৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বাছষ্টপ

লেখকঃ অনুবাদ • প্ৰকাশিতঃ ২৭ মে’, ২০২৬
১ মিনিট পঠন • ২৩৯৩ বাৰ পঢ়া হৈছে

 মূল : নৱাৰুণ ভট্টাচাৰ্য (বাংলা) 

অনুবাদ : নয়ন মণি মিশ্ৰ

 

 

যিসকল নামিছিল তেওঁলোক গুচি গৈছে

যিসকল উঠিছিল তেওঁলোকো, 

সকলোখিনিৰ পাছত

অকলে থিয় হৈ আছে বাছষ্টপ৷ বাট-পথ তিতিছে ৰাতিৰ বৰষুণত, 

টোপাল টোপাল পানী

তাঁৰৰ মাজেদি গুচি গৈছে, 

অকলে থিয় হৈ আছে বাছষ্টপ৷ 

পৃথিৱীত যদি সকলো গুচি যায়

এটাও যদি কবিতা লিখা নহয়

বাছষ্টপৰ একো  ক্ষতি নহয়, 

অকলে থকাৰ ভয় পাৰ হৈ

অকলেই থিয় হৈ থাকিব বাছষ্টপ৷ 

 

 ***

ঠিকনা :

ৰামকৃষ্ণ পথ, ইটাচালী

নগাঁও, অসম

ফোন : ৮৪০৩৮৪১৬১৭

অ
লেখকৰ পৰিচয়

অনুবাদ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)