৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৬ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৪

দুটা গোলাপৰ কবিতা

হৰেকৃষ্ণ ডেকা (১) ৰঙা গোলাপ "Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton. যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷ কি...

লেখকঃ হৰেকৃষ্ণ ডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৪

এমুঠি হেমন্ত

মন্দিৰা গগৈ পাতনি : - কি দি যাবা ? - ঝুক’ভেলীৰ ৰামধেনুখন আৰু শিৰুই লিলি ফুল এপাহ ! - কি লৈ যাবা ? - দুচকুত ঝুক’ভেলীৰ ক্ৰুছডাল আৰু এমুঠি...

লেখকঃ মন্দিৰা গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৪

মেঘ ভাঙি কাউৰীবোৰ

ভাস্কৰ জে নাথ ১ মেঘ ভাঙি কাউৰীবোৰ আহিছিল যেন এক ভয়াৰ্ত সময়ৰ ছবি ছিৰাছিৰ কৰি মোৰ চকুৰ আয়নাত ২ কা কা শবদত মই সাৰ পাইছোঁ কৰ’বাত কিবা এটা যেন...

লেখকঃ ভাস্কৰ জে নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৪

নাঃ বগা ৰং নালাগে

মনালিছা শৰ্মা ৰংহীনতাই বগা বগাত তুলি দিব পাৰি সমস্ত ৰং এপাহ তেজৰ গোলাপ সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী অথবা পৰ্বতৰ ভংগীল সেউজীয়া সকলো ৰঙেই...

লেখকঃ মনালিছা শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৪

বেদুইন সখী

মিণ্টুল হাজৰিকা খেজুৰ এটাৰ পৰা ওপজি যি বাটেৰে বুলিছিল বাট বুকুত লৈ ফুৰা আতৰৰ কুঁৱাটোৰ পৰাই বিলাই দিছিল এচলুকৈ সুগন্ধি গোলাপ তেওঁৰ আত্মাৰ...

লেখকঃ মিণ্টুল হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৪

তলি-উদি

অৰ্চনা পূজাৰী লখিমী চপোৱাৰ পাছত বাগৰি পৰা নৰানিৰ ওপৰেৰে হুঁচ হেৰুৱাই পাৰ হৈ গ’ল সেইজনী কোন আন কোনো নহয় পাখি গজা বৰদৈচিলা ফাগুনে, নে চ’তে...

লেখকঃ অৰ্চনা পূজাৰী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৬ ফেব্ৰুৱাৰী, ২০২৪

সন্তানক যোগ্য ব্যক্তি ৰূপে গঢ়ি তোলোঁ আহক

নৱনীতা ভট্টাচাৰ্য্য যোগ্য ভোগ্যা বসুন্ধৰা অৰ্থাৎ যোগ্যজনৰ বাবে এই পৃথিৱীখন নানা ভোগ্য বস্তুৰে ভৰপূৰ৷ অতিকে প্ৰয়োজনীয় কথাটো হ’ল নিজকে...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(১৭)মলেঁয়াৰ জীৱনলৈ যে সংগীৰ আগমন ঘটিছে, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ দৈনিক...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৫ ফেব্ৰুৱাৰী, ২০২৪

নিৰ্মলপ্ৰভা বৰদলৈৰ শিশুসাহিত্য: এটি আলোচনা

দীপাঞ্জলি দেৱী শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যই শিশু সাহিত্য। শিশুৰ উপযোগী বিষয়বস্তু আৰু ভাৱবস্তক কেন্দ্ৰ কৰিয়েই শিশু সাহিত্য ৰচনা কৰা...

লেখকঃ দীপাঞ্জলি দেৱী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ফেব্ৰুৱাৰী, ২০২৪

শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ মনোনয়ন–২০২৪

নিজৰা ৰাজকুমাৰী এনাটমী অৱ এ ফল, দ্য হ'ল্ডঅভাৰছ্, পুঅ'ৰ থিংছ, পাষ্ট লাইভছ্, আমেৰিকান ফিকশ্যন, দ্য জ'ন অৱ ইণ্টাৰেষ্ট, বাৰ্বী, অপেনহাইমাৰ...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৫ ফেব্ৰুৱাৰী, ২০২৪

পুৱাৰ জলপান

মূল (ফৰাচী) : ঝাক প্ৰেভে'ৰ (Jackoes Prevert) অনুবাদ : প্ৰশান্ত মিশ্ৰ (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা)পিয়লাটোত তেওঁ অকণমান ক'ফি...

লেখকঃ প্ৰশান্ত মিশ্ৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ফেব্ৰুৱাৰী, ২০২৪

ভ্ৰম

উমানন্দ কলিতা চৰাইবোৰ শিল শিলবোৰ মানুহ মানুহবোৰ ভ্ৰম --- ঠিকনা : ড্ৰেচ কেপিটেল যোৰহাট ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭ ...

লেখকঃ উমানন্দ কলিতা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৫ ফেব্ৰুৱাৰী, ২০২৪

কলা কি?

(ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?' গ্ৰন্থৰ Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰপৰা) অনুবাদ : ড০ বিৰিঞ্চি কুমাৰ দাস (২) প্ৰতিখন বে’লে’...

