৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৯ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
প্ৰবন্ধ ১ ফেব্ৰুৱাৰী, ২০২৩

তাপীয় প্ৰদূষণ গুৰুত্ববিহীন সমস্যানে?

ড০ ৰমেশ চন্দ্ৰ গোস্বামী পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ কিমান বিভিন্ন ধৰণে প্ৰদূষিত হয়, সেই বিষয়ে প্ৰায় সকলো নাগৰিকেই জনা হৈছে৷ আনহাতে পোহৰ আৰু...

লেখকঃ ড° ৰমেশ গোস্ৱামী সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩১ জানুৱাৰী, ২০২৩

আধুনিক শিক্ষাত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কাৰ্যপন্থা

পঙ্কজ প্ৰতিম বৰদলৈ আধুনিক শিক্ষাৰ প্ৰয়োজনীয়তা দোহৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই৷ বৰ্তমান সময়ত সমগ্ৰ শিক্ষাৰ জৰিয়তে শিশু এটিৰ সৰ্বাংগীন বিকাশৰ কথা...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ‍ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৩১ জানুৱাৰী, ২০২৩

|| কালিদাসৰ ৰঘুবংশম্ অধ্যায় ৬ ||

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত সয়ম্বৰসভালৈ গৈ কুমাৰ অজই দেখিলে সাজিকাচি পৃথিৱীৰ ৰজাসকলে মনোজ্ঞ বেশে শৰীৰত লৈ বিমানচাৰী দেৱতাৰ সৌন্দৰ্য...

লেখকঃ মূল: মহাকবি কালিদাস সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩১ জানুৱাৰী, ২০২৩

ভৱিষ্যতৰ পৰা বৰ্তমানলৈ এজাক সৰল পথৰ সন্ধানত

সঞ্জীৱ সভাপণ্ডিত বৌদ্ধ ধৰ্মত বৌদ্ধ ভিক্ষুসকলে সদায় ভিক্ষা কৰিয়েই নিজৰ ক্ষুধা নিবাৰণ কৰে৷ মই সদায় ভাবোঁ ভিক্ষা কৰিলেইতো নহ’ব–ভিক্ষা দিবলৈওতো...

লেখকঃ সঞ্জীৱ সভাপণ্ডিত সম্পূৰ্ণ পঢ়ক →
কাৰ্টুন ৩০ জানুৱাৰী, ২০২৩

অঁ,সময়ত

অঁ,সময়ত | নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " ফেব্ৰৱাৰি‍,";...

লেখকঃ নিতুপৰ্ণ ৰাজবংশী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৩

কবিলৈ কবিৰ চিঠি

প্ৰয়াগ শইকীয়া উৰণীয়া মনে দিলে এটা পাখি ক’লে কলম কৰি কিবা এটা লিখিবা সখী পাখিটি চুই দিওঁতেই এজুপি বিৰিখ হ’ল আৰু অনুভৱ দিলে মই যে ভূমি...

লেখকঃ প্ৰয়াগ শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৩

বহু কথা নাজানো

দ্বিজেন কুমাৰ দাস বহু কথা নাজানো নজনাবোৰ ভয় বহু প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই পকি সেন্দুৰীয়া হোৱা পথটোৰে গৈ থাকিও থমকো বহু কথা অৱগুণ্ঠণ মোক...

লেখকঃ দ্বিজেন কুমাৰ দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৩

জোনৰ হাঁহি

হেমচন্দ্ৰ কছাৰী কালি সন্ধিয়া মোৰ ক্লান্ত দুচকুলৈ চাই জোনে বৰ অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে হাঁহি নহয় যেন এপাট শেলহে আজি-কালি জোনক লগপাবলৈ বৰ...

লেখকঃ হেমচন্দ্ৰ কছাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৩

উৰুকাৰ দিনা

হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে উৰুকাৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব...

লেখকঃ হৰেকৃষ্ণ ডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৩

অন্যকথা

দিগন্ত শইকীয়া বেলেগ কিছুমান কথা বেলেগ কিছুমান চিন্তা চোপ লৈ আছে বেলেগ কিছুমান বুৰঞ্জী বেলেগ কিছুমান বেলাড বেলেগ কিছুনমান বিলাপ বেলেগ...

লেখকঃ দিগন্ত শইকীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ জানুৱাৰী, ২০২৩

কক্ষচ্যুত

জিণ্টু দত্ত অমলাৰ মাকে মাটিটুকুৰা বেচিব৷ আচল খবৰটো আনিলে নন্দ উকীলৰ পুতেক বিনয়ে৷ সি বোলে ডাইৰেক্ট বুঢ়ীক সুধি আহিছে৷ গতিকে অবিশ্বাস...

লেখকঃ জিণ্টু দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জানুৱাৰী, ২০২৩

সিজুফুলৰ ৰাতি

দীপজ্যোতি বৰা গুলঞ্চৰ ভগা ডালটোত বহি ওৰে ৰাতি কেতেকীয়ে কান্দে আনে নুশুনিলেও থাপনাৰ শিলবোৰে শুনে শিলবোৰ পমি যায় পমি পমি ভাপ হয় অশ্ৰুগংগাৰ...

