৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভাৰসাম্য

লেখকঃ হিল্লোলজ্যোতি সিংহ • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৫
১ মিনিট পঠন • ৩৫৬৭ বাৰ পঢ়া হৈছে

 হিল্লোলজ্যোতি সিংহ

 

মাটিৰ গভীৰ আন্ধাৰৰ পৰা

পিয়াসী শিপাই

খেপিয়াই  শুহি লয়

খনিজ-পানী

 

পাতে হাত মেলি আকাশলৈ

চকুত সানি লয় সূৰ্য

 

চুলিশিপাৰ পৰা

কুঁহিপাতৰ আগলৈ

পানীনলৰ মাজেৰে

প্ৰবাহিত প্ৰাণ

 

স্থিৰ অথচ গতিময়তাৰ

দুভাগ শৰীৰ

ভূমিৰ ওপৰ-তলত

এক নিৰৱচ্ছিন্ন গান

 

 

ঠিকনাঃ

প্ৰাণী বিজ্ঞান বিভাগ

বড়োলেণ্ড বিশ্ববিদ্যালয়

কোকৰাঝাৰ

Phone: 9435120076, 9101165234

singha.hilloljyoti@gmail.com

 

হ
লেখকৰ পৰিচয়

হিল্লোলজ্যোতি সিংহ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)