মায়াৰ মায়ং
নৱ ৰাজন(দ্বিতীয় ভাগ) পবিতৰালৈ নোযোৱা বহু দিনেই হ’ল। সেয়ে, আবেলি পবিতৰালৈ যোৱাটোকে ঠিক কৰিলোঁ। লাচিতলৈ ফোনটো কৰিলোঁ। সি সন্মতি দিলে। সিয়ে...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
নৱ ৰাজন(দ্বিতীয় ভাগ) পবিতৰালৈ নোযোৱা বহু দিনেই হ’ল। সেয়ে, আবেলি পবিতৰালৈ যোৱাটোকে ঠিক কৰিলোঁ। লাচিতলৈ ফোনটো কৰিলোঁ। সি সন্মতি দিলে। সিয়ে...
যশোৱন্ত নিপুণ কিবা হেৰুওৱাৰ ভয়ত আমি দূৰলৈ চাব খোজা নাছিলোঁ, আৰু প্ৰায় সকলোৱে বিষপান কৰে বাবেই আমিও বিষপানৰ উৎসৱলৈ বাট পোনাইছিলোঁ...
দিপলীপ বৰা বুকুৰ ভিতৰত এখন শুকাই যোৱা অৰণ্য জীয়াই আছে গছবোৰ থিয় হৈ আছে কিন্তু পাতবোৰে বহুদিনৰ আগতেই পোহৰৰ...
অংকুৰণ আৰ্ফ কাহিলিপুৱাতে নিয়ৰবোৰে হাঁহি আছিল ঠিক মনালিছাৰ দৰে কুঁৱলীৰ আঁৰত কঁপি আছিল নুবুজা কবিতা শুভ্ৰকেশী কঁহুৱাবোৰে ঢ়ৌ তুলিছিল ঠিক...
অৰ্চনা পূজাৰী সকলো কবিয়ে জানে কবিতাৰ বজাৰখন মন্দা তথাপিও কবিতা লিখে ৰঙীন চোলাৰে কবিতাৰ কিতাপে বজাৰত ভিৰ কৰে বিপনিবোৰ সঁচাকৈ শুৱনি হৈ পৰে #...
নিতুপৰ্ণ ৰাজবংশী...
যোৱা কিছু বছৰত আমাৰ পৃথিৱীয়ে কিবা এক জটিল অসুখত ভুগিবলৈ আৰম্ভ কৰিছে৷ দেশ বা অঞ্চলভেদে ৰোগ বা উপসৰ্গবোৰ চিনাক্ত কৰিব পাৰি যদিও আটাইবোৰ মিলি...
ময়ূৰী কাকতি কোনো এক বিমূৰ্ত সন্ধিক্ষণত সপোন এটাৰ পৰা বুটলি লৈছিলোঁ শব্দটো - ‘গলিত’, মানে গলি থকা যেনে গলি যোৱা মমডাল, সাহিত্যৰ ভাষাৰে-...
নন্দিতা চক্ৰৱৰ্তী “ সউদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস না...
অৰ্ধেন্দু নাৰায়ণ দেৱ ইতিহাস খুঁচৰিলে পোৱা যায় যে তাহানিৰ বৰ অসমৰ অন্তৰ্গত বৰ্তমান মেঘালয় ৰাজ্যৰ ভোগাই নদীৰ পাৰত বাস কৰি থকা এটা জাতি...
ড০ ৰক্তিম ৰঞ্জন শইকীয়া খাৰ-বাৰুদৰ আৱিষ্কাৰে মধ্যযুগৰ পৰম্পৰাগত যুদ্ধলৈ আমূল পৰিৱৰ্তন আনিছিল৷ ইয়াক ব্যৱহাৰ কৰি তুলনামূলকভাৱে সৰু সৈন্যবাহিনী...
ড০ পঙ্কজ প্ৰতিম বৰদলৈ পঞ্চদশ আৰু ষোড়শ শতিকাত অসমৰ ৰাজনৈতিক ইতিহাসে ভূখণ্ডীয় বিস্তাৰ, ৰাষ্ট্ৰ-গঠন, ৰাজনৈতিক সহাৱস্থান আৰু সামাজিক...
চুনা কুমাৰ পাঠৰী &...
ড০ ইন্দ্ৰাণীৰেখা শইকীয়া ৰাতিৰ ভাতসাজ খোৱাৰ সময় হৈছে আৰু ইফালে আপোনাৰ পাকঘৰখন এখন পশু চিকিৎসালয়লৈ ৰূপান্তৰিত হৈছে৷ আপোনাৰ তিনিবছৰীয়া...
ড০ সঞ্জীৱ বৰা “এইখন বিখ্যাত ছবি?? এনেকুৱাতো আমাৰ অমুকেও আঁকিব পাৰে!” পিকাছো, পল ক্লী, জন মিৰো বা আধুনিক বিমূৰ্ত ছবি চালেই এনে কথা কিমানৰ...
(কবি আনিছ উজ জামানৰ স্মৃতিত) এম. কামালুদ্দিন আহমেদ বগা এই ...
ৰাজীৱ বৰা প্ৰায় ছটা দশকজোৰা কাব্য-পৰিক্ৰমা সামৰি যোৱা ২০ ছেপ্তেম্বৰ, ২০২৬ তাৰিখে আনিছ উজ্ জামানৰ কায়িক প্ৰস্থান ঘটিল৷ কবিতাৰ মৃত্যু...
স্পন্দন সমীৰ (দ্বিতীয় অধ্যায়) "শূন্যতা মানে আমি সাধাৰণতে একো নথকা অৱস্থা বুলি ভাবোঁ। কিন্তু শূন্যতা কেতিয়াও একো নথকা নহয়। শূন্যতা হৈছে...
মূল : মহম্মদ দাৰউইছ, পেলেষ্টাইনঅনুবাদ : ড° ৰঞ্জিত দত্ত কবিতাটোৰ সতেঘোঁৰাটো বাগৰি পৰিলসেই সুন্দৰী মহাকাশবিজ্ঞানীগৰাকীয়েনানাৰঙী ইন্দ্ৰমাালত...
প্ৰণীতা কাকতি চলচ্চিত্ৰখনৰ সৈতে সম্পৰ্কিত সাধাৰণ তথ্য : ...
মূল : ৰামকুমাৰ মুখোপাধ্যায়অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰীসংস্কৃতি ...
ঋতুবাস্তৱ হাজৰিকাৰাতিৰ নিৰ্জন দুৱাৰতকোনোবাই টুকুৰিয়াইছিলহয়তো মোৰেই কোনো অচিনাকি সত্তাশব্দবোৰে কাপোৰ সলাইনীৰৱতাৰ ভাষা পিন্ধিছিলদুটা ছাঁ কাষ...
ড০ প্ৰিয় দেৱ গোস্বামী জ্ঞান চৰ্চাৰ ইতিহাসত গণিত বিষয়ৰ অধ্যয়ন আছিল হয়তো ৰ্সবপ্ৰথম।গণিতৰ ইতিহাস মানৱ সভ্যতাৰ ইতিহাসৰ সমানেই পুৰণি। এই চৰ্চা...
জ্যোতিৰেখা হাজৰিকা জুবিন মইজ্বলি আছোঁ এয়া চন্দন কাঠৰ জুই একুৰা হৈজুবিন মইতোমালোকৰ বুকুত ভালপোৱাৰ মন্ত্ৰ থাপিদুচকুত বোৱাইঅশ্ৰুৰ সাগৰ অহাৰ...