৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭৬ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৩ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
উপন্যাস ২৭ মে’, ২০২২

দ্য লেণ্ড অৱ্ ঝাৰিচ্

স্ৰোতস্বিনী তামুলী ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল। বৰঞ্চ...

লেখকঃ স্ৰোতস্বিনী তামুলী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৭ মে’, ২০২২

দিছলেক্সিয়া

পম্পি বৰা বৈশ্য"তাৰে জমিন পৰ" চিনেমা খনৰ সেই ঈশান নামৰ সৰু ল'ৰাজনক মনত আছে চাগে নিশ্চয়। সেই যে ঈশানে ভালকৈ পঢ়িব লিখিব নোৱাৰিছিল। বি/ ডি, পি...

লেখকঃ পম্পি বৰা বৈশ্য সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৭ মে’, ২০২২

সাহিত্যৰ অধ্যয়নক্ষেত্ৰৰ উদ্বেগজনক পৰিৱেশ

ভাৰতবৰ্ষৰ দৰে বহুভাষিক দেশ এখনৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাত ঘাইকৈ ভাষিক পাৰ্থক্যৰ কাৰণেই একক ভাষা-সাহিত্যৰ পাঠ্যক্ৰম কল্পনা কৰিব নোৱাৰি৷...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ মে’, ২০২২

নৃত্যৰতা পৃথিৱীৰ কবিলৈ

জোনমণি দাস দুপৰীয়াটোৰ ডেউকা গজিলত মই পানীৰ পোছাকযোৰ খুলি থ'লোঁ আৰু আৱাহনী মন্ত্ৰৰে বোধন কৰিলোঁ বসন্তক শিলবোৰ নৈ হৈ বৈ গ'ল পখিলাৰ পাখিত ৰঙা...

লেখকঃ জোনমণি দাস সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৫ মে’, ২০২২

গেণ’ডাৰ্মা লুচিডাম– প্ৰকৃতিৰ এক বিস্ময়

অৰবিন্দ ডেকা গেণ’ডাৰ্মা লুচিডাম হৈছে ৰঙা ৰঙৰ গেণ’ডাৰ্মা প্ৰজাতিৰ এবিধ কাঠফুলা৷ ইয়াক সাধাৰণতে ইউৰোপ আৰু চীন দেশত পোৱা যায় যদিও পুষ্টিগত গুণৰ...

লেখকঃ অৰবিন্দ ডেকা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৪ মে’, ২০২২

বৈকল্পিক ৰাজনীতি, বিৰোধিতা আৰু বিৰোধীৰ বিকল্প

ইন্দ্ৰজিৎ বৰা (১) ৰাজনীতিয়ে তেতিয়াহে উত্তৰণৰ ভাষা বিচাৰি পায়, যেতিয়া মানুহে নিজা মানৱীয় সত্তাটোক বাহ্যিক শক্তিবিলাকৰ ওচৰত সমৰ্পণ নকৰি...

লেখকঃ ইন্দ্ৰজিৎ বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ মে’, ২০২২

মগনীয়া

মূল হিন্দী (ভিক্ষুক) : সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা অসমীয়া অনুবাদ: দীপমণি দাসতেওঁ আহেআমাৰ হৃদয় চিৰাচিৰ কৰি দিব পৰা দুৰ্বহ মুখ এখন লৈ ৰাস্তালৈ...

লেখকঃ মূল হিন্দী (ভিক্ষুক): সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৪ মে’, ২০২২

ৰঘুবংশ

মূল: মহাকবি কালিদাসঅনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত|| ২য় অধ্যায় ||দিলীপ আৰু নন্দিনীপুৱাই যশস্বী প্ৰজাধিপতিৰ জায়াই দামুৰিক দিয়ে পিবলৈ আৰু...

লেখকঃ মূল: মহাকবি কালিদাস সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২৪ মে’, ২০২২

নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ : এটি আলোচনা

ভাস্কৰ ভূঞা নন্দিতা দেৱীৰ প্ৰথমখন উপন্যাসেই ঔপন্যাসিকগৰাকীক অসমীয়া সাহিত্যত সবলভাৱে প্ৰতিষ্ঠা কৰালে৷ এগৰাকী কাহিনী কথক হিচাপে লেখিকাৰ এয়া...

