আঙঠি
কিশোৰ বড়ো খটখটী বগাই গৈ আঠুটো গুজি থালখন থওঁতে আঙুলিত সোমাই আহিল এটা আঙঠি কি আচৰিত আঙঠিৰ আকাশ আকাশখন আহি কপালত মেলিলে তাৰ মায়া ফুলি উঠিল...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
কিশোৰ বড়ো খটখটী বগাই গৈ আঠুটো গুজি থালখন থওঁতে আঙুলিত সোমাই আহিল এটা আঙঠি কি আচৰিত আঙঠিৰ আকাশ আকাশখন আহি কপালত মেলিলে তাৰ মায়া ফুলি উঠিল...
ৰঙা গোলাপ ক’লা গোলাপহৰেকৃষ্ণ ডেকাৰঙা গোলাপ“Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton.যেন হাবিত অনাই-বনাই...
ধ্ৰুৱকুমাৰ তালুকদাৰ ধূলিৰ তৰপবোৰ মচি আছোঁ- দুৱাৰখন বন্ধ কৰিবলৈ মন নাযায় হয়তো কোনোবা আহি ওলাব কেইটামান মহ মাখি হয়তো এজনী মেকুৰী... মকৰাৰ...
ঋত্বিক পৰাশৰ অসমৰ এগৰাকী অন্যতম শিক্ষাবিদ, মানৱদৰদী, উচ্চশিক্ষিতা, সৎ-সাহসী, প্ৰচাৰ বিমুখ কৰ্মযোগী মহিলা, জীৱন যুঁজৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী...
সত্যজিৎ গগৈ(লেখাটোৰ মতামত লেখকৰ ব্যক্তিগত। সম্পাদনা সমিতি এই মতৰ বাবে দায়ী নহয়।) বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰে বিদ্যালয়সমূহৰ মূল্যায়নৰ...
ৰিপুঞ্জয় বৰুৱা ঋমনতেওঁ কয় 'আপুনি বহুত ভাল মানুহ' মানে মই বহুত ভাল মানুহ, এয়াই মোৰ বিষয়ে তেওঁৰ এটি সম্যক ধাৰণা।মনত গোপনে গঢ়ি উঠা।তেওঁ...
ময়ূৰী কাকতি প্ৰেম সৰলমাতৃৰ মমতাত বাঢ়ি অহা ভ্ৰূণটোৰ দৰেনিষ্পাপ কেচুৱাটিৰ দৰে যি স্পৰ্শৰ উত্তাপত ঠন ধৰে,কলকলাই ওমলেআৰু মৰমৰ প্ৰতিদান দিয়ে...
মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ৭ম অধ্যায় ||তাৰ পাছত কাৰ্তিকৰ সহযাত্ৰী দেৱসেনাৰ দৰেযোগ্যজনক বৰণ কৰা ভগ্নীক লৈ...
অভিজিত শৰ্মা বৰুৱা বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো একক দ্ৰব্য আচলতে একোটা ৰাসায়নিক পদাৰ্থই। আমি যে আধুনিক খাদ্যৰ পৰা ঔষধলৈকে, প্লাষ্টিকৰ পৰা...
নৱনীতা ভট্টাচাৰ্য্য প্ৰথম খণ্ড অনুসন্ধিৎসু মনৰ প্ৰয়োজন পূৰণ কৰাৰ এটা প্ৰধান উপায় হৈছে ভ্ৰমণ। য’তেই ফুৰিবলৈ নোযোৱাঁ কিয়, কিবা নহয় কিবা নতুন...
নৃপেন গোস্বামীকবিতাৰ মানুহবোৰ বৰ বদনামীলিখে কবিতাসাঁচে সপোনপূৰঠ নোহোৱা সপোন দেখি দেখিবদনামী কবিতাৰ মানুহবোৰইয়াত কবিতাৰ মানুহবোৰকবি নহবও...
ড° বুলজিৎ বুঢ়াগোহাঁই চাৰ্টাৰ্ড একাউণ্টেঞ্চি (Chartered Accountancy) হৈছে কোনো ব্যক্তি বা সংগঠনৰ বাবে একাউণ্টিং, অডিটিং, কৰ, বিত্তীয়...
দাদুল দেৱকৃষ্ণ বৰুৱা(৫) দেওবাৰটোলৈ ৰৈ থাকে ষ্টেপান। এইটো দিনত তেওঁ মলেঁয়াক বেছি সময় দিব পাৰে। মলেঁয়াৰ সতে তেওঁ গোটেই দিনটো কটাব পাৰে...
বিনয় মোহন শইকীয়া সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ অনেক জল্পনা-কল্পনাৰ অন্ত পেলাই ২০২২ চনৰ ১ ডিচেম্বৰ তাৰিখে ‘ছাইট এণ্ড ছাউণ্ড’-ৰ বহু...
চন্দনজ্যোতি চুতীয়া বিংশ শতিকাত আত্মপ্ৰকাশ কৰি অসমৰ জাতীয় জীৱনক দিক্দৰ্শন কৰিবলৈ সক্ষম হোৱা হীৰেন গোহাঁইৰ অধ্যয়ন, পৰ্যবেক্ষণ আৰু চিন্তনৰ...
নিজৰা ৰাজকুমাৰী ব্যৱসায়িকভাৱে অতি সফল ইংৰাজী ভাষাৰ জীৱনীমূলক চিনেমা বহেমিয়ান ৰেপছ’ডিৰ সঘন আৰু সগৌৰৱ উল্লেখ শুনিছিলোঁ ৯১সংখ্যক অস্কাৰ বঁটা...
ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) বাইছ এদিন দুদিনকৈ এসপ্তাহ বাগৰিল৷ নতুন চাপৰিৰ পৰা মানুহবোৰে আঁতৰি যোৱাৰ কোনো লক্ষণ নেদেখুৱালে৷ প্ৰথম...
ড° ভাৰত বৰুৱা বেট বা বাদুলি দেখাত চৰাইৰ দৰে যদিও ই প্ৰকৃততে চৰাই নহয়। ই এবিধ স্তন্যপায়ী, গতিকে চৰাইৰ সদৃশ কণী নাপাৰে, পোৱালিহে দিয়ে...
ধন দাসকবিতা এটা লিখাৰ অন্তত্মই ভীষণ অসুখী লাজত ৰঙা-ছিঙা পৰি কবিতাটোক কাটি-কুটিকাৰণ বিচাৰি ফুৰোঁ ।হস্তমৈথুনৰ পাছত বিজলুৱা অলপ যেনেকৈ ছিটিকি...
বিকিয়ান বাইলুং ৰঙা জিঞাৰ নেজত লাগি ধৰা সূতাৰ পিছত দৌৰিছাল ছিগা আঁঠুত নাৰ্জিপাতঔ বাটে গোবাট, গেলা বাঁহনিৰ তল পৰুৱাই পোৱা জীওটোত ভয় নাই বাট...
গজেন মিলিচিকুনকৈ চিকুনাই থʼব লাগে থালখনযʼত ভৰষা ৰাখিযাপন কৰোঁ ভোকআনৰ ভৰষাত তেওঁনিচুকায় ভাল পায় আনকদিনে দিনে ঠগে নিজকেবান্দৰৰ...
মূল : গ্ৰেটা থুনবাৰ্গঅসমীয়া অনুবাদ : ড° কুমুদ ঘোষ(গ্ৰেটা টিনটিন ইলেওনোৰা এৰ্নমেন থুনবাৰ্গ৷ চমুকৈ আমাৰ মাজত গ্ৰেটা থুনবাৰ্গ হিচাপে পৰিচিত৷...
নৃতাত্ত্বিক দিশৰ পৰা ভিয়েটনামীসকল আৰু নাম-ভিয়েটতপন কুমাৰ শৰ্মা মিনক ভালকৈ চাই আচৰিত হ’লোঁ। চৰবতৰ গিলাচটো হাতত লৈ মিনৰ লগত কথা আৰম্ভ...
ড০ পোনা মহন্তকটনৰ কিছু কথা উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত উপজি ডাঙৰ হৈ গুৱাহাটী চহৰৰ কটন কলেজৰ পৰিৱেশৰ লগত নিজক খাপ খুৱাই ল’বলৈ কিছু সময়...