স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৭
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অভিযান নামৰ চিনেমাখনৰ চিত্ৰনাট্য লিখা আৰু পৰিচালনা কৰাই নহয় সুজিত সিংহই...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অভিযান নামৰ চিনেমাখনৰ চিত্ৰনাট্য লিখা আৰু পৰিচালনা কৰাই নহয় সুজিত সিংহই...
ড° ভাৰত বৰুৱা আমাৰ চাৰিওফালে আমাৰ জ্ঞাতে বা অজ্ঞাতে বিয়পি থকা মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকাবোৰ আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ...
লিও টলষ্টয়ৰ ‘What is Art?’ গ্ৰন্থৰ অসমীয়া অনুবাদঅনুবাদ : ড° বিৰিঞ্চি কুমাৰ দাস (৯) কলাৰ কাৰ্য এইটো কথাৰ ওপৰত প্ৰতিষ্ঠিত যে যিগৰাকী মানুহে...
লোকনাথ গোস্বামী (১) মই বেছেৰীয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ ১৯৬৯ চনত ৷ তেতিয়া দ বেছেৰীয়া গাঁৱৰ পৰা চাইকেল মাৰি গৈছিলোঁ পৰীক্ষা...
জয়ন্ত মাধৱ বৰা ...
ধ্ৰুৱকুমাৰ তালুকদাৰ জীৱনক, মই নমস্কাৰ কৰিলোঁ৷ ক’লো, আহা মোৰ লগত বহা অকনমান সময়৷ আমি দুয়ো বহিলোঁ ওচৰা-উচৰিকৈ প্ৰায় গাতে গা লগাকৈ - আমি দুয়ো...
জোনমণি দাস ১. নোকোৱাকৈ নোৱাৰি স্বমেহনত স্খলিত বীৰ্যৰ শেষ টোপালটোতো সেয়া ময়েই, শত শতাব্দীৰ মাজেদি পাৰ হৈ আহিছোঁ অনন্ত কোটি ব্ৰহ্মাণ্ড৷...
মানস প্ৰতিম দত্ত এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ শগুণ শূন্য ডাইক্ল’ফেনাকে নোহোৱা কৰিলে শৈশৱৰ ভালনে ছাৰ- ভাল ছাৰ ভাল ছাৰ মানে শগুণ পানী মৰে নদী...
গোবিন কুমাৰ খাউণ্ড (এক) ৰত্ন ছাৰ বহা চকীখনত ৰʼদ লৈ বহি আছে মিলিটেৰী৷ গাত ঊণৰ ডাঠ জেকেটটো৷ ডিঙিত এখন গামোচা৷ ভৰিত খৰম৷ কঁকালত এডাল চামৰাৰ...
নিতুপৰ্ণ ৰাজবংশী...
বাব্লু প্ৰসাদ বৰুৱা(অক্টোবৰ সংখ্যাৰ পাছৰপৰা) (টোকা : এই আলোচনালানিৰ প্ৰথমাংশত আমি থলগিৰি অসমীয়া মানুহৰ ইতিহাস-চেতনাক কিদৰে বহিৰাগত কিছুমান...
বন্দনা কৌশিক বৰদলৈ বাট এটাৰে গৈ থাকোঁতেমুৱানৰ ‘উৰণীয়া কইনা’জনী লগত আছিল জুইলৈ ভয় কৰা আইতাই পানী ছটিয়াই ছটিয়াই পিছফালৰ পৰা চিঞৰি...
নিৰু দত্ত মোৰ দেউতাৰ ঘামৰ সোণালী মুকুতা আঘোণ কুঁৱলীৰ সীপাৰে শাওণৰ বুকুত লেটি লোৱা আইৰ কুশলী হাতৰ বাখৰ । উদং পথাৰখন বুকুত লৈ দৌৰি ফুৰে এজাক...
অন্বেষী বৰা যুগলবন্দী বুলি ক’লে আপুনি বেজী-সূতাৰ কথা পাহৰিলে নহ’ব সঠিক জোখ-মাখেৰে বেজীৰ ফুটাইদি সৰকি অহা এডাল সূতা যুগলবন্দীৰ লক্ষ্য একেই...
৩৬ কৃষ্ণ৷ ... মথুৰাৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল৷ সেই পৰিৱৰ্তনৰ ফলত ব্ৰজবাসীৰো জীৱনলৈ নিশ্চয় পৰিৱৰ্তন আহিছিল৷ কিন্তু সেই বিষয়ে চিন্তা...
পাঁচ বহাগ মাহ সোমাল৷ তেমেকাহঁতে বহাগ বিহুৰ সোৱাদ তেতেলীয়াৰ মানুহবোৰৰ লগতে ল’লে৷ তেতেলীয়াৰ ডেকাবোৰৰ লগতে ঘৰে ঘৰে হুঁচৰি মাৰিও আনন্দ কৰিলে৷...
নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৫ শীতকালৰ দিনবোৰ যে ইমান চুটি, ৰিণিৰ একেবাৰে ভাল নালাগে৷ স্কুলৰ পৰা আহি ভাত-পানী খাই জিৰাই-শতাই লোৱা মানে সূৰ্য...
পঙ্কজ প্ৰতিম বৰদলৈ মোগলকালীন সময়ৰ কলাকৃতিসমূহৰ ভিতৰত কৃষ্ণৰ দ্বাৰা গোৱৰ্ধন পৰ্বত আঙুলিত তুলি লোৱা চিত্ৰখন অন্যতম কলাকৃতি হিচাপে প্ৰসিদ্ধ ৷...
দাদুল দেৱকৃষ্ণ বৰুৱা(২৪) ৰাতিপুৱাই লুকা ওলালহি৷ ষ্টেপানে তেতিয়া মলেঁয়া আৰু ক্লেপেটাঁক আহাৰ খুৱাই আজৰি হৈছিলহে৷ মলেঁয়া যিহেতু...
যশোৱন্ত নিপুণ ঘৰে পদূলিয়ে কিমান দুখ কিমান আন্ধাৰ, আমাৰ বুকুত কিহৰ একুৰা জুই জ্বলে ইমান ফুল কিয় হঠাতে সৰে ? কি ভুল হ’ল আমি যদি মেজত একেলগে...
হিল্লোলজ্যোতি সিংহ (ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ সোঁৱৰণত) চাওঁ, তোমাৰ হাতখনত ধৰোঁ এবাৰ শ্বৰ্ট মিডউইকেটত ফিল্ডিং কৰা সেই দুখন শক্তিশালী হাত যিয়ে...
অৰুণ গগৈ আঘোণ মাহত সোণালী সাজত পথাৰ উপচি পৰে চহাৰ প্ৰাণত সৰল মনত সুখৰ মুকুতা...
লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদঅনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৮) গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত, নন্দনতত্ত্বই...
ড° বুলজিৎ বুঢ়াগোহাঁই দুৰ্যোগ ব্যৱস্থাপনা বা ডিজেষ্টাৰ মেনেজমেণ্ট(Disaster Management)ত প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগৰ সময়ত জীৱন, সম্পত্তি...