৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪০১ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৫ / ১৭)
ফিল্টাৰ পৰিষ্কাৰ কৰক
সম্পাদকীয় ৩১ আগষ্ট, ২০২৬

নদীয়ে পথাৰক বলাৎকাৰ কৰে জানো ?

কবি নৱকান্ত বৰুৱাৰ জন্মৰ শততম এই বছৰটোত (২৯ ডিচেম্বৰ ১৯২৬–১৪ জুলাই ২০০২) আমাৰ আশ-পাশৰ ঘটনাৱলীয়ে কবিতাৰ মাজেদি মানুহৰ ভৱিতব্য সম্পৰ্কে তেওঁৰ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ আগষ্ট, ২০২৬

মুখস্থ বিদ্যাৰ বন্ধনৰ পৰা উদ্ভাৱনী চেতনালৈ

মৃগাংক জ্যোতি বৰুৱা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে তেওঁৰ বহুপঠিত গ্ৰন্থ Wings of Fire-ত উল্লেখ কৰা এফাঁকি কবিতাই আজিও...

লেখকঃ মৃগাংক জ্যোতি বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ আগষ্ট, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ, দশম অধ্যায়দুটা কলিজাৰ ঢুক্-ঢুক্ এক/ কোমল টোকৰটো বাঢ়ি গৈ গৈ… তাৰিখটো মই লিখি ৰাখিছিলোঁ, পোন্ধৰ আগষ্ট, দুহেজাৰ...

লেখকঃ ৰত্নোত্তমা দাস বিক্ৰম সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ আগষ্ট, ২০২৬

মৃত্যু-আকাংক্ষা

সূতপুত্ৰ ৰাধেয় কস্তুৰী কাঁচি জোনবোৰৰ মেলা বহিছে এটেকামাৰ ডাৱৰহীন ৰাতিত শিলৰ পৰা জঁপিয়াইছে ইকেৰাছে উৰিবলৈ গঢ়ি মমৰ পাখি হাৰ্বাৰ্ট আৰু হেনৰী...

লেখকঃ সূতপুত্ৰ ৰাধেয় সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ আগষ্ট, ২০২৬

নাথিং কেন ষ্টপ য়ু

ময়ূৰী কাকতি হাৰুকি মুৰাকামিৰ ভূমিকম্পৰ পৰা দেশ উদ্ধাৰ কৰিবলৈ অহা বেঙটোৰ দৰেই মাজে মাজে সপোন একোটা আহি মোৰ নিস্তেজ হ’বলৈ গৈ থকা প্ৰচণ্ড...

লেখকঃ ময়ূৰী কাকতি সম্পূৰ্ণ পঢ়ক →
শিশু সাহিত্য ৩০ আগষ্ট, ২০২৬

অকণিৰ লেখা

মোৰ গৰম বন্ধ এইবাৰ মই প্ৰথমে স্কুলৰ প্ৰজেক্টবোৰ কৰি ল’লোঁ৷ তাৰ পাছত অৰুণাচল প্ৰদেশৰ পাচিঘাটলৈ ফুৰিবলৈ গ’লোঁ৷ ঘৰলৈ আহি কেনভাছ আৰু বেগত পানী...

লেখকঃ আৰাধ্যা শুভলক্ষ্মী সম্পূৰ্ণ পঢ়ক →
শিশু সাহিত্য ৩০ আগষ্ট, ২০২৬

আঘাতৰ সিটো পাৰে : শাৰীৰিক খেল আৰু প্ৰত্যাহ্বানপূৰ্ণ খেলৰ প্ৰয়োজনীয়তা

ড° ইন্দ্ৰানীৰেখা শইকীয়া দৃশ‍্য এক : এটা শিশুৱে পূৰ্ণ গতিত দৌৰি আছে, আন এটাই তাক ধৰিবলৈ চেষ্টা কৰিছে, কোনোবা এজন আনজনৰ ওপৰত পৰি গৈছে, আৰু...

