা |
| বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞা | সাক্ষাৎগ্ৰহণ: |
| কবীন ফুকনৰ সৈতে প্ৰদীপ আচাৰ্য্যৰ কিছু অন্তৰংগ আলাপ | সাক্ষাৎগ্ৰহণ: |
| বাট | পংকজ প্ৰতিম বৰদলৈ |
| বৃক্ষ মানৱ | পাপৰি বৰ্মন |
| মাদলি | পৰিস্মিতা বৰদলৈ |
| ফুলদানীৰ ফুল | যুগল লোচন দাস |
| ন’টবুক | (বাংলা) |
| শংখমালা | (বাংলা) |
| গিনীপিগ্ | অপূৰ্ব কুমাৰ শইকীয়া |
| শিশুজগত | |
| প্ৰকৃতি | দাদুল দেৱকৃষ্ণ |
| ভালহালা | অব্যক্ত নিৰ্বাণ ৰাজখোৱা |
| অ-ফলাৰ পদ্য | গীতাঞ্জলি বৰকটকী ভাগৱতী |
| যুদ্ধ | হজৰত আলী |
| বানানৰ পদ্য | সংকল্পজিৎ শইকীয়া |
| বানানৰ পদ্য | প্ৰদীপ পাটগিৰি |
| লতা আৰু ককা | স্বপ্নালী কলিতা |
| সেউজপুৰৰ সাধু | স্মৃতিৰেখা দেৱী |
| কাৰ্টুন | |
| ৰন্ধন-কলা | তৰু চেতিয়া ফুকন |
| শিল্প-কলা | পৰেশ ভূঞা |
| বেহুৱা | চিৰঞ্জীৱ দত্ত |
| প্ৰবন্ধ | |
| সম্পাদকীয় | অন্যযুগ সাহিত্য পৰিষদ |
| উপন্যাস | |
| পিছলৈ উভতি চাওঁ: ৭ | ড˚ পোনা মহন্ত |
| সিপাৰে যমুনাৰ ... | আকাশ দীপ্ত ঠাকুৰ |
| অনুবাদ | |
| নবীন কবিলৈ চিঠি | অনুবাদ: ৰমানন্দন বৰা |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।