৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৩২ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৪ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
অনুবাদ ২৯ এপ্ৰিল, ২০২৫

মুম্বাইৰ তিব্বতীজন

মূল ইংৰাজী : তেনজিন চুনদিউ অনুবাদ : হিল্লোলজ্যোতি সিংহ মুম্বাইত বাস কৰা তিব্বতীজন বিদেশী নহয় চাইনীজ ৰেস্তোঁৰাৰ তেওঁ এজন ৰান্ধনি কোনোবাই...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ এপ্ৰিল, ২০২৫

পেহেলগামৰ কবিতা

= বিজয়কৃষ্ণ দলে দুখন দেশ দুটা ধৰ্ম বিভেদৰ এখন বৃহৎ দেৱাল জম্মু-কাশ্মীৰ। তই হিন্দু! জুই-পানী নিষেধ তই মুছলমান! সাৱধান সাৱধান। ধৰ্মই দান কৰা...

লেখকঃ বিজয়কৃষ্ণ দলে সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ২৮ এপ্ৰিল, ২০২৫

আমি এতিয়া কি কৰিম?

যোৱা বাইছ এপ্ৰিলৰ দিনা কাশ্মীৰৰ পহলগাম নামৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পৰ্যটনস্থলীত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ নামত নিৰীহ ভাৰতীয় নাগৰিকৰ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৭ এপ্ৰিল, ২০২৫

সমকালনী শ্বায়েৰী— প্ৰেমৰ পৰা প্ৰতিবাদলৈ

পঙ্কজ প্ৰতিম বৰদলৈ শ্বায়েৰী হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷ মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা আৱেগ, হৃদয়ৰ অটল তলিত আঘাত কৰি...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৭ এপ্ৰিল, ২০২৫

প্ৰাচীন ভাৰতত বিজ্ঞানমনস্কতাৰ চৰ্চা : বস্তুবাদী দৰ্শনৰ আলোকত

ড০ ৰক্তিম ৰঞ্জন শইকীয়া বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰো একেবাৰে চলমান ধাৰণা৷ আজিলৈকে আহৰণ কৰা জ্ঞানৰ ভিত্তিত আমি দাবী কৰা বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰ...

লেখকঃ ড০ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ এপ্ৰিল, ২০২৫

ৰেডিঅ’ তৰংগৰ আঁৰে আঁৰে

ড০ স্মৃতিমালা শৰ্মা গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত, ব্যস্ত ৰাজপথ আৰু আকাশলংঘী অট্টালিকাবোৰৰ মাজত এটা সৰু ৰেডিঅ’ ষ্টেচন। ৰেডিঅ’ ষ্টেচনটোৰ...

গল্প ২৭ এপ্ৰিল, ২০২৫

শিৱৰাত্ৰি

অসীম তালুকদাৰ শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰে পৰা এই মন্দিৰটো লোকে লোকাৰণ্য হৈ পৰে৷ এইবাৰো পৰম্পৰাৰ ব্যতিক্ৰম হোৱা নাই৷ ওচৰৰ মানুহৰ কথা ক’বই...

লেখকঃ অসীম তালুকদাৰ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৭ এপ্ৰিল, ২০২৫

ইন্সপেক্টৰ লালৰ সেই বিশেষ কে’ছটো

মূল : (ইংৰাজী) ৰাস্কিন বণ্ড অনুবাদ : বিদিশা দত্ত প্ৰায় দুবছৰৰ আগৰ কথা৷ তেতিয়া মই উত্তৰ ভাৰতৰ ভৈয়ামৰ শ্বাহপুৰত আছিলোঁ৷ অতি গৰম আৰু...

লেখকঃ বিদিশা দত্ত সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৪ এপ্ৰিল, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও...

লেখকঃ গোৱিন কুমাৰ খাউণ্ড সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২১ এপ্ৰিল, ২০২৫

শুকুলা হাতীৰ দৰে পাহাৰ

মূল : আৰ্ণেষ্ট হেমিংৱে ভাবানুবাদ : যশোৱন্ত নিপুণ এব্ৰ’ উপত্যকাৰ পাহাৰবোৰ খুব দীঘল আৰু শুকুলা৷ এইফালে ছাঁ পৰা ঠাই আৰু গছ নাছিল আৰু ষ্টেচনটো...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
গল্প ২১ এপ্ৰিল, ২০২৫

ত্ৰিভূজ নক্ষত্ৰ

মাধুৰ্য্য গোস্বামী দিনটোৰ সমস্ত কোলাহল— বিভিন্ন পোক-পতংগৰ আৰাও, ফোঁ-ফোঁৱাই বলি থকা বতাহত মচ্‌মচ্‌কৈ উঠা চেগুন পাত, ভতুৱা কুকুৰৰ মাত, ছাগলীৰ...