লেখকঃ ড° ইন্দ্ৰানীৰেখা শইকীয়া সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৩০ আগষ্ট, ২০২৬

ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক)নাট্যকাৰ – ড০ জ্যোতি প্ৰসাদ শইকীয়া দ্বাদশ দৃশ্য [মঞ্চ মুকলি হোৱাৰ লগে লগে লীয়ে ইফালৰ পৰা সিফাললৈ অহা-যোৱা কৰি থাকে৷ (music)...

লেখকঃ ড° জ্যোতিপ্ৰসাদ শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ আগষ্ট, ২০২৬

অভিপ্ৰায়

মূল : চিচিলিয়া মেইৰেলেছ, ব্ৰাজিলঅনুবাদ : ড°ৰঞ্জিত দত্তমই গীত গাওঁ কাৰণমুহূৰ্তবোৰৰ অস্থিত্ব আছে আৰু পূৰ্ণতা লাভ কৰিছে মোৰ জীৱনে।মই সুখীও নহয়...

লেখকঃ অনুবাদ :ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ আগষ্ট, ২০২৬

গণিতৰ লোকাচিয়ান অধ্যাপক

ড০ প্ৰিয় দেৱ গোস্বামী পৃথিৱীৰ অনেক বিশ্ববিদ্যালয়ে বিভিন্ন বিষয়ত উচ্চ পৰ্যায়ৰ গৱেষণাৰ তথা জ্ঞান প্ৰসাৰৰ বাবে বিশেষ কিছুমান আসন প্ৰতিষ্ঠা...

লেখকঃ ড০ প্ৰিয় দেৱ গোস্বামী সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ আগষ্ট, ২০২৬

তৌৰ্যত্ৰিক

প্ৰিয়ানুজ কলিতা ফন ডেৰ কাচেৰ্নে, ফ’ৰ ডেম গ্ৰোচেন ট’ৰ, ষ্টাণ্ড এইন লাণ্টেৰ্নে, উণ্ড ষ্টেট চি নোখ ডাভ’ৰ, চো ওলেন ৱিৰ উন্স ডা ৱিডেৰ্চেহ’ন...

লেখকঃ প্ৰিয়ানুজ কলিতা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ আগষ্ট, ২০২৬

অসমৰ লিডুৰ পৰা মহাচীনৰ কুনমিঙলৈ– ‘ষ্টিলৱেল ৰ’ড’ৰ ৰোমাঞ্চকৰ কাহিনী :

অমৃত গোস্বামী মোৰ বন্ধু, প্ৰখ্যাত চিত্ৰশিল্পী শ্ৰী চম্পক বৰবৰা ডাঙৰীয়াই সিদিনা কথা প্ৰসঙ্গত মোক জুৰী বৰা বৰগোহাঞি ডাঙৰীয়ানীৰ বহু-সমাদৃ�...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ আগষ্ট, ২০২৬

অপৰাজেয় অৰ্জুন ভোগেশ্বৰ বৰুৱা : সততা আৰু সাধনাৰে সুন্দৰ এক প্ৰেৰণাময় ব্যক্তিত্ব

অংকুৰণ আৰ্ফ জয়সাগৰ পুখুৰীৰ পাৰৰ জোনাক নামতিৰ পৰা শিৱসাগৰ নগৰলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ বাট৷ বাইকেৰে যাওঁ৷ মাজতে পাই যাওঁ জেৰেঙা; ঐতিহাসিক...

লেখকঃ অংকুৰণ আৰ্ফ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ আগষ্ট, ২০২৬

তুমিহীনতা

ধন দাসকি এক অদ্ভুত নিচাএই যে তুমিহীনতা সৰল ৰেখা এডাল হ'ব নোৱাৰে পথ সময়ক কটাই থাকিব নোৱাৰি এনেয়েঠিক তেতিয়াই তুমি পথৰুৱা মালিতা এটা হৈ মোলৈ...

লেখকঃ ধন দাস সম্পূৰ্ণ পঢ়ক →
শিশু সাহিত্য ২৬ আগষ্ট, ২০২৬

ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আইআইই), গুৱাহাটী: প্ৰশিক্ষণ আৰু কেৰিয়াৰ গঢ়াৰ সুযোগ

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান সময়ত কেৰিয়াৰ গঢ়াৰ সুযোগ কেৱল চৰকাৰী বা ব্যক্তিগত চাকৰিৰ মাজতে সীমাবদ্ধ নহয়৷ দক্ষতা, সৃষ্টিশীলতা...

লেখকঃ ড°বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ আগষ্ট, ২০২৬

বনে-বিৰিখে

মধুমিতা মহন কিছু দিনৰ আগেয়ে কাণ বাগৰি অহা গানবোৰ আমাৰ চোতাল জুৰি বিৰবিৰাই আছিলেহি চাবলৈ ভাল আছিল উঠা নমা কৰি থকা বৃষ্টিৰে পৰিপূৰ্ণ জলছবি...

লেখকঃ মধুমিতা মহন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ আগষ্ট, ২০২৬

জীৱন-সংগীত

ড০ ৰাস্না ৰাজখোৱা বিশ্বাস কৰা নে নকৰাঁ নাজানো আতঁৰি যোৱাৰ কথা নাছিল আকাংক্ষা আৰু উৎকণ্ঠাই হাতত ধৰি লাহে লাহে লৈ গৈছিল নিলগলৈ... নিলগলৈ......

লেখকঃ ড০ ৰাস্না ৰাজখোৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ আগষ্ট, ২০২৬

ভালপোৱা অথবা পথাৰ বিষয়ক

মানস প্ৰতিম দত্ত শালি খেতিৰ বন-বাত নিৰাই জোনটোৱে খণ্টিখন ক’ত বা গুজিছে বিন্ধাই ভাঙি ছিঙি শেষ কৰিব পাৰেনে ভোকৰ ভাত মোৱা মাছৰ চিতিপনি...

লেখকঃ মানস প্ৰতিম দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ আগষ্ট, ২০২৬

সাহসী এজন

হৰেকৃষ্ণ ডেকা তেওঁলোকে কয় মেৰুৰ ঘূৰ্ণীবতাহ প্ৰৱল হৈ পৰিছে। কিছু অশান্ত বতাহ তাৰ পৰা ওলাই আহিছে। বতাহজাক গৃহহীন আৰু ক্ৰুদ্ধ আৰু সিহঁতৰ খং...

লেখকঃ হৰেকৃষ্ণ ডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ আগষ্ট, ২০২৬

অতিক্ৰমণ

প্ৰজ্ঞান প্ৰতিম শৰ্মা সূৰ্য্যস্নাতা দুখন নৈৰ দোমোজাৰ আন্ধাৰত থিয় হওঁ৷ মোৰ চকুৰ মণি ছেদ কৰি পাৰ হৈ যায় নীড়মুখী বগলীৰ জাক৷ লাহে লাহে খোজ লওঁ...

লেখকঃ প্ৰজ্ঞান প্ৰতিম শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ আগষ্ট, ২০২৬

এজাক পোহৰ গিলা কীট

হেমচন্দ্ৰ কছাৰী অণ্ডকোষত মাইক্ৰ’প্লাষ্টিকৰ ভৰ শূন্য এটাৰ কিৰিলিত নিদ্ৰা সৰিছে সপোন ভাগিছে নিদ্ৰাহীনতা মানেই কেৱল তগৰ-জবা অথবা ইচাট-বিচাট...

লেখকঃ হেমচন্দ্ৰ কছাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ আগষ্ট, ২০২৬

কথা

মাধুৰী সন্দিকৈ জুই-পানী নিষেধত নেটৱৰ্ক বগাই অহা কথা মনে মনে থাকিব পৰা বুধিয়কৰ নানান অসুবিধাৰ সুবিধাজনক কথা কামুৰিবলৈ অহা বৰল মানেই...

লেখকঃ মাধুৰী সন্দিকৈ সম্পূৰ্ণ পঢ়ক →