৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰেম

লেখকঃ ময়ূৰী কাকতি • প্ৰকাশিতঃ ২৫ ফেব্ৰুৱাৰী, ২০২৩
২ মিনিট পঠন • ৩৩৪৯ বাৰ পঢ়া হৈছে

ময়ূৰী কাকতি 


প্ৰেম সৰল
মাতৃৰ মমতাত বাঢ়ি অহা ভ্ৰূণটোৰ দৰে
নিষ্পাপ কেচুৱাটিৰ দৰে 

যি স্পৰ্শৰ উত্তাপত ঠন ধৰে,
কলকলাই ওমলে
আৰু মৰমৰ প্ৰতিদান দিয়ে 

প্ৰেম সপোন এটিৰ স্বতস্ফূৰ্ত গুঞ্জন ...
অহৰহ বৈ থকা এটি ৰাগ..
আঙুলিত ধৰি ধৰি খোজকঢ়া সময় ,
নহলে বেসুৰা,বিৰাগ ...

সুৰবোৰ একোটা কঠিনতম কছৰৎ
বৰষুণ পাই লহপহকৈ বাঢ়ি অহা  শ্যামল ঘাঁহনি 
 
প্ৰেম সুখ 
দুখত আশ্বাসৰ আলিংগন  

প্ৰেম কেৱল প্ৰেম
কবিতা বা 
আন একো নহয় 
              
ফোন  : ৬০০৩৮০০৪৭৭
ম
লেখকৰ পৰিচয়

ময়ূৰী কাকতি

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)