লেখকঃ মাধুৰ্য্য গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ এপ্ৰিল, ২০২৫

মানুহবোৰ তেতিয়া ক’ত আছিল

নিজৰা ৰাজকুমাৰী গছ-মেঘ-বতাহ আৰু ফুলবোৰৰ অধিকাৰৰ কথা ক’বলৈ সদায়েই সাজু আছিল পৃথিৱী ঈশ্বৰে আঙুলিৰ আঁক এটাৰে নৈ এখন গঢ়িছিল আৰু এমোকোৰা...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ এপ্ৰিল, ২০২৫

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্ৱামী(মন দাপোনত - ৮) (১) গাঁৱৰ কাহিনী কৈ অন্ত কৰিব নোৱাৰি৷ জন্মৰ পৰা যৌৱনৰ এছোৱালৈ অৰ্থাৎ কলেজৰ দেওনা পাৰ হৈ তেজপুৰ একাডেমী�...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ১৮ এপ্ৰিল, ২০২৫

কৃত্ৰিম বুদ্ধিমত্তা - সংশয় আৰু সম্ভাৱনা

ড॰ প্ৰিয়দেৱ গোস্বামী বৰ্তমান সময়ত বিজ্ঞান চৰ্চাৰ লগত জড়িত ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোবৰ্গৰ মানুহৰ এক ৰ্চচাৰ বিষয় হৈছে কৃত্তিম বুদ্ধিমত্তা...

লেখকঃ ড॰প্ৰিয়দেৱ গোস্বামী সম্পূৰ্ণ পঢ়ক →
গল্প ১ এপ্ৰিল, ২০২৫

দৈনন্দিন

অংগনা চৌধুৰী দৈনন্দিন – ১ এলাৰ্মটো বজাৰ লগে লগে তাই জাপ মাৰি উঠিল৷ খিৰিকী খুলি দেখে বাহিৰত তেতিয়াও ভালদৰে পোহৰহোৱাই নাই৷ চৰাই-চিৰিকতিৰ...

লেখকঃ অংগনাচৌধুৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ১ এপ্ৰিল, ২০২৫

দুটা কথাৰ কবিতা

প্ৰাণজিৎ মহন্ত (১) কথাবিলাকনো আৰু কি তুমি কাষত আছা যেতিয়া কথাই নাই আৰম্ভ কৰোঁ বুলি ভাবিলে এই আৰম্ভ কৰিব পাৰি আৰু শেষ কৰোঁ বুলি ভাবিলেও পাৰি...

লেখকঃ প্ৰাণজিৎ মহন্ত সম্পূৰ্ণ পঢ়ক →
শিশুজগত ১ এপ্ৰিল, ২০২৫

পহিলা বহাগৰ পণ

অংকুৰণ আৰ্ফ ককাদেউতাৰ দিনৰে পৰা বাজি থকা কঁঠাল কাঠৰ ঢোলটো আকৌ বাজি উঠিল৷ সুৰটো অলপ পিছে বেলেগ৷ ঢোল অৱশ্যে ঢোলেই৷ কাঠৰে - গৰু ছালৰে ঢোল৷ সুৰ...

লেখকঃ অংকুৰণ আৰ্ফ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ মাৰ্চ, ২০২৫

ৰাজবাৰী

অমৃত গোস্বামী অফিচৰ পৰা ফোন কৰি ছোৱালীজনীয়ে (পৰম্পৰাগত সম্বোধনত বোৱাৰী) সুধিছিল, “দেউতা, প্ৰতিমা পাণ্ডে বৰুৱা অসমীয়া নহয় জানো?” মই বোলো...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ মাৰ্চ, ২০২৫

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ ধেমাজিৰ এছ. এফ. এছ. স্কুল’ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অনুৰণ বৰগোহাঁ‌য়ে অঁকা ছবি...

লেখকঃ অনুৰণ বৰগোহাঁ‌ইই সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ মাৰ্চ, ২০২৫

ভাৰসাম্য

হিল্লোলজ্যোতি সিংহ মাটিৰ গভীৰ আন্ধাৰৰ পৰা পিয়াসী শিপাই খেপিয়াই শুহি লয় খনিজ-পানী পাতে হাত মেলি আকাশলৈ চকুত সানি লয় সূৰ্য চুলিশিপাৰ পৰা...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৩১ মাৰ্চ, ২০২৫

বনৰীয়া ফুল

মূল: অমৃতা প্ৰীতমঅনুবাদ: পংকজ কুমাৰ নেওগ আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ...

লেখকঃ পংকজ কুমাৰ নেওগ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ মাৰ্চ, ২০২৫

মিমি আৰু ৰিনিৰ কথা

জ্যোতিশিখা দত্ত মিমি আৰু ৰিনি দুয়ো বাই-ভনী নিতৌ দুয়ো খায় একোটাকৈ কণী৷ কণী খাই বল পাই পঢ়া-শুনা কৰে পাঠসমূহ আওঁৰাই গুৰুৱে কোৱাৰ দৰে৷ এক দুই...

লেখকঃ জ্যোতিশিখা দত্ত সম্পূৰ্ণ পঢ়ক →