লেখকঃ ভাস্কৰ ভূঞা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৪ মে’, ২০২২

সমুদ্ৰ-মন্থন, কাৰ্বন ফুটপ্ৰিণ্ট, আৰু অনাৱিষ্কৃত জীৱৰ সম্ভাৱ্য অৱলুপ্তি

ড° ভাৰত বৰুৱা ১৮৪৯ পৰা ১৮৫৫ চনৰ ভিতৰত কেলিফৰ্নিয়াৰ ছেমুৱেল ব্ৰেনন নামৰ মানুহজন হৈ পৰিছিল মিলিঅ’নিয়াৰ। তাৰ কাৰণ হৈছে কেলিফৰ্নিয়াৰ...

লেখকঃ ড° ভাৰত বৰুৱা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৪ মে’, ২০২২

চৰাই চিনো আহক - ২

হেমন্ত কুমাৰ গগৈ নাম: চাকৈ চকোৱাইংৰাজী নাম: Ruddy Shelduck, Brahminy Duck বৈজ্ঞানিক নাম: Tadorna ferruginea সংৰক্ষণ স্থিতি: নূন্যতম...

লেখকঃ হেমন্ত কুমাৰ গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ মে’, ২০২২

ভুলতে তোমাৰ ঠিকনা নিদিবা

সুশান্ত বৰা ভুলতে তোমাৰ ঠিকনা নিদিবা ভুল হ’বলৈ ভুলে বাট পালে হোৱাৰ ভুলক ভুল বুলি নক’বা ৷ ঠিকনা ভুল কৰা বহু পথিকৰ অপঠিত কবিতা ৰাতি উচাপ খাই...

লেখকঃ সুশান্ত বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ মে’, ২০২২

মুখা

ড° চিত্ৰজিৎ শইকীয়া দেখা আৰু নেদেখা অনেক মুখা মুখাৰ অন্তৰালতো আন এক মুখা সবাক মুখক নিৰ্বাক কৰিবলৈ মুখা লাগে নিজক সুৰক্ষিত স্থানত ৰাখিবলৈয়ো...

লেখকঃ ড° চিত্ৰজিৎ শইকীয়া সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৪ মে’, ২০২২

বচা বকুল

ৰমানন্দন বৰাদহ আস্‌.... এটা আৰ্তনাদ৷ বেণুৰ পিঠিত জোং লগা গধূৰ বস্তু এটাই প্ৰচণ্ড জোৰত ঢকা মাৰিলে৷ সি হামখুৰি খাই পৰিল৷ ঝাউবনৰ গুৰিত পৰি তাৰ...

লেখকঃ ৰমানন্দন বৰা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৪ মে’, ২০২২

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক(৩০) বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ পৰামৰ্শ দিছিল৷...

লেখকঃ ৰচনা পাঠক সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ এপ্ৰিল, ২০২২

অচিনাকী নিৰ্জনতাৰ পৰা চিনাকী নীৰৱতালৈ কবি নীলমণিৰ অন্বেষণত

সঞ্জীৱ সভাপণ্ডিত মই এখন চিনেমা নিৰ্মাণ কৰিছিলোঁ৷ নাম আছিল– জাংফাই জোনাক৷ ইংৰাজীলৈ ভাবানুবাদ কৰি নাম দিছিলোঁ – From the Shadow of Silence৷...

লেখকঃ সঞ্জীৱ সভাপণ্ডিত সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ এপ্ৰিল, ২০২২

নীলমণি ফুকনৰ কবিতা : বোধ, বৈভৱ আৰু সমৃদ্ধিৰ ব্যাখ্যান

ড° প্ৰাণজিৎ বৰানীলমণি ফুকনৰ কবিতাৰ বিষয়ে আলোচনা কৰিবৰ পৰত প্ৰখ্যাত কবি-সমালোচক হীৰেন্দ্ৰনাথ দত্তই এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছে– ‘এক...

লেখকঃ ড° প্ৰাণজিৎ বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ এপ্ৰিল, ২০২২

নীলমণি ফুকনৰ শিল্প-কলা সমালোচনা : এক পৰ্যালোচনা

পঙ্কজ প্ৰতিম বৰদলৈ শিল্পকলাৰ ৰসাস্বাদন এক প্ৰকাৰৰ আত্মিক অনুভূতি। চৌপাশৰ বাহ্যিক পৃথিৱীখনক এক অন্তৰ্দৃষ্টিৰে হৃদয়ংগম কৰি চোৱাৰ ক্ষমতা...

লেখকঃ পংকজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ এপ্ৰিল, ২০২২

নীলমণি ফুকনৰ কবিতা : ৰূপ-সৌন্দৰ্যৰ সন্ধান

ড° বিনয় কুমাৰ মজুমদাৰ সৰুৰে পৰা কবিতা পঢ়াৰ এটা অভ্যাস গঢ় লৈ উঠা হেতুকে আজিও কবিতা য’ত যেনেকে পাওঁ তেনেকৈয়ে পঢ়িবলৈ প্ৰয়াস কৰোঁ৷ স্কুলীয়া...

লেখকঃ ড° বিনয় কুমাৰ মজুমদাৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ এপ্ৰিল, ২০২২

‘পাতি-সোণাৰুৰ ফুল’ আৰু বিবিধ সাক্ষাৎকাৰৰ আলোকত নীলমণি ফুকনৰ কাব্যচেতনাত এভুমুকি

ড° প্ৰাণজিৎ বৰুৱা যোৱা শতিকাৰ পঞ্চম দশকৰ মাজভাগত আত্মপ্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতাৰ ৰং-ৰূপ-ৰস-গন্ধই আধুনিক অসমীয়া কবিতাক বিভিন্ন ধৰণেৰে...

লেখকঃ ড° প্ৰাণজিৎ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ এপ্ৰিল, ২০২২

কবিৰ সামাজিক অৱস্থিতি আৰু নীলমণি ফুকন

ড° বিৰিঞ্চি কুমাৰ দাসবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সাহিত্য চিন্তনৰ ক্ষেত্ৰখনত নিজৰ সপ্ৰতিভ উপস্থিতি সাব্যস্ত কৰা ইউৰোপীয় আধুনিকতাবাদৰ প্ৰভাৱে...

লেখকঃ ড° বিৰিঞ্চি কুমাৰ দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ এপ্ৰিল, ২০২২

কবি-তোটয়

সৌমিত্ৰ যোগী আমাৰ যৌৱনৰ আৰম্ভণিতে, লেখা-মেলা কৰিবলৈ আৰম্ভ কৰাৰ সময়ত গুৱাহাটীত এদল তৰুণ প্ৰায়ে লগ লাগিছিলোঁ আৰু ক’ৰবাত লগ হৈ আড্ডা...

লেখকঃ সৌমিত্ৰ যোগী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ এপ্ৰিল, ২০২২

কবিতা এপাহ সোণ-হালধীয়া ফুল- নীলমণি ফুকনৰ “সম্পূৰ্ণ কবিতা”

পৰী হিলৈদাৰী নীলমণি ফুকনৰ “বুৰঞ্জী” নামৰ বিখ্যাত কবিতাটোৰ এটা বিশেষ ব্যাখ্যাত সমালোচক ড০ হীৰেন গোহাঁয়ে মন্তব্য কৰিছে যে ইতিহাসৰ ধবংসলীলা...

লেখকঃ ড° পৰী হিলৈদাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২২

নীলমণি ফুকনৰ সিখন হাত...

ধ্ৰুৱজ্যোতি দাস কবিতা - কবিতা পঢ়ি ভাল লগা, কবিতাই আক্কাদিত কৰা আৰু কবিতাৰ প্ৰাণৱন্ত ৰূপে হৃদয় চুই যোৱা... এই কথাৰ লগত কবিতাৰ অপাৰ বিস্ময়...

লেখকঃ ধ্ৰুৱজ্যোতি দাস সম্পূৰ্ণ পঢ়ক →