ভ্ৰমৰংগ
সঞ্জীৱ সভাপণ্ডিত এই লেখাটোৰ নামটো শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ লোভকণ মই সামৰিব নোৱাৰিলোঁ; কাৰণ...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
সঞ্জীৱ সভাপণ্ডিত এই লেখাটোৰ নামটো শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ লোভকণ মই সামৰিব নোৱাৰিলোঁ; কাৰণ...
নৱনীতা ভট্টাচাৰ্য্যদ্বিতীয় খণ্ড অসম সাহিত্য সভাৰ প্ৰথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো যোৱা খণ্ডত দিয়া কথা ৰাখি আজি...
ড০ পোনা মহন্ত আজি ১৭ ছেপ্টেম্বৰ৷ বিশ্বকৰ্মা পূজা৷ কল-কাৰখানাৰ শ্ৰমিকসকল আৰু বিভিন্ন যন্ত্ৰ-পাতিৰ সহায়ত কাম কৰি জীৱিকা উলিওৱা লোকসকল এতিয়া...
শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰ বছৰবোৰতো অসমৰ জাতীয় জীৱন অনেকটা বিষয়ক কেন্দ্ৰ...
পঙ্কজ প্ৰতিম বৰদলৈ ১৯১৯ চনৰ ২৮ জুনত স্বাক্ষৰিত হোৱা ভাৰ্চাই চুক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰথম মহাসমৰৰ অন্ত পেলায়। সেই একে বৰ্ষৰে জুলাই মাহ�...
ইংৰাজী অনুবাদ : জাৰ্মিলা আৰু ইয়ান মিলনা (Jarmila and Ian Milner)অসমীয়া অনুবাদ : এপ’লো খাটনিয়াৰ ১) ৰাশিফল বিয়লি... সমাধি... আৰু শাণি�...
লোপামুদ্ৰা ভট্টাচাৰ্য ‘‘মা, তুমি butterfly effect মানে কি জানা নে?’’ মৃদুৱে মূৰ জোকাৰিলে৷ শঙ্কুৰ যে পঢ়াৰ পৰা উঠিবলৈ হৈছে তাই গম পাইছে৷...
পৰিস্মিতা বৰদলৈ বাহিৰত মুষলধাৰে বৰষুণ নামিছে৷ ঝৰঝৰ! ঝৰঝৰ! আধাখোলা খিৰিকীৰে উৰিব লাগিছে ৰেচমী পৰ্দাখন৷ পৰ্দাখনৰ ৰংটো কুহুমবুলীয়া৷ খিৰিকীখনৰ...
নৱজিৎ চেলেং দুশাৰী দীঘলীয়া পাতাবাহাৰৰ মাজেৰে মণিমালাই দীঘলকৈ দূৰলৈ চালে। মণিমালাৰ দৃষ্টি পদূলি সাৰি মূল ৰাস্তাৰ পৰাও কিছু আগুৱাই গ’ল...
ড° অমৃত গোস্বামী বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰৰ দুয়োজন মূৰব্বীৰ মনোভাৱ এনেকুৱা যেন তেখেতসকলেহে সকলো জানে, বাকীসকলে ভবা বা কোৱা...
দিগন্ত নিবিড়মেটেকাৰ মাজৰ পৰা চুচুক-চামাককৈ ওলাই অহা ডাউকহালৰ দৰেই এদিন আমি ওলাই আহিছিলোঁ ভালপোৱাৰ বাটটোৱেদিকোনোবাই দেখিব কোনোবাই জোকাব...
মৃদুল শৰ্মা (ক)আৰু মই তেতিয়া শুবলৈ লৈছিলোঁযেতিয়াভৱিষ্যত আছিল জৰাগ্ৰস্তএটা একাঙ্গী নিৰল জুপুৰীতাতে মাটি লেপি সপোনৰ ৰং সানিকোলাহলেৰে ভৰুণ কৰি...
মূল : জীবনানন্দ দাশ (বাংলা)অনুবাদ : নিৰোদ গোহাঁই কবিতা বুলিলে যদি কোনো এখন দেশৰ এটা বা অৰ্ধশতকৰ কাব্যক বুজায় তেনেহ’লে কবিতা সম্বন্ধে প্ৰায়...
ড° ভাৰত বৰুৱা ক’ভিড অতিমাৰিৰ বাবে সমগ্ৰ বিশ্বৰেই কাৰখানাসমূহত কৰ্মীৰ অভাৱে দেখা দিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক ইতিহাসত ইয়াক “দ্যা...
সত্যজিৎ গগৈ অসম এখন কৃষিপ্ৰধান ৰাজ্য। ইