অমৃতা প্ৰীতমৰ তিনিটা কবিতা
অনুবাদ : দীপজ্যোতি বৰা (১) এখন চিঠি মই– এচুকত পৰি থকা এখন কিতাপ অথবা কোনো সন্তৰ সিদ্ধ-বচন, ৰুদ্ৰাক্ষৰ এডাল মালা অথবা কামশাস্ত্ৰৰ এটা কাণ্ড...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
অনুবাদ : দীপজ্যোতি বৰা (১) এখন চিঠি মই– এচুকত পৰি থকা এখন কিতাপ অথবা কোনো সন্তৰ সিদ্ধ-বচন, ৰুদ্ৰাক্ষৰ এডাল মালা অথবা কামশাস্ত্ৰৰ এটা কাণ্ড...
নাছিৰ আহমেদ অতীজৰে পৰা চন্দ্ৰ সম্পৰ্কে বিভিন্ন ধৰ্মীয় আখ্যান, কিংবদন্তি, সাধুকথা প্ৰচলিত হৈ আছে। হিন্দুধৰ্মীয় বিশ্বাসমতে চন্দ্ৰ হ’ল...
উজ্জ্বল স্মৰণ দত্ত ইলাহী কথাবোৰত পাক ধৰিছে চাপৰি বাজিছে চাপৰত ৰাগীত ৰাগী লাগিছে ৷ কাকূতি বাঢ়িছে আকুতি বাঢ়িছে মেহফিল বহিছে মজলিছ বঢ়িছে চলি...
ড˚ বিৰিঞ্চি কুমাৰ দাস জীয়াই থকাহ’লে যাৰ বয়স এতিয়া এশ পঁচিছ বছৰেই হ’লহেঁতেন, সেইগৰাকী জীৱনৰ চল্লিছটা বছৰো জীয়াই থাকিবলৈ নোপোৱা কবিয়ে এবাৰ...
মূল : হুমায়ূন আহমেদঅনুবাদ : ড° জোনালী পাটোৱাৰী বৰাধানমণ্ডি তিনি নম্বৰ ৰোডৰ ফ্লেট এটাত চগিৰণে কাম এটা পাইছে। কেঁচুৱা ৰখাৰ কাম। কেঁচুৱাৰ...
নিজৰা ৰাজকুমাৰী এটা এৰিয়েল শ্বটত এজাক পথচাৰী। সকলোৰে হাতে-কাণে ম’বাইল ফোন। এৰিয়েল শ্বট বাবেই দৃশ্যটো আকৰ্ষণীয় হৈ উঠিছে। তদুপৰি বৰ্তমান সময়�...
অংকুৰণ আৰ্ফ পদ্যকথা – ১ সময়ৰ পথেদি এটা কাহিনী এই গড়ৰ ওপৰেদি বুৰঞ্জীৰ ঘোঁৰাত উঠি খটপ খটপকৈ পাৰ হৈ যায় সময়ৰ সুৰুঙাৰে সৰি পৰা মাটিৰঙী পা�...
দাদুল ভূঞা অলপ পিছতে ইয়াত এন্ধাৰ হ’ব বেলিটোকে লগতে লৈ যাওঁ ব’ল পানীগাঠি বিষত জুৰুলি-জুপুৰি চকুৰে একোকে নমনি জৰা, ব্যাধি সকলোতেচোন আছোঁ...
অন্বেষী বৰা মই ধৃতৰাষ্ট্ৰই কৈছোঁ। অন্ধত্বই উপহাৰ দিয়া দৃষ্টিহীনতা অথবা দৃষ্টিহীনতাত লুতুৰিপুতুৰি অন্ধত্ব, খেল মাথোঁ সংজ্ঞাৰ। বুজে...
অমৃত গোস্বামী বুৰঞ্জীত ঘটনাপ্ৰৱাহৰ ঘাইকৈ তথ্যনিৰ্ভৰ বিস্তৃত বিৱৰণ পোৱা যায়। অন্যহাতেদি বুৰঞ্জীমূলক উপন্যাস একোখনত ঘটনাপ্ৰৱাহৰ বিৱৰণৰ...
নীলাভ সৌৰভ ছাতি ফুলিবলৈ বতৰ লাগে শীতত নুফুলিলে ইমান একো ক’ব লগা নাথাকে কেৱল নপৰে পৃথিৱীখন যদি ঘুৰি আছে তলৰপৰা ওপৰলৈও উঠে বৰষুণ কেৱল নপৰে...
ৰমানন্দন বৰাদুই খেতি কৰিছিল৷ বেণুৱে খেতি কৰিছিল৷ নতুন চাপৰিত নতুন মাটি ভাঙি নতুন ধৰণেৰে বেণুৱে খেতি কৰিছিল৷ নতুন চাপৰিত জন্মি মহাজন আৰু...
বিদিশা দত্ত(৫) বেলিৰ পোহৰে হাবিখন স্পৰ্শ কৰিছে। হাবিৰ ভালেখিনি জন্তু, চৰাই আৰু পতংগ পাহাৰলৈ বুলি আগবাঢ়িছে। চিম্পিয়েও এইবাৰ দেৱতাৰ সভালৈ...
নিতুপৰ্ণ ৰাজবংশী ...
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁনিউ গুৱাহাটী, কামৰূপ(মেট্ৰ')ৰ টেণ্ডাৰ-প্লে’ প্ৰি-স্কুলৰ নাৰ্চাৰীৰ ছাত্ৰী অনাহিতা শৰ্মাই অঁকা ছবি...
পংকজ প্ৰতিম বৰদলৈ একবিংশ শতিকাৰ আৰম্ভণিৰ বৰ্ষকেইটাত ৰাজ্যখনৰ এখন মফচলীয় চহৰৰ গ্ৰাম্য অঞ্চল এটাৰ পৰা পোনেই আহি দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ...
উদয় কুমাৰ বৰুৱা কত যে সপোন উজাই আহে ৰাতিৰ নীৰৱতা ভেদি তাৰে এটাৰ গাত ভেজা দি পালোঁহি এই মায়াৰ নগৰ । যেন মৰুৰ মাজত মৰূদ্যান হৈ ফুলি থকা এখন...
মিণ্টুল হাজৰিকা “ উৰি গ’ল ৰাজহংস পৰি গ’ল পাখি ৷ সিও দেহা পৰি ৰৈলা যমুনাৰ বালি ৷৷” ১. চহা বুকুৰ মঙহ খুৱাই মাটিমুখে ধোঁৱাচাঙত সাঁচে ভাটিকাললৈ...
জয়ন্ত দত্তসেইদিনা বাপেক পুতেকৰ খকাখুন্দাখনত গধুৰ হৈ পৰিছিল দুপৰীয়াটোৰ বুকু... আমি বাপেকৰ ফালৰ পৰা চাই বাপেকক শুদ্ধ দেখিছিলোঁ আৰু পুতেকৰ...
ড° বুলজিৎ বুঢ়াগোহাঁই মীন বিজ্ঞান হৈছে এক বহুমুখী পাঠ্যক্ৰম যিয়ে মীন পালনৰ ব্যৱস্থাপনা আৰু বুজাৰ অনুশাসনৰ বিষয়ে শিকায়। মীন বিজ্ঞান...
জুনু বুঢ়াগোহাঞি নাথ এইযে আমি কিমান হেৰুৱাই আছোঁনিজক নিজৰে পৰাহেৰাই আছোঁ ইজন-সিজনৰ পৰাকাৰো খতিয়ান নাই ৷কোমল মাটিত গজা গাঁওখনহেলনীয়া বতাহ�...
মিণ্টু বুঢ়াগোহাঁইআইৰ আশীসূঁতাৰ শুকুলা চাদৰখনৰ আঁচলতমুখ গুজি নিজকে ৰক্ষা কৰা দিনৰে পৰাআত্ম সন্তুষ্টিৰে অনুভৱ কৰোঁ সুখ ৷ভাতৰ নিসনিৰে সূতা�...
পৰাগজ্যোতি মহন্ত জানিবও পাৰে শেষ হৈ অহা কফিৰ পিয়লাই প্ৰেমৰ বাবে চুমা নে চুমাৰ বাবে প্ৰেম হ’ল কি নহ’ল সঠিক স্থান ওঁঠযোৰৰ বাচি ল’লে চুমাই...
অৰ্চনা ঠাকুৰীয়া এইমাত্ৰ ঠিক সূৰ্যোদয়ৰ পূৰ্বে জী উঠিছে মোৰ চহৰ কুশল প্ৰেমিকৰ স্পৰ্শত প্ৰাণ পাই উঠিছে দিগম্বৰী বালাৰ অহল্যা বুকুকেনেকৈ কাটি...