৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বানানৰ পদ্য

লেখকঃ প্ৰদীপ পাটগিৰি‍ • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২০
১ মিনিট পঠন • ৩১৬৫ বাৰ পঢ়া হৈছে

প্ৰদীপ পাটগিৰি 

নোমলে আনিলে নোমাল কুকুৰ
দেখিবলৈ বৰ ভাল,
পাল খুৰাই নৈত মেলিছে নাও
তৰি দিছে শুকুলা পাল৷

ছাইৰ বিশাল স্তুপ চাই
অন্তৰত লাগিল দুখ,
সকলো যে‍ চাই হৈ গ’ল
সকলোৰে সকৰুণ মুখ৷

পুখুৰীত চিপ বাই আছিলোঁ
চিপ চিপ বৰষুণত তিতি,
ডাঙৰ বাই ক’ৰবাৰ পৰা
দৌৰি আহিল লৈ ফুলাম ছাতি৷

ধোৰা সাপ ধৰা মানুহজন
হেনো মায়ঙৰ যাদুকৰ,
গৰমৰ বন্ধত গুৱাহাটীলৈ যাম
চাম চিৰিয়াখানা, যাদুঘৰ৷

ঠিকনা :

গাঁও :  বাৰাপেটা

ডাক :  মইনামাতা-৭৮১৩১৫, বাকসা, অসম

ভৰ্ৰাম্যভাষ :  ৮৪৭৪০ ২১৫২৫

প
লেখকৰ পৰিচয়

প্ৰদীপ পাটগিৰি‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)