চিমোন দ্য বোভোৱাৰৰ নাৰী-ভাৱনা
ড০ প্ৰাণজিৎ বৰা Man is defined as a human being and a woman as a female - whenever she behaves as a human being she is said to imitate the...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
ড০ প্ৰাণজিৎ বৰা Man is defined as a human being and a woman as a female - whenever she behaves as a human being she is said to imitate the...
(কবিৰত্ন নীলমণি ফুকন ছাৰৰ সোঁৱৰণত) আকাশ দীপ্ত ঠাকুৰ বেলি লহিয়ালে বিমূৰ্ত শব্দবোৰ এটি দুটিকৈ নামি গ'ল শিলৰ নদীয়েদি তপত নিশাহৰ উচুপনি�...
পল্লৱী কৌশিক শৰ্মা হত্যা নে আত্মহত্যা ? মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৱে স্থানীয় নিউজ চে্ছনেলটোৰ নিউজ ৰূমৰ পুৱাৰ...
অলকেশ কলিতাইয়াতকৈ স্পষ্টকৈ মই তোমাক আঁকিব নোৱাৰোঁ, সেইবাবে আবেলিৰ মেঘৰ মাজত ইমানবোৰ সৰু সৰু চৰাই উৰি ফুৰিছে।সাগৰৰ অনন্ত তৰংগৰ ভিতৰত, কোনটোৰ...
ৰেমী শৰ্মাকোনোবাই মাতিলেদুৱাৰখন খুলি দেবৰশী এটা হাতত লৈ মই পানীপতাত ৰৈ আছিলোঁথৰথৰকৈ কঁপা ভৰিহাল মোৰ আছিলকিন্তু ...আঙুলি আৰু মাংসপেশীবোৰ...
দাদুল দেৱকৃষ্ণ বৰুৱা(৭) দাঢ়ি খুৰাবলৈ লৈছিল ষ্টেপানে। বাৰাণ্ডাত চাপৰ টুল এখনত বহি ষ্টেপানে দাঢ়ি খুৰায়। মুখত ছেভিং ক্ৰীম অলপ সানি...
(ফেন্টাচী উপন্যাসিকা)যশোৱন্ত নিপুণ দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বোধিসত্ত্ব টেৰণে অফিচৰ সম্মুখৰ পাৰ্কখনলৈ আহি প্ৰাচীন আঁহতজোপাৰ তলৰ বেঞ্চখন�...
নিজৰা ৰাজকুমাৰীমেডোন অশ্বিন২০২১ চনৰ এপ্ৰিল মাহত তামিল চিনেমা "মাণ্ডেলা"ৰ মুক্তিৰ আগলৈকে মেডোন অশ্বিন মোৰ বাবে আছিল এটা অচিনাকি নাম...
প্ৰাঞ্জল হাজৰিকাজিভা ওলোটাই টোৰটোৰাই মাতিবলৈল'ৰাটোক মাকে শিকালেখোনা ভাল হ'বআৰু বেচেৰাই দাঁত কামোৰ খালেখেতিয়কৰ ল'ৰা ।অকস্মাৎ ভেকুলীবোৰ আকাশৰ...
চিন্ময়১. নিমগ্নতাপোহৰ পৰি থকা পুখুৰীটোত ভেকুলীৰ টোৰটোৰণি এডাল সৰল ৰেখাই মোকতলিলৈ নি আছে২. ঢৌহালি পৰা বাঁহজোপাত কেইটিমান চৰাইঢৌ উঠি আছেৰঙা...
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি ...
অংগনা চৌধুৰী তাই তেতিয়া দহ-এঘাৰ বছৰীয়া৷ পখিলাৰ দৰে উৰি ফুৰাৰ বয়স৷ আবেলি হ’লেই তাইৰ গাত তত্ নাইকিয়া হয়৷ ‘মা, গধূলি দবা কোবালে ঘৰ সোমাম’...
অঁ,সময়তনিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " এপ্ৰিল,";...
অবন্তিকা পৰাশৰ ন-কইনা হৈ অহাৰে পৰা ৰাধাই তেনেকৈয়েই দেখি আহিছে মানুহজনীক। শোৱাকোঠাৰ খিৰিকী, বাৰাণ্ডা অথবা ঘৰটোৰ আগ-পিছ সামৰি ৰখা বাৰীখনৰ...
সঞ্জীৱ সভাপণ্ডিত টিউলিপ ফুল ফুলাৰ বতৰত কাশ্মীৰত হেনো ডাক্তৰৰ ওচৰলৈ যোৱা ৰোগী–বিশেষকৈ মনস্তাত্ত্বিক ৰোগৰ ৰোগীৰ, যেনে, depression, হতাশা...
দাদুল ভূঞা হাত এখন আগবঢ়াই দিলোঁদলিয়াই দিলাবুকুখন দিলোঁমৰমেৰেদুছেওকৈ কাটি দুটা ভাগ কৰিলাচকু মুদা কুলি হৈ চাই থাকিলোঁ সময়বতাহত শংখধ্বনি...
মূল : জীৱন নামদুং অনুবাদ : দক্ষিণা দেৱী গজুৰেল যোৱা বা তাৰ আগৰ বছৰৰ কথা ডিচেম্বৰ মাহৰ কোনোবা এটা চেঁচা জাৰৰ ৰাতি নহ’লে ভাবকচোন এটি অজান...
বৰ্ণালী বৰা ভাৰতীয় বিদ্বান বি. আৰ. আম্বেদকাৰে কৈছিল- যিদিনাই দেশৰ সৰ্ব্বোচ্চ পদত এজন নিম্নবৰ্ণৰ ব্যক্তি অধিষ্ঠিত হ’বলৈ সক্ষম হ’ব...
ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) চৌবিছ চৰকাৰক কৈ, খাজনা দি কোনোবাই ক’ৰবাত খেতি কৰিছে৷ এনেয়ে আবাদী পৰি থকা মাটি চহাই মৈয়াই লৈছে, তা�...
উৰ্মি জুলী শইকীয়া যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত এই শৰীৰটো মোৰ বুলি কোনে জানিছে... কোনে আনে মোক খালী কৰি ফাগুনৰ দুৱাৰডলিলৈ বতাহে মোক...
নিবেদন দাস পাটোৱাৰী বাৰে বাৰে কিয় তুমি বৰষুণ হোৱাঁ অইনৰ মলি মচিবলৈ কেতিয়াবাতো ঘৰৰ দমকলটোৰ এগিলাছ পানী হোৱাঁ মোৰ কণ্ঠ তিয়াবলৈ … পূৰ্বৱৰ্তী...
মৰমী মুদৈ বাহ এটি সাজিবলৈ গছ এজুপি লাগে পাতসিয়াৰ বুকুত বলে চ’তৰ বা-মাৰলি যাগৈ ফাগুন পছোৱাৰ বেপাৰী মই ইয়াতে সুখী সৰাপাতৰ হালধীয়া সামৰি......
উদয় কুমাৰ বৰুৱা ৰাতিৰ অতলত নিঃশব্দে মাৰ যায় ধৰ্ষিতা অৰণ্যৰ কৰুণ আৰ্তি আৰু মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত সংগোপনে বাঢ়ি আহে এটা চেগুন পুলি— ক্ৰমে...
জোনমণি দাস খিৰিকিখনত এহাল চকু তাতেই আছিল ওপঙি মোৰ নগ্ন প্ৰতিবিম্ব খিৰিকিৰ কাঁচত বতাহে ধূলিৰ ঢাকনি পেলাইছিল বৰষুণে আঙুলি বুলাই মচিছিল সেই...