তলসোঁত
দিগন্ত শইকীয়া পুহৰ বন্দী বেলি কুঁৱলীৰ পোতাশাল দিনত কুকুৰ ৰাতি শিয়াল সাধুৰ জোখাৰে জয়াল ধুঁৱলী। ভাহে মাথোঁ গেঙনি ডেডাউৰি নাওবোৰ ফিৰি অহা...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
দিগন্ত শইকীয়া পুহৰ বন্দী বেলি কুঁৱলীৰ পোতাশাল দিনত কুকুৰ ৰাতি শিয়াল সাধুৰ জোখাৰে জয়াল ধুঁৱলী। ভাহে মাথোঁ গেঙনি ডেডাউৰি নাওবোৰ ফিৰি অহা...
ডাঃ নৰেন কুটুম( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে, য’�...
ঋষভ নাথ কেমেৰাৰ পোহৰ ধোঁৱাই থকা ভাত আৰু সিপিনৰ সেঙেটা আন্ধাৰত বতাহৰ চপৰা পিটিকি হাতবোৰ তাত, ঠিক স্থৱিৰতাত। জুয়ে চোবাই চুহি শুহি শৰীৰৰ...
প্ৰদীপ শইকীয়া আউজনী গাৰু মহাজীৱন বিশ্বাসী মই এক গোঁৱাৰ বিষয়ী৷ তয়ে শুন ইচ্ছা ১ ৷ বালিঢৌ খচি গীজা পিৰামিড আন্ধাৰে পোহৰে কাইৰো সংগ্ৰহালয়�...
অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত(যোৱা সংখ্যাৰ পিছৰ পৰা)প্ৰথম অধ্যায়৩৬)শ্ৰুতিমধুৰ আৰু গম্ভীৰ শব্দযুক্ত একেখনি ৰথতগমন কৰিলে দুয়ো আশ্ৰমলৈ...
ড° দীপমণি দাসকবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত এজন প্ৰতিষ্ঠিত কবি। আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ প্ৰকাশ আলোচনীত প্ৰকাশিত তেওঁৰ...
ৰচনা পাঠক(১৪) শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে, : বীৰবল, মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে, : সোধক জাহাপনা৷ : বীৰবল, এই...
ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) (আঠ) ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই ব্ৰহ্মপুত্ৰৰ বগা বালিয়া মাটিত নিজৰ খোপনি পুতিবলৈ সাধনা...
ড° বিৰিঞ্চি কুমাৰ দাস সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ দ্বিতীয়খন...
মূল : সুধীৰ সক্সেনা (হিন্দী)অনুবাদ : দীপজ্যোতি বৰা (১) পাৰৰ শুকান বালিত ভৰি থৈ কবিয়ে চাই থাকে নদী, নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক; দুয়ো...
শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, আপোনালোক সকলোকে শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ। প্ৰথমতে কবিতা লিখিবলৈ লৈছিলোঁ তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি দেহৰপৰা...
মূল (বাংলা) : প্ৰমিতা ভৌমিক সংকলন আৰু অনুবাদ : উৎপল দত্ত (শ্ৰীভৌমিক বাংলা ভাষাৰ কবি আৰু চিত্ৰ পৰিচালক ৷ তেখেতে পৰিচালনা কৰা ‘পৰিচয়’ নামৰ...
জয়ন্ত দত্ত দৈনিক কাকতখনৰ চুকৰ বগা-ক’লা ফটোখনত চকু পৰাৰ লগে লগেই ওফন্দি আহিলে মোৰ সোঁৱৰণিৰ নৈ, ...
অজন্ত কুমাৰ বৰাএকেই পুৱাএকেই পোহৰআমিহে ৰং সানিঅভিধা দিওঁনতুনৰআমি মুখতো ৰং সানোনিচিনিবলৈ নিজৰ নিজৰ মুখৰং সানিলেও নিজৰ মুখনিজৰ ওচৰত লুকুৱাব...
প্ৰশান্ত মিশ্ৰ আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিলআমি তলসৰা বিচাৰি গৈছিলোঁকোনেও কেতিয়াও নভবা এটি...
আকাশ দীপ্ত ঠাকুৰ গাৰুত পৰি থকা চাদৰখনকে আঁকোৱালি লৈ শুই থাকোঁতে অকণমানি শৰীৰটোলৈ সন্তৰ্পণে বগুৱা বাইছিল সেই গোন্ধটো ‘মা মা গোন্ধাইছে চাদৰখন...
প্ৰতীক্ষা বৰা আৰু এনেকৈয়ে, থনৰকৈ ভাগিল বুকুখন। বুকু ভঙাৰ শব্দটো যেন ইন্দ্ৰাণী শইকীয়াৰ কাণতহে বাজিল। হাই-উৰুমি নোহোৱা জঠৰ দুপৰীয়া এটাত কাণ...
নীলোৎপল বৰুৱাদণ্ডপাণি শইকীয়া ইজিপ্টলৈ যোৱা নাই!নাই যোৱা।খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গিজাত উঠা পলাৰ’য়ড ফটো এখন থাকিলহেঁতেন। নতুবা...
গীতিকা শইকীয়া প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ থাকি...
প্ৰশস্তিনিৰু দত্তগুণ্ গুণকৈ আহিল ফাগুনবন-বিৰিখেও ধৰিলে নাচোন ।নাচোনত সৰিল পাত ৰঙা-হালধীয়াডালত ওলাব কুঁহি কোমল সেউজীয়া ।ফাগুনত ফুলে নানা...
মূল: Thomas Hood-ৰ The Bridge of Sighs অনুবাদ : মাধৱ দাসআৰু এগৰাকী দুৰ্ভগীয়া তিৰোতাই তিক্ত জীৱনৰ পৰা মৃত্যু পথলৈগতি কৰিলে।আলসুৱাকৈ তাইক...
ড° নীৰাজনা মহন্ত বেজবৰা (ক) প্ৰচলিত শিক্ষা ব্যৱস্থাআমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে...
ড° ভাৰত বৰুৱাআজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা লেবকোট...
প্ৰাঞ্জল কুমাৰ লাহন বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ কোনেও নেদেখাকৈ কোনেও নজনাকৈ সেই কথা আনকি অৰণ্যৰ গান গোৱা চৰাইবোৰকো কোৱা নাই অৰণ্যৰ ৰঙ-বিৰঙী...