লেখকঃ দীপজ্যোতি বৰা সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ জানুৱাৰী, ২০২৩

মন্দিৰলৈ এদিন

যশোৱন্ত নিপুণঅংকন: বৰ্ণিল মহন্ত প্ৰযুক্তিয়ে মানুহক যিমানেই ওচৰলৈ লৈ আহিছে আচলতে সিমানেই দূৰলৈ টানিও নিছে৷ যিমান বেগত এতিয়া যোগাযোগ হয়...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ জানুৱাৰী, ২০২৩

অৱগাহন

পাপৰি গোস্বামী গংগাধৰৰ দুয়োপাৰৰ ঘাটত থকা ডাঙৰ নৌকা দুয়োখনেই ‘বৰ বাড়ি’-ৰ নৌকা। তলীখন পুৰঠ জাম কাঠৰ আৰু কাষ দুটা শাল কাঠৰ। টিং দুটা ৰঙা আৰু...

লেখকঃ পাপৰি গোস্বামী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৯ জানুৱাৰী, ২০২৩

ইণ্টাৰনেটৰ পৃথিৱীত নৱপ্ৰজন্মৰ ভৱিষ্যত

ঋত্বিক পৰাশৰ “অভাৱেই আৱিস্কাৰৰ মূল”। বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিবিজ্ঞানৰ যুগ। এই প্ৰযুক্তিবিজ্ঞানৰ যুগটোত ইণ্টাৰনেটৰ গুৰুত্ব অধিক...

লেখকঃ ঋত্বিক পৰাশৰ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ জানুৱাৰী, ২০২৩

বিটকইন

বিনয় মোহন শইকীয়া (৫) বিটকইনৰ উৎস – বিটকইনৰ ‘মাইনিং’ বা খনন সোণ, ৰূপ, হীৰা, আদি যিকোনো মূল্যৱান ধাতু প্ৰকৃতিৰপৰা পাবলৈ সাধাৰণতে খনন কৰা হয়...

লেখকঃ বিনয় মোহন শইকীয়া সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৮ জানুৱাৰী, ২০২৩

বচা বকুল

ৰমানন্দন বৰাএকৈছ বান শুকালত মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰ’ল৷ নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা...

লেখকঃ ৰমানন্দন বৰা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ জানুৱাৰী, ২০২৩

উচ্চশিক্ষাৰ মান

প্ৰাঞ্জল বেজবৰা যেতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰে প্ৰতিবছৰে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ ৰেংকিং প্ৰকাশ কৰে, বিশেষকৈ যেতিয়া...

লেখকঃ প্ৰাঞ্জলবেজবৰা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ জানুৱাৰী, ২০২৩

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) চাকৰি

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ সুযোগ...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৭ জানুৱাৰী, ২০২৩

ডাইন'ছৰবোৰ শীতলৰক্তী আছিলনে?

ড° ভাৰত বৰুৱাআপোনাৰ ঘৰত যদি এটা পোহনীয়া শহাপহু আছে আৰু এটা পদচালিত কল বা ট্ৰে’ডমিল আছে, শহাটোৱে নিৰ্দিষ্ট সময়ত ট্ৰে’ডমিলত দৌৰি শৰীৰৰ ভৰ...

লেখকঃ ড° ভাৰত বৰুৱা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৭ জানুৱাৰী, ২০২৩

ৰূদ্ৰাণী শৰ্মাৰ ছয়খন উপন্যাসিকা

ড° বিৰিঞ্চি কুমাৰ দাস দমিতাৰ দস্তাবেজ, উত্তৰকাল, কাঁহিবুনৰ মালিতা, ত্ৰিভূজ, বতাহৰ ছৱি আদি উপন্যাসেৰে সমসাময়িক সামাজিক প্ৰেক্ষাপটৰ প্ৰতি...

লেখকঃ ড° বিৰিঞ্চি কুমাৰ দাস সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ জানুৱাৰী, ২০২৩

এটা মাউথ অৰ্গেন আৰু এজনী জোনাকী পৰুৱাৰ সাধু

ৰশ্মিৰেখা ভূঞা হাতত সাৰে ভৰিত সাৰে জোনাকী পৰুৱাজনীয়ে শোৱা কোঠাৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। চোতালৰ শেৱালিজোপা জোনাকে উপচাই পেলাইছে। দীঘল...

লেখকঃ ৰশ্মিৰেখা ভূঞা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৭ জানুৱাৰী, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(৪) মলেঁয়া জাতত হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক। ষ্টৰ্ক পৰিয়ালৰ চৰাইবোৰ বেছ ডাঙৰ হয়। মলেঁয়াও ডাঙৰ হ'ব। বিজ্ঞানীসকলে...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ জানুৱাৰী, ২০২৩

অসমত অসমীয়া চিনেমাৰ বাবে এটা পৰিৱেশ

বছৰটোৰ প্ৰথমটো মাহৰ শেষৰ ফালৰ কেইদিনমান অসমত চিনেমা সম্পৰ্কে যথেষ্ট বাদানুবাদ হোৱা দেখা গৈছে৷ মুম্বাইৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বিশেষ এখন...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →