স্বদেশ-স্বজাতিৰ উন্নতিকল্পে সৰল বাস্তৱিক এটা প্ৰস্তাৱ
ধৰে নে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া? এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া? নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
ধৰে নে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া? এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া? নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে...
ছালমা জামান ( মোৰ মৃত্যু কামনা কৰাসকললৈ ) তীব্ৰ ভয়ত আন্ধাৰ গভীৰলৈ নামে পোহৰে নোসোধে আন্ধাৰত যি দেখোঁ বিদ্ৰুপৰ সুৰত উদ্বেলিত আকাশ পৃথিৱী এটা...
অৰুণ গগৈ ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই মহুৰা আছে বাটি টাকুৰী ঘূৰাই তগৰী জেঠাই কপাহ আছে কাটি ৷ ৰূপহী বাইটি কৰি তাঁত-বাতি &nbs...
লক্ষীপ্ৰসাদ ৰেগন পাৰতে গাগৰি এৰি নামিছে গাভৰুজাক বোঁৱতী নদীত পানী কাউৰীৰ দৰে শুভ্ৰ বুকু তিয়াই আৰম্ভ হ’ল খিলখিল হাঁহি তাৰে মাজৰ কোনোবাজনী...
কিশোৰ দাস কোঁৱৰ অসমীয়া সাহিত্যৰ মহীৰূহৰ স্বৰূপ হোমেন বৰগোহাঞি এজন যথাৰ্থ সাহিত্যিক৷ ‘ৰামধেনু’ যুগৰপৰা আৰম্ভ কৰি তেওঁৰ সৃষ্টিৰাজিয়ে...
নিৰু দত্ত চৰাইৰ কিচিৰ-মিচিৰ আৰু স্তুতিগীতত সাৰপোৱা ফেঁহুজালি এটা বুকুত জীয়ন দি থ’লোঁ । কথাবোৰে খলখলাই বাট নোপোৱা দিনবোৰত তৰমুজৰ ভিতৰত মনটো...
বন্দনা কৌশিক বৰদলৈ ইয়াৰ পাছত, শেষৰ বাহিৰে বেলেগ একো নাথাকিব বুলি ভাবিয়েই হ’বলাবুৰ যাব খোজা বেলিৰ ৰঙেৰে কৰুণ হৈ উঠিছিল তোমাৰ মুখ দুখন হাতৰ...
ৰিপুঞ্জয় বৰুৱা ঋমন যোৱাটো এপ্ৰিলৰঅপূৰ্ণ শব্দবোৰ উটুৱাই থৈ উভতি অহাৰ পৰতনখদীঘল নৈখনে কৈছিল হাত সাৰিবলৈকেকিছুমান কথা নোকোৱাই ভালহা�...
ধ্ৰুৱকুমাৰ তালুকদাৰ বতাহে বাট হেৰুৱাই মোৰ পিছে পিছে আহিছে... তাৰ হাতত শগুনৰ চিঠি মই পঢ়িব নাজানো, লিখিবলৈ শিকা নাই আখৰ মানুহ মৰি যাম, মৰাৰ...
জোনমণি দাস ১. সন্ধ্যাৰ আকাশৰ পৰা সৰি পৰিল জাক হেৰুওৱা চৰাইটোৰ মাত, উৰুঙা বতাহত ওৰে ৰাতি কঁপি কঁপি জ্বলি থাকিল তুলসী তলৰ চকুটো। ২. নিয়ৰে...
অনুবাদ : ড° ৰঞ্জিত দত্তকবি পৰিচয় : ছেহলম ফ্ৰেডমেন(Shalom Freedman) এজন আমেৰিকান - ইজৰাইলী কবি আৰু চিন্তাশীল লেখক।এজন ইহুদী সাহিত্যিক হিচাপে...
যশোৱন্ত নিপুণ পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই আছে৷...
ববিতা কলিতা চাৰিচুকীয়া দেৱালখনত ওলমি থকা গোলাকাৰ ঘড়ীটোলৈ একেথিৰে চাই আছিল জয়জিৎ দুৱৰাই৷ সময় ঘূৰিছে বৃত্তাকাৰে৷ অথচ এৰি অহা সময়বোৰ আমি কোনেও...
ভাস্কৰ ভূঞা ৱিকিপিডিয়া (Wikipedia) ৱিকিপিডিয়া হ’ল অব্যৱসায়িক, মুক্ত, ৱে’ব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ বা তথ্যকোষ৷ ৱিকিপিডিয়াৰ...
জৰসিং ইংতি ক্লেংদুন (১) একোৱে নাই হাতত একোৱে নাই দূৰ-দিগন্তত মৰুভূত নিজৰ ছাঁ খেদি-খেদি কোন ক’ত হেৰায় তৃষ্ণাতুৰৰ পানী এটোপা চকুলোৰে ধোঁৱা...
হৰেকৃষ্ণ ডেকা(১) ৰাম আপোনাৰ ৰাম আৰু বাপুৰ ৰামযদি একেজন হয়,মই বাপুৰ ৰামক ৰাম বুলি ক’মআৰু আপোনাৰ ৰামক আপোনৰাম বুলি ক’ম৷বাপুৰ ৰাম হৃদয়�...
ধৰিত্ৰী বৰুৱা (১) যোৱাবাৰ শীতত মন-ফুল মৰিছিল, এইবেলি শীতত পলসুৱা হাত। ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত এয়াই তফাৎ। ঠেৰেঙা জাৰত কি ফুল আনিছা?...
গীতাশ্ৰী তামুলী নীলোৎপল বৰুৱাৰ গল্প আগেয়ে পঢ়া নাছিলো৷ তেওঁৰ ‘গান্ধী ফাগ্লা’ কিতাপখন পাই সেই নামৰ গল্পটোকে উলিয়াই লৈছিলোঁ৷ পঢ়ি যাওঁতে এনে...
অজিত ছিংনাৰদুই বিশাল এলেকাটোত ঠায়ে ঠায়ে আছে বহুকেইটা আটী৷ গোটেই হাবি-জংঘলেৰে ভৰা এই আটীবোৰৰ নামনিতো হাবি-জংঘলৰ পয়োভৰ৷ মালভূমি সদৃশ এটা আটী...
মৃদুল শৰ্মা ৬ শকুনি ৷যুদ্ধনিপুণ ভীষ্মই ভাৰতৰ ৰাজবংশৰ ৰাজপুত্ৰলৈ ভগ্নী গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা কৰাত প্ৰথমে আ(ৰ্যবোধ কৰিছিলোঁ আনন্দত৷ পিছে...