লেখকঃ বিৰিঞ্চিকুমাৰ দাস সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৫ ফেব্ৰুৱাৰী, ২০২৪

টেঙা-মিঠা

অমৃত গোস্বামী ‘এইবিধ চৰ্পত স্বাস্থ্যৰ বাবে বৰ উপকাৰী, বিজয়ে অসমৰ পৰা অনা কুঁজী থেকেৰাৰ চৰ্পত৷ খাবলৈও সোৱাদ লগা৷ কুঁজী থেকেৰা অসমত যথেষ্ট...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ ফেব্ৰুৱাৰী, ২০২৪

দ্বিখণ্ডিত

অংকিতা বৰুৱা ষড়যন্ত্ৰ! এক গভীৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ মই৷ ভীষণ এক টনা-আঁজোৰা৷ কাৰ কি ইমান গৰজ পৰিছে মোৰ নামত ইমান সময় খৰচ কৰিবলৈ! এই ব্যস্�...

লেখকঃ অংকিতা বৰুৱা সম্পূৰ্ণ পঢ়ক →
গল্প ২৪ ফেব্ৰুৱাৰী, ২০২৪

কীট

জয়ন্ত দত্ত দাস এণ্ড কোম্পানিৰ চকটোৰ পৰা সৌৰভপ্ৰাণ বৰাৰ ঘৰটো ধুনীয়াকৈ জিলিকি থাকে৷ তেওঁৰ ঘৰৰ দ্বিতীয় মহলাত উঠিলেই চকুত চাট মাৰি ধৰে...

লেখকঃ জয়ন্ত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ ফেব্ৰুৱাৰী, ২০২৪

ত্ৰিপুৰাই ৰিঙিয়ায়

অংগনা চৌধুৰী বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া বিমানেৰে...

লেখকঃ অংগনা চৌধুৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ ফেব্ৰুৱাৰী, ২০২৪

অসবৰ্ণ

নীলিমা ঠাকুৰীয়া হকশাওণৰ আকাশে বিৰিয়াত আনে গোমা আৰুগধুৰ ডাৱৰবোৰ । তাৰ বিৰিয়াতো কঠিয়াৰ ভাৰবৰষুণে খিকিন্দালি কৰাৰ পৰত হিয়াত খলকনিআৰু ৰোৱনীৰ...

লেখকঃ নীলিমা ঠাকুৰীয়া হক সম্পূৰ্ণ পঢ়ক →
কবিতা ২০ ফেব্ৰুৱাৰী, ২০২৪

লুইচ গ্লুকৰ দুটা কবিতা

মূল (ইংৰাজী) : লুইচ গ্লুকঅনুবাদ : ড° ৰঞ্জিত দত্ত২০২০ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী আমেৰিকাৰ কবি লুইচ গ্লুকৰ (Louise Elisabeth Glück, জন্ম...

লেখকঃ ড: ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
শিশুজগত ১৮ ফেব্ৰুৱাৰী, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী ভাগৰুৱা বাটলু মুহূৰ্ততে চোপনিৰ কোলাত ঢলি পৰিল৷ টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷ ... সি সৰগ হেন ধুনীয়া ঠাই এখনত আছেহি৷ তাৰ...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →
কবিতা ১৮ ফেব্ৰুৱাৰী, ২০২৪

হাঁহিচম্পা

অৰ্চনা ঠাকুৰীয়াআজিৰ সন্ধিয়াটো চিত্ৰকল্পৰে ভৰাকোনো বগী গাভৰুৰ গালৰ বিয়াগোম মাহটোৰ দৰে জোনৰ মুখতো দুখৰ দাগআমি কেইগৰাকীমান লগ হ'লেই খুব কথা...

লেখকঃ অৰ্চনা ঠাকুৰীয়া সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ১৮ ফেব্ৰুৱাৰী, ২০২৪

স্বজাতিৰ সাংস্কৃতিক পৰিচয়ৰ বেলিকা কৰণীয় কিছু

অসম চৰকাৰে শেহতীয়া বাজেটত ৰাজ্যৰ চিনেমা জগতখনক উৎসাহিত কৰিবলৈ কেইবাটাও পদক্ষেপ হাতত লোৱা দেখা পাইছোঁ৷ এই পদক্ষেপসমূহৰ ভিতৰত অসমীয়া চিনেমা...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১৫ ফেব্ৰুৱাৰী, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ লাহে লাহে বেলিটো পূব আকাশত দুবেগেতমান উঠিল৷ তেমেকাহঁতৰ পথাৰত আজি নৰাছিঙা৷ নৰাছিঙা অনুষ্ঠানটো কৰিবৰ বাবে তেমেকাহঁতে প্ৰায়...

লেখকঃ অজিত ছিংনাৰ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১৫ ফেব্ৰুৱাৰী, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা৯ ব্যাস৷ প্ৰথমে দেৱব্ৰত ভীষ্মই মোলৈ বাৰ্তা প্ৰেৰণ কৰিছিল মাতৃদেৱীয়ে স্মৰণ কৰা বুলি৷ অৱশ্যে তেওঁ তেওঁৰ মাতৃদেৱী বুলিহে উল্লেখ...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →