৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৫ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ২৮ মাৰ্চ, ২০২৪

মঞ্চত এখন নাটক

অৰ্চনা পূজাৰী মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ নাটকখন আৰম্ভ হৈছে নবীন, নলিনী, ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ *** “প্ৰেম এগিলাছ...

লেখকঃ অৰ্চনা পূজাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ মাৰ্চ, ২০২৪

ৰাস্তা

বন্দনা কৌশিক বৰদলৈ ৰাস্তাক এটা চৰিত্ৰ বুলি ধৰিলে নিপীড়িত জনতাৰ শাৰীতেই আপুনি তেওঁক ৰাখিব লাগিব যাৰ সংলাপ শূন্য ৰাস্তাক এখন নাটক বুলি ধৰি...

লেখকঃ বন্দনা কৌশিক বৰদলৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ মাৰ্চ, ২০২৪

এনাটমী অৱ এ ফল

নিজৰা ৰাজকুমাৰী ৪৫ বছৰীয়া জাষ্টিন ত্ৰিয়ে এগৰাকী ফৰাচী মহিলা চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ তথা সম্পাদক। জাষ্টিন পৰিচালিত এ'জ অৱ পেনিক...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ মাৰ্চ, ২০২৪

চাওডাং : আহোম ৰজাৰ এক বিশ্বস্ত প্ৰহৰী

মলেন কুমাৰ গগৈ “চাওডাং” বুলিলে আমাৰ সাধাৰণ অসমীয়া মানুহৰ মনলৈ নিশ্চয় শিৱসাগৰ জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ জেৰেঙা পথাৰত কোটকোৰা কাঁইটৰ গছত বান্ধি...

লেখকঃ মলেন কুমাৰ গগৈ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২১ মাৰ্চ, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা১৩ কুন্তী৷ সত্য কি নাজানো৷ কিন্তু শুনিবলৈ পাইছোঁ যে মই আছিলোঁ মথুৰাৰ মহাৰাজ শূৰসেনৰ কন্যা৷ অষ্ট যাদৱৰ প্ৰধান মহাৰাজ শূৰসেনে...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২১ মাৰ্চ, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ (৫)কলঙৰ পাৰে পাৰে এটা লুংলুঙীয়া বাট৷ ডাঠ হাবিৰ মাজেৰে যোৱা বাটটোৰে গৈ আছে তেমেকা আৰু কেৰ্পাই৷ সিহঁতৰ গাত একোটাকৈ বনিয়ন, কঁকাল�...

লেখকঃ অজিত ছিংনাৰ সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২১ মাৰ্চ, ২০২৪

গান্ধী ফাগ্লা : পঠন আৰু প্ৰত্যাশা

দিগন্ত ৰাগ গল্পত নতুনত্ব বিচাৰি পালে, বিষয়ৰ বৈচিত্ৰ্য থাকিলে ভাল লাগে।গল্প এটাই, গল্প এটাৰ কথকে আমাক ভাবিবলৈ বাধ্য কৰালে গল্প পঢ়াৰ আগ্ৰহ...

লেখকঃ দিগন্ত ৰাগ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২১ মাৰ্চ, ২০২৪

নিচুকনি গীত

মূল : মেক্সিম গৰ্কিভাবানুবাদ : যশোৱন্ত নিপুণ গ্ৰীষ্মৰ এনিশা নগৰৰ প্ৰান্তৰ এক জনশূন্য পথত মই এটা অদ্ভুত দৃশ্য দেখিছিলোঁ : এজনী তিৰোতাই ডাঙৰ...

লেখকঃ মূল : মেক্সিম গৰ্কি সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২১ মাৰ্চ, ২০২৪

কলা কি?

মূল : লিও টলষ্টয়ৰ ‘What is Art?’ অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস (৩) ৰাছিয়ান ভাষাত krasota (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ...

লেখকঃ মূল :লিও টলষ্টয়ৰ ‘What is Art?’ সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ মাৰ্চ, ২০২৪

বিফ'ৰ স্প্ৰীং : অথঃ পূৰ্ব বসন্ত-সংবাদ

ৰিমলি বৰকটকী মনৰ সংবাদ বসন্তৰেই হওকেই বা শীতৰেই হওক, ইটো মনৰেই কথা। বিফ'ৰ স্প্ৰীং এনে এখন চলচ্চিত্ৰ-য'ত প্ৰাক্ বসন্তৰ সময়ছোৱাত কেইজনমান...

লেখকঃ ৰিমলি বৰকটকী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২১ মাৰ্চ, ২০২৪

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত প্ৰথম অধ্যয়।। অথ গ্ৰীষ্মঃ ।।।। গ্ৰীষ্ম বৰ্ণনা ।।এতিয়া গ্ৰীষ্ম ।সূৰুযৰ কি প্ৰচণ্ড উত্তাপ মোহনীয় হৈ পৰিছে...

লেখকঃ অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৭ মাৰ্চ, ২০২৪

কণমানিৰ চিন্তা

নিমিষা শইকীয়ামোক বাৰু তুলি তালি মা দেউতাই কৰিলে ডাঙৰকেতিয়াবা চিন্তা কৰোঁ পৃথিৱীৰ মাক দেউতাকনো কোন !! থাকে বাৰু ক'ত ?মাক সোধোতে ক'লেআকাশ�...

লেখকঃ নিমিষা শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৭ মাৰ্চ, ২০২৪

আই

বিভাৰাণী তালুকদাৰ(এ) আই, এশাৰীলিখিবলৈ কওঁতে লিখিলা চাৰিশাৰীঅগ্নিপাহাৰৰ চিত্ৰলেখা সখীঅনুমানতে আঁকিলা নেদেখা ছবিসমাধান দিলানজনা কথাৰদেখুৱালা...

লেখকঃ বিভাৰাণী তালুকদাৰ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৭ মাৰ্চ, ২০২৪

বহাগ

গীতাঞ্জলি বৰকটকী চ’তৰে শেষতে বহাগে পালেহিগছে বনে সলালে পাত।ঢোলটি বাজিলে পেঁপাটি বাজিলেতত নাইকিয়া গাত॥আয়ে সূতা কাটিছেবায়ে সূতা কাটিছেনেওথনী...

লেখকঃ গীতাঞ্জলি বৰকটকী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ফেব্ৰুৱাৰী, ২০২৪

নম্ৰতা আৰু বন্ধুভাবাপন্নতা

প্ৰাঞ্জল বেজবৰা আমি দৈনন্দিন জীৱনত অনেক মানুহৰ লগত সম্পৰ্ক কৰিবলগীয়া হয়। এই সম্পৰ্কবোৰৰ যোগেদি সম্পন্ন হোৱা কাৰ্য অথবা যোগাযোগবোৰৰ সফলতা...

লেখকঃ প্ৰাঞ্জল বেজবৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ফেব্ৰুৱাৰী, ২০২৪

স্বৌৰাং মঞ্জু : বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ পঞ্চাছ বছৰ

নীলোৎপল বৰুৱা যিখিনি সময়ত ক্ষুদ্ৰ জাতিসত্বাসমূহৰ সকলো ধৰণৰ ভাষিক, সাংস্কৃতিক কুচকাৱাজ লোপ পোৱাৰ লক্ষণ কুৎসিতভাৱে দৃষ্টিগোচৰ হৈছে, ঠিক...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ফেব্ৰুৱাৰী, ২০২৪

ঘৰ

কৌস্তুভমণি শইকীয়া দত্তদুৱাৰ খিৰিকী নথকা ধোবাংবাং ঘৰআকাশ এখন তাত সোমাই থাকেতুমি এদিনলৈ চৰাই হ’ব পাৰিবামোৰ ঘৰলৈ আহিবা।বানে বুৰাবলৈ একো নাই...

লেখকঃ কৌস্তুভমণি শইকীয়া দত্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ ফেব্ৰুৱাৰী, ২০২৪

কালিকাভোজন

প্ৰিয়ংকা বৰুৱা আগলি কলপাতখনত চকুত লগাকৈ সজোৱা ভাতসাঁজ দেখি দিব্যপ্ৰভা দৰক লাগিল৷ গাত যেন ব্ৰজপাত পৰিল! ধোঁৱা বলা ভাতকেইটাৰ ওপৰত এহেতা খাৰ...

লেখকঃ প্ৰিয়ংকা বৰুৱা সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৮ ফেব্ৰুৱাৰী, ২০২৪

ৰাষ্ট্ৰপতি ভৱনত দহবছৰ আৰু প্ৰণৱ মুখাৰ্জী

পঙ্কজ প্ৰতিম বৰদলৈ প্ৰথমতেই আজি ‘মুক্তবীক্ষণ’ৰ পাঠকক জনাওঁ যে, আজি সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰ কথা লিখিম। গতিকে প্ৰথমতেই পাঠকৰ ওচৰত মোৰ...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ ফেব্ৰুৱাৰী, ২০২৪

ৰতিৰ বাবে এখন ধুনীয়া ছবি

দেৱজিত হাজৰিকা ব্ৰহ্মানন্দ পাচনিয়ে নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব পৰা নাই, বাৰে বাৰে...

লেখকঃ দেৱজিত হাজৰিকা সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৭ ফেব্ৰুৱাৰী, ২০২৪

ঐতিহাসিক কালৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত মথাউৰি নিৰ্মাণ আৰু ইয়াৰ ফলাফল

ড০ ৰক্তিম ৰঞ্জন শইকীয়া নদীৰ গতি আৰু প্ৰকৃতি নিয়ন্ত্ৰণ কৰিবলৈ অতীতৰে পৰা মানুহে প্ৰয়াস কৰি আহিছে৷ এই প্ৰয়াসক বাস্তৱ ৰূপ দিবলৈ কেতিয়াবা...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ ফেব্ৰুৱাৰী, ২০২৪

খুচুৰা

প্ৰতীক্ষা বৰা : ঠিক এইখিনিতে এটা গল্প হয়৷ : কোনখিনিত? : তুমি মই একেথিৰে সেই পাহাৰটোৰ ফালে চাই থকাত৷ : চলিহা হোৱা হ’লে লিখিলে হেঁতেন৷ তোমাৰ...

লেখকঃ প্ৰতীক্ষা বৰা সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ ফেব্ৰুৱাৰী, ২০২৪

চৰাইজনী উৰি যোৱাৰ পাছত

নিংকু নিশা নেওগ শেষ বসন্তৰ সময়৷ বতৰটো গোমা৷ এজাক মুষলধাৰ বৰষুণ এই আহোঁ এই আহোঁ৷ আকাশত কফিৰ কাপৰ ওপৰত উঠা ফেনখিনিৰ দৰে ওফন্দি উঠা ডাৱৰ৷...

লেখকঃ নিংকু নিশা নেওগ সম্পূৰ্ণ পঢ়ক →