সীমাৰ খুঁটি
কেশৱ চাউফাঁচিকাঠত ওলমাই দিয়া শিৰকেইটাৰো জানোজীৱনৰ প্ৰতি লোভ নাছিল?পদূলিৰ পৰা বাট বুলি আইৰ মুখখনি শুৱনি কৰাৰ মন কাৰনো নেথাকেমানুহ হৈ জন্মিলে...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
কেশৱ চাউফাঁচিকাঠত ওলমাই দিয়া শিৰকেইটাৰো জানোজীৱনৰ প্ৰতি লোভ নাছিল?পদূলিৰ পৰা বাট বুলি আইৰ মুখখনি শুৱনি কৰাৰ মন কাৰনো নেথাকেমানুহ হৈ জন্মিলে...
সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই...
অত্ৰেয়ী গোস্বামী মাইকী মানুহৰ গাৰ বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত সেন্দূৰ মিহলোৱা৷ পিছৰ...
দাদুল ভূঞাফ্লেশ্ববে'কত জিলিকি থাকে কথাবোৰ—গাভিনী ৰাতিৰ এন্ধাৰতহেৰাই যায মৈঠুনৰত সংগীতউচপিচনিৰ দগমগ বেলি এটাচকুত সাৰে থাকেসুখৰ নৈত উটি ভাহি...
দাদুল দেৱকৃষ্ণ বৰুৱা(১)নিজৰ গাঁওখন ভাল পায় ষ্টেপানে। ভাল পায় শান্ত সমাহিত পৰিৱেশ। প্ৰাচীনত্বৰ পোছাক পিন্ধা গাঁওখনত জনম ল’বলৈ পাই সুখী...
ৰঘুবংশ : ৪ৰ্থ অধ্যায়মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত সন্ধিয়া যিদৰে অগ্নি উজলি উঠে সূৰ্যৰ তেজেৰে সমৃদ্ধ হৈ।পিতৃপ্ৰদত্�...
অভিজিত শৰ্মা বৰুৱা প্ৰতি বছৰে অক্টোবৰ মাহ আহি পোৱাৰ লগে লগে সেইটো বছৰৰ নোবেল বঁটাৰ প্ৰাপকৰ নাম ঘোষণা কৰা আৰম্ভ হৈ যায়। নোবেল পুৰস্কাৰৰ...
ববিতা কলিতা এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে...
(মানুহৰ পৃথিৱীত একেৰাহে চাৰিদিন- এক দীঘ-প্ৰস্থহীন প্ৰতিবেদন) জীৱন কিশোৰএখন চহৰৰ তিনিজন প্ৰতিৱেশী৷ দেখা-সাক্ষাৎ তেওঁলোকৰ মাজত একেবাৰে নহ’লেও...
নিৰু দত্ত আমাৰ সৰুকালত পঢ়া-শুনাত পাল মাৰিলে আমাক মা-দেউতাই যিজন পুৰুষৰ উদাহৰণ দিছিল একাগ্ৰতাৰে অধ্যয়ন কৰা বুলি, সেইজন প্ৰাতঃস্মৰণীয়...
হেমন্ত গগৈ“শৰীৰং ক্ষণবিদ্ধংসি কল্পান্তস্থায়ীনো গুণাঃ” - শৰীৰৰ ক্ষন্তেকতে বিনাশ ঘটে কিন্তু গুণবোৰ কল্পান্ত পৰ্যন্ত স্থায়ী হয়; গুণবোৰ...
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান ভাৰতবৰ্ষত পেৰামেডিকেল এটা আকৰ্ষণীয় পাঠ্যক্ৰম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ...
অংকিতা বৰুৱা ‘মোৰ কেনভাছত কোন তুমি ?’ তাইৰ কাণত ফুচফুচাই সোধে অনিৰুদ্ধই৷ কোঠাটোৰ চাৰিওকাষে বলয়ৰ দৰে ঘূৰি ঘূৰি এসময়ত দেৱালত ঠেকা খাই পুনৰ...
জুৰি বৰুৱা অসমীয়া উপন্যাসে প্ৰতিনিধিত্ব কৰা প্ৰগতিশীল ধাৰাসমূহৰ ভিতৰত নাৰীবাদী চিন্তা বিশেষভাৱে উল্লেখযোগ্য। কিন্তু অসমীয়া উপন্যাসেও...
কিশোৰ দাস কোঁৱৰ হেমচন্দ্ৰ গোস্বামী অসমীয়া কাব্য সাহিত্যৰ এটি উজ্জ্বল জ্যোতিষ্ক, কেৱল এই বিশেষণটোতেই শেষ নে তেওঁৰ সাহিত্যিক মূল্যায়ন...
দেৱৰাজ মিলিদলনিৰ এটা গৰৈমাছচম্পাৰ চালনিত উঠিলবতৰাটো উজাই আহি গছৰ দৰে গজ্গজীয়া নৌহওঁতেইদুটা আকলুৱা চকুত আহিনৰ আৱাহনঅগা-ডেৱা কৰে এই দুচকু�...
ৰমানন্দন বৰাষোল্ল পাহিতাৰ ভাল হোৱাৰ দিন চমু চাপি আহিছে৷ বেণুৰ চিন্তাও সিমানে বাঢ়ি আহিছে৷ এটা নতুন জীৱন পৃথিৱীলৈ আহোঁতে যি যন্ত্ৰণা সেইটো...
বিনয় মোহন শইকীয়া(২) বিটকইনৰ ইতিহাসবিটকইন মুদ্ৰা বা ইয়াৰ লেনদেন ব্যৱস্থাটোৰ দৰেই ইয়াৰ ইতিহাসো অনন্য। আগতেই উল্লেখ কৰা হৈছে যে বিটকইনৰ...
অজিত চিংনাৰবহু কথা চিন্তা কৰি দুহুইদিয়ে কাইলৈ নিজৰ আপোন ঘৰখনলৈ গুচি যোৱাৰ কথাহে ভাবিছে৷ সি মোমায়েকৰ ঘৰত থকা এবছৰ হ’বলৈ আৰু বেছি দিন নাই৷...
মূল: ৱাল্ট হুইট্মেন (১৮১৯-১৮৯২) অনুবাদ : প্ৰশান্ত মিশ্ৰ (কবি পৰিচয় : এগৰাকী প্ৰসিদ্ধ এমেৰিকান কবি, নিবন্ধকাৰ আৰু সাংবাদিক। মানৱতাবাদী...
ঋষভ নাথ পিয়াহ পুহিম মই এটা হাঁহৰ দৰে আতুৰণি পি পি সি ডাঙৰ হ’লে এদিন ডেউকা মেলি নিব মোক দেৱ-কৃপাহাৰা অহং আৰাৱলীলৈ শিলে শিলে ঠেকা খাই বাঢ়নী...
ধ্ৰুৱকুমাৰ তালুকদাৰ (এক) ।।বিছা।। পাত তুলি থাকোঁতে লছ্মীৰ হাতত উঠিল এটা ৰঙা বিছা পিঠিৰ খৰাহিটো থেকেচি থৈ তাই দৌৰ মাৰিলে লাইনৰ ফালে--- ঠিক...
জীৱন কিশোৰ গোলাপ আমাৰ উভতি আহিব বুলিয়েচোন আমি উকা ফুলনিখনত সিমান দিন ধৰি ধৈৰ্য সহকাৰে ৰৈ আছিলোঁ। তাৰ কথাত গুৰুত্ব নিদিয়া আৰু দায়িত্বৰ প্ৰতি...
অধ্যায় - ৩অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে) চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে অতীন্দ্ৰিয় সকলো...