৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৪ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
গল্প ২১ নৱেম্বৰ, ২০২৩

আকাশ কুসুম

অংকিতা বৰুৱা টিকটিকীয়া ৰঙা বাছখন আহি নিৰ্দিষ্ট বাছষ্টপটোত ৰৈ গ’ল৷ বাছখনৰ দুৱাৰদলিত ভৰি থৈ দুবাৰমান ইফালে সিফালে চাই অম্লান বাছখনৰ ভিতৰলৈ...

লেখকঃ অংকিতা বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২০ নৱেম্বৰ, ২০২৩

যুদ্ধত ঈশ্বৰ নিহত...

ধ্ৰুৱজ্যোতি দাসখবৰ : যুদ্ধত ঈশ্বৰ নিহত৷ ঈশ্বৰ কোনখিনিত নিহত হৈছে জনা হোৱা নাই; পূবত নে পশ্চিম দিশত সেইকথাও জনা নাযায়৷ কিন্তু ঈশ্বৰ যে নিহ�...

লেখকঃ ধ্ৰুৱজ্যোতি দাস সম্পূৰ্ণ পঢ়ক →
গল্প ২০ নৱেম্বৰ, ২০২৩

ফিছা

পল্লৱী মহন্ত আগকথা : কাহিনীৰ আকাল নাই। ঘৰে পৰে কাহিনী। চকুৰ আগত চৰিত্ৰবোৰে ইগিল-দিগিল কৰিয়েই থাকে। পলকতে সঁচাবোৰ মিছা হৈ চকুত ধৰা দিয়ে...

লেখকঃ পল্লৱী মহন্ত সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৯ নৱেম্বৰ, ২০২৩

মহাবৃত্ত

মৃদুল শৰ্মা(মহাবৃত্ত এখন উপন্যাসহে, মহাকাব্য মহাভাৰতৰ পুনৰ্পঠনৰ যত্ন নহয়৷ মহাভাৰতৰ কেইটামান উল্লেখযোগ্য চৰিত্ৰৰ জৰিয়তে ইয়াত কিছুমান মৌলিক...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১ নৱেম্বৰ, ২০২৩

উইপ্লাশ্ব

নিজৰা ৰাজকুমাৰী The Obsession to be perfect - নিখুঁত হ’বলৈ, চূড়ান্ত দক্ষতা অৰ্জন কৰিবলৈ আপুনি কিমান পৰিশ্ৰম কৰে? পৰিশ্ৰমৰ সলনি আমি...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
গল্প ৩১ অক্টোবৰ, ২০২৩

ভাগ্যৰ অজুহাত

ড০ প্ৰাঞ্জল বেজবৰা আমি বিভিন্ন সময়ত আমাৰ ব্যৰ্থতা ঢাকিবলৈ অজুহাতৰ আশ্ৰয় লওঁ৷ না না অজুহাত দেখুৱাই আমি আমাৰ বিফলতাৰ যুক্তিযুক্ততা প্ৰমাণ...

লেখকঃ ড° প্ৰাঞ্জল বেজবৰা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৩১ অক্টোবৰ, ২০২৩

মালতী মেম

নীলোৎপল বৰুৱা কাহিনী চয়ন নিতান্ত‌ই পৰিচালকৰ দৰ্শননিৰ্ভৰ বিষয়৷ নাটকীকৰণৰ ভৱিতব্য বেমেজালি আৰু বাধাৰ (Drammatization hazard) প্ৰতি লক্ষ্য...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩১ অক্টোবৰ, ২০২৩

প্ৰেৰণা আৰু প্ৰেৰণা

পঙ্কজ প্ৰতিম বৰদলৈ এই লেখাৰ বিষয়বস্তু চিন্তা কৰি থকাৰ সময়তে এখন নতুন চিনেমাৰ বিষয়ে জানিবলৈ পালোঁ! চিন্তা কৰি থকা বিষয়টোৰ লগত চিনেমাখনৰ এক...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ৩০ অক্টোবৰ, ২০২৩

ইতিহাস এষণা : আহোম ৰাজ্যত পাইক প্ৰথাৰ ক্ৰমবিকাশ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া উজনি অসমৰ আহোম ৰাজ্য গঠন আৰু সংবৰ্ধন প্ৰকৃতাৰ্থতেই এক ঐতিহাসিক বিস্ময় বুলিব পাৰি৷ কাৰণ আহোম ৰাজ্যৰ বীজ ৰোপণ হৈছিল...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ অক্টোবৰ, ২০২৩

হাত

ছালমা জামান চকুলোৰে গাৰু তিতি যোৱা ৰাতিবোৰত তোমালোকৰ কথা বৰকৈ মনত পৰে। চকুলোৰ সতে সান্নিধ্য মোৰ নতুন নহয়। ইমানদিনে ৰাতি-ৰাতি উজাগৰে থকাটো...

লেখকঃ ছালমা জামান সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ অক্টোবৰ, ২০২৩

এজন ক্ষণজন্মা অসমীয়াৰ জন্ম শতবৰ্ষ : সশ্ৰদ্ধ স্মৰণ

প্ৰথম অসমীয়া হিচাপে ১৯৭৯ চনৰ জ্ঞানপীঠ পুৰস্কাৰেৰে সম্মানিত হোৱা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে যোৱা ১৪ অক্তোবৰ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ অক্টোবৰ, ২০২৩

একাত্ম

হিল্লোলজ্যোতি সিংহ নদীৰ সিপাৰৰ এগছি চাকিৰ দৰে তুমি ঢিমিক ঢামাককৈ জ্বলি আছা সাঁতুৰি গৈ সিপাৰ পালোঁ দিনৰ পোহৰত তুমি হেৰাই থাকিলা! এক বিজন...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৭ অক্টোবৰ, ২০২৩

বচা বকুল

ৰমানন্দন বৰা(আঠ) আহিন মাহৰ চিকুণ ৰাতিপুৱাটো পৰশুৱে নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে৷ চোতালৰ মুখৰ শেৱালি জোপাৰ তলখন ফুলেৰে বগা হৈ উপচি পৰিছে৷...

লেখকঃ ৰমানন্দন বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ অক্টোবৰ, ২০২৩

অনুবাদ কবিতা

মূল : নিকিতা স্তানেস্কু (ৰোমানিয়া) থমাছ কাৰ্লছনে কৰা ইংৰাজী অনুবাদৰপৰা অসমীয়া অনুবাদ : প্ৰাঞ্জল শৰ্মা কবিতা এযুৰি কান্দি থকা চকু হালি পৰা...

লেখকঃ মূল: নিকিতা স্তানেস্কু (ৰোমানিয়া) সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ অক্টোবৰ, ২০২৩

জীৱন জিন্দাবাদ

বিপুল কুমাৰ দিহিঙীয়া এটা ব্ৰেকিং নিউজৰ পাছত পূৰ্বজৰ শাৰীত আমি মৃতভক্ষ মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ... শব্দৰ...

লেখকঃ বিপুল কুমাৰ দিহিঙীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ অক্টোবৰ, ২০২৩

২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক জন ফছিৰ তিনিটা কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত(১) পৰ্বতটোৱে খামুচি ধৰি আছে তাৰ উশাহটো তেতিয়া তাত আছিল এক গভীৰ নিশ্বাসআৰু তেতিয়া তাতেইথিয় হৈ আছিল পৰ্বতটো আৰুথিয় হৈ...

লেখকঃ মূল : ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক জন ফছি সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৭ অক্টোবৰ, ২০২৩

গগনযান অভিযান

অভিজিত শৰ্মা বৰুৱা যোৱা কিছুদিন ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ ক্ষেত্ৰ�...

লেখকঃ অভিজিত শৰ্মা বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ অক্টোবৰ, ২০২৩

কবিতা

মূল (বাংলা): - ডাঃ চাব্ৰিনা ৰুবিন অনুবাদ : উৎপল দত্ত দেখা হ’বই লাগিব এনেকুৱা কথাতো নাই দেখা নহলেও সূৰ্য উদয় হ’ব অস্ত যাব মেঘৰ পৰা বৰষুণ...

লেখকঃ মূল (বাংলা): ডাঃ চাব্ৰিনা ৰুবিন সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৬ অক্টোবৰ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা * ১৩ *সম্পূৰ্ণ তিনিমাহ বৰফৰ চাদৰে ঢাকি ৰখাৰ পাছত ক্ৰ'ৱেছিয়াত প্ৰাণৰ স্পন্দন দেখা গৈছে। বৰফ ক্ৰমশঃ গলিবলৈ আৰম্ভ কৰিছে...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ অক্টোবৰ, ২০২৩

অন্ন, বস্ত্ৰ, আৰু বাসস্থান

(২) বস্ত্ৰ ড° ভাৰত বৰুৱা বস্ত্ৰ মানুহৰ লজ্জা আৰু শীত নিবাৰণৰ এক মুখ্য আহিলা৷ আদিম যুগত মানুহে জন্তুৰ ছাল বা গছৰ বাকলিৰেই এই প্ৰয়োজন পূৰণ...

লেখকঃ ড° ভাৰত বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ অক্টোবৰ, ২০২৩

কইনা কন্দা শিলৰ পুৰাণ

অংকুৰণ আৰ্ফ পুৰাণ পদ্য - ১ শিলে শিলে সুৰ বুকুভৰা বেদনাৰ ইমান কৰুণ সুৰ প্ৰাচীন এই শিলৰ উপত্যকাত ৰাতি ৰাতি ৰাউচি জুৰি কোনে কান্দে বুৰঞ্জীৰ...

লেখকঃ অংকুৰণ আৰ্ফ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ অক্টোবৰ, ২০২৩

ইলেকট্ৰ’নিক মাধ্যমৰ লগত জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই ইলেকট্ৰ’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰ’নিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি ব্যৱহাৰ...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ অক্টোবৰ, ২০২৩

শেলুৱৈ মালিতা

জ্যোতিনীলিমা গগৈ নিজম ৰাতি ৰে’লখন উকিয়াই গুচি গৈছে স্মৃতি নামৰ সংৰক্ষিত দবাত বোজাই কৰি নিছে পকা পাতবোৰ যাৰ বুকুত এদিন পৃথিৱীৰ কবিতা বুলি...

লেখকঃ জ্যোতিনীলিমা গগৈ সম্পূৰ্ণ পঢ়ক →