অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
নিতুপৰ্ণ ৰাজবংশী...
মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ পৰিষ্কাৰ হিমশীতল বতৰ আছিল। হিমালয়ৰ শিখৰত জোনটো উদয় হোৱাৰ লগে লগে দেখা পালোঁ যে পাহাৰী অঞ্চলটোৰ...
নিৰু দত্ত ধনটিহঁতৰ ঘৰৰ লাকীয়ে কাতি বিহুৰ পাছতে ছটা পোৱালি দিলে৷ চুবুৰীৰ ল’ৰাজাকে চকু নেমেলাৰে পৰা কোনটো কোনে পুহিবলৈ নিব আলচ কৰে৷ ছটা...
পাপৰি গোস্বামী প্ৰিয় পাঠক, শিৰোনামা দেখি হয়তো আপোনালোকে ভাবিছে গল্পৰ কাহিনীটো আধুনিক ধৰণৰ৷ অথবা কাহিনীৰ আধাৰত মূল চৰিত্ৰসমূহ ‘গ্লেমাৰাছ’...
কল্যাণী দত্ত “হ’ল বুলিয়েই এনেকে মানুহ থাকিব পাৰিনে হেৰৌ! কাৰো মাত বোল নাই, কাৰো ক’লৈকো আহ-যাহ নাই৷ আমি কিবা নিবোকা গ্ৰহৰ প্ৰাণী নে মানুহ...
অমৃত গোস্বামী “ভাড়া কিমান দিম?” অটোৰিক্সাখনৰ পৰা নামি চালকজনক সুধিছিলোঁ৷ তেখেতে হাঁহি এটা মাৰি ক’লে— “এনেয়ে এশ টকা হয়৷ আপোনাকনো আৰু কি...
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায় নতুন খোজবোৰ দিল্লীত শীতকালটোত বেছিয়েই জাৰ পৰে আৰু গ্ৰীষ্মকালটোত বেছিয়েই গৰম। বতৰ সাধাৰণতে...
জোনমণি দাস অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে, বাটে বাটে বগৰীৰ জেং … আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ কাৰ বাবে ছিটিকা পাতোঁ ফুলৰ...
চন্দ্ৰ কুমাৰ বড়া গাঁৱত বাঘবোৰ বাঘ হৈ নাথাকে ফেউৰা হৈ যায় ক’লৰৱ শুনি শিশুৰ কিৰিলি শুনি কিশোৰৰ নিশ্চুপ হৈ যায় বাঘ বাঘৰ গোঁজৰণি নাথাকে নাথাকে...
দেৱজিৎ ভৰালী সম্প্ৰতি গণতান্ত্ৰিক প্ৰমূল্যৰ যি অস্বাভাৱিক আৰু অভাৱনীয় অৱক্ষয় ঘটিছে, তাকে লৈ সচেতনচাম চিন্তিত হৈছে৷ গণতন্ত্ৰক মষিমূৰ কৰিব...
দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱীত আন...
পৰিস্মিতা বৰদলৈ পাত সৰি লঠঙা হোৱা ডালডালেই কি ফাগুন! হয়তো নহয়! লঠঙা ডালত জান-নেজানকৈ সেই যে সেউজীয়া কুঁহি সেই সম্ভাৱনাইতো ফাগুন৷ ধূলিয়ৰি প�...
ধীমান বৰ্মন জন্মদিনত প্ৰতাৰণা নহয় পৃথিৱীত জন্মদিনত প্ৰতিজাক ৰ’দে আগবঢ়াই নিয়ে মিছিলৰ নায্য প্ৰতিবাদ জন্মদিনত জুয়ে জাৰ খেদিবলৈ পিন্ধে...
যোৱা তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে ৰাস্তা-ঘাটবোৰ...
কবি : এন্দ্ৰি এডি, হাঙ্গেৰীঅনুবাদ : ড° ৰঞ্জিত দত্তআমি মানুহযি সদায়েই পলমকৈ চলোঁ,আমি মানুহআমি আহিছোঁ দূৰ -সুদূৰৰ পৰা।আমাৰ খোজবোৰ সদায়েই...
যোৱা তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে ৰাস্তা-ঘাটবোৰ...
মূল : ৰিচাৰ্ড ব্ৰটিগান (Richard Brautigan)অসমীয়া অনুবাদ : কুমুদ ঘোষ ৰোমিঅ’ আৰু জুলিয়েট মোৰ বাবে তুমি যদি প্ৰাণ দিয়াঁ ময়ো তোমাৰ বাবে...
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰী জোনালী নিশা তৰা লেখি লেখি হ’লো মই আত্মহাৰা &nbs...
ড° বুলজিৎ বুঢ়াগোহাঁই কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্ৰুতগতিত শিক্ষা, চিকিৎসা, উদ্যোগ, প্ৰশাসন আদি বহু ক্ষেত্ৰত প্ৰৱেশ কৰিছে, তথাপিও কিছুমান পেছা...
গোৱিন কুমাৰ খাউণ্ডঅৱশেষত শৰৎ শৰ্মাই সৰগী বন্ধ কৰাৰ সিদ্ধান্ত লʼলে। জৰিগুৰিৰ মানুহৰ প্ৰতিবাদত সেওমানি সৰগী বন্ধ কৰিবলৈ ওলোৱা নাই ওলাইছে নিজৰ...
ধন দাস তোমাকভাল পাম নে ৰেচনৰ চাউল খাই বিদ্ৰোহৰ কথা ভাবিমতোমাৰচকুত চকু থৈ বিশ্বাস কৰা বুলি ক'ম নেধুমুহা বৰষুণৰ পৰা আবৰি ৰাখিম...
ৰুদ্ৰ সিংহ মটক একো নাজানো যদিও ক’বলৈ ক’লে মই ভালপোৱাৰ কথাই কম এবেলামান যদিও ভালপোৱাৰ বিষয়ে বিশেষ একোৱেই নাজানো, মাথো জানো ভালপোৱা খাদ্যবোৰ...
হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে ভোগালীৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব...
মানস প্ৰতিম দত্ত গছ আছিল নৈ আছিল ছাঁ আছিল বতাহ-বৰষুণ-সপোন আছিল মানুহ আহিল এতিয়া ক’লৈ যাওঁ গছ, নৈ নোহোৱা পৃথিৱীত আপাততঃ মই আছো মই নাই… ***...