৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এণ্টি-পয়েট্ৰি

লেখকঃ চুনা কুমাৰ পাঠৰী • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২৬
১ মিনিট পঠন • ১২৯২ বাৰ পঢ়া হৈছে

 চুনা কুমাৰ পাঠৰী

                             

 

আফ্টাৰ অল্ ফটো ছেছ্ন ষ্টাৰ্ট৷ বোলো কবিতাৰ জগত সভা, কোনে শুনিব কবিতা !

কবিতাই বিলাসিতাৰ পৰা মুক্তিৰ আকুল প্ৰতীক্ষাত; মুক্তি দিয়ক, অতিশীঘ্ৰেই মুক্তি৷

 

কবিয়েহে ভালপায় এ.চি, কবিতাই নহয়৷ কবিতা মুক্ত, কবিতাৰ সীমা অসীম পৰিধি৷

একাপ লাল চাহ আৰু এখন মেৰিʼগল্ড বিস্কুটতে কবিতা যতি! কবিতা কাৰ সম্পত্তি?

 

মুহূৰ্ততে বতৰ বুজি ছিজনেল কবি, কʼব নোৱৰাকৈয়ে কেতিয়া বাঢ়ে ক্ৰমাৎ দাম বৃদ্ধি !

কবিক গ্লেমাৰ লাগে; ৰাজভোগ, ৰাজতন্ত্ৰৰ শংকাত কবিয়েই মৌনব্ৰত অৱলম্বন কৰে৷

 

বাটকুৰিবাই ঢপলিয়াই কবি কবিতা গাবলৈ, কবিতাই নিবিচাৰে বৰ্ণবাদ-ভাষা-সংস্কৃতি৷

ন্যায়ৰ দাবীত কবিতা উত্তাল প্ৰতিবাদত, স্বনিয়ন্ত্ৰিত বন্দীয়াৰৰ ৰাজদুৱাৰখন খোলক...

 

জাতি বিভাজন সাম্প্ৰতিক, শেষত কবিও কবিতাৰ নামত৷ কোনে কৰে তেনে খেতি !

কবি নে অকবি ! আফ্টাৰ অল্ ফটোছেছন্‌ ষ্টাৰ্ট৷ কবি পলায়ন, কবিতা নাই আজি৷

 

      ভ্ৰাম্যভাষ : ৭০০২৫৯৪৭৬৮

চ
লেখকৰ পৰিচয়

চুনা কুমাৰ পাঠৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)