৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ২০ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ২৬ জানুৱাৰী, ২০২৩

অন্য সৰিয়হডৰা

এম. কামালুদ্দিন আহমেদ চপৰাবোৰ তেওঁৰ চকুলৈ আহে বাস্তৱত আনকি সপোনতো চপৰাবোৰ ভাগি যায় ভাগি যায় হালধীয়াৰ সপোন তাত নাথাকে কেতিয়াবা বোকা আৰু বোকা...

লেখকঃ এম. কামালুদ্দিন আহমেদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ জানুৱাৰী, ২০২৩

পিঞ্জৰা

দাদুল ভূঞাবাঘৰ গোজৰণিত পাৰ হৈ যোৱাকোলাহল ৰাতিটোৰ পeছতপিঞ্জৰা এটাত বন্দী হৈ ৰৈ আছোঁ আমিক'লা গাড়ীত চাইৰেন বজাইসেয়া বাঘ আৰু বাঘিণীআগে-আগে...

লেখকঃ দাদুল ভূঞা সম্পূৰ্ণ পঢ়ক →
গল্প ২২ জানুৱাৰী, ২০২৩

অচিনাকি

কাব্যশ্ৰী মহন্ত“তিতিৰি তিতিৰি তাচ তিতিৰি তিতিৰি তাচ এমকেম এমকেম এমকেম” অৰ্থহীন বাক্যষাৰ আওৰাই আছে ছবছৰীয়া নাথুৱে৷ আৰু আওৰাই থকাৰ লগে লগে...

লেখকঃ কাব্যশ্ৰী মহন্ত সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২২ জানুৱাৰী, ২০২৩

যোশীমঠ

বেদান্ত কুমাৰ নাথ যোশীমঠক লৈ হিন্দুত্বৰ ধজ্জাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ চেষ্টা...

লেখকঃ বেদান্ত কুমাৰ নাথ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২২ জানুৱাৰী, ২০২৩

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কেইটিমান নাৰী চৰিত্ৰৰ মনোজগতত এটি আলোকপাত

আকাশ দীপ্ত ঠাকুৰপ্ৰস্তাৱনা : অসমীয়া সাহিত্যৰ জগতখনত স্বকীয় বৰঙণিৰে এক সুবিশাল মহাসমুদ্ৰৰ ৰূপত নিজৰ পৰিসৰ বিস্তৃত কৰি ৰখা ড° ভবেন্দ্ৰ না�...

লেখকঃ আকাশ দীপ্ত ঠাকুৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জানুৱাৰী, ২০২৩

যি আমাৰ ইচ্ছা

গজেন মিলিঘড়ীৰ আঙুলিৰ আমি দাসটোপনি ভগাৰ পৰা টোপনি আহালৈআমাক নচুৱায়আমি নাচি থাকোঁবেলিয়ে উঠা বহা কৰে পুৱা-গধূলিনৈ বয় নিৰৱধিঘড়ীয়ে ঘূৰি...

লেখকঃ গজেন মিলি সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জানুৱাৰী, ২০২৩

সৰাপাতক সোধোঁ যদি

অনুভৱ তুলসীসৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা –কথাটো বাৰু সঁচানে – আমাৰ কবিক সোধকচোনআপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথাপাতক পাত পাতে...

লেখকঃ অনুভৱ তুলসী সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জানুৱাৰী, ২০২৩

সাগৰলৈ বহু দূৰ

ছালমা জামান মই আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ গুচি গলোঁথৈ গলোঁ মোকসমস্ত ক্লান্তি নামি গলসাগৰৰ ঢৌৰ সতে অহাবোৰ দেখা পালোঁএডভেন্চেৰাচ...

লেখকঃ ছালমা জামান সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২২ জানুৱাৰী, ২০২৩

ইংৰাজী, টাইৱানীজ আৰু জাপানীজ ভাষাৰ তিনিখন ছবি

নিজৰা ৰাজকুমাৰী পৰিচালকৰ কল্পনাক চেৰাই নিজে ৰূপায়ণ কৰা চৰিত্ৰটোকো নিজৰ মতে উপস্থাপনৰ স্বাধীনতা প্ৰায়েই নাথাকে অভিনেতা-অভিনেত্ৰীৰ। মাজে মাজে...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২২ জানুৱাৰী, ২০২৩

নামঘৰ : এটা সম্ভাৱনা আৰু বাস্তৱ Editorial March 2023

অসমীয়া জাতীয় জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি সময়ত একশৰণ নামধৰ্মক অৱলম্বন কৰি অসমীয়া জাতিসত্ত্বাৰ বৰভেঁটি বান্ধিব খুজিছিল সেই সময়ৰ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ১৮ জানুৱাৰী, ২০২৩

ভোগালী

জিতেন পায়েং লেচেৰি বুটলা দিনৰ ইতি পেলাই নৈপৰীয়া বগৰী পকিছে গৰছিগাৰ শুকুৰবৰীয়া বজাৰত ধানৰ দাম কমি হাফ পেণ্টৰ দাম বাঢ়িছে খেতিয়কৰ ধান মহাজনৰ...

লেখকঃ জিতেন পায়েং সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩ জানুৱাৰী, ২০২৩

সাংস্কৃতিক সাৱলীলতা

নীৰাজনা মহন্ত বেজবৰাপৰ্য্যটকৰ ভিৰৰ মাজতে ১০-১১ বছৰ মানৰ ছোৱালীজনীয়ে মোৰ ফালে আগবাঢ়ি মোক কিবা ক’ব খোজা বা কিবা ইংগিত দিব খোজা যেন লাগিল। সেই...

লেখকঃ ড° নীৰাজনা মহন্ত বেজবৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২ জানুৱাৰী, ২০২৩

ড্ৰামা

অলকেশ কলিতাবৰ বেছি এটা বিশ্বাস নকৰিবা, এই যে সৰাপাতক লৈ কিবা এটা ভবা হয়, অথবা এই কুঁহিক লৈ।আজি একত্ৰিশ ডিচেম্বৰ, মাজনিশাআৰু হাঁহি কান্দোন...

লেখকঃ অলকেশ কলিতা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১ জানুৱাৰী, ২০২৩

উলাহেৰে উভতি চাওঁ - ২২

ড০ পোনা মহন্ত ১৯৬১ চন৷ মাহটো পাহৰিছোঁ৷ মেট্ৰিকৰ ৰিজাল্ট ওলাল৷ আশা কৰা মতেই প্ৰথম বিভাগ পালোঁ৷ অৱশ্যে বন্ধু-বান্ধৱ, সহপাঠী আৰু আত্মীয়সকলে...

লেখকঃ ড° পোনা মহন্ত সম্পূৰ্ণ পঢ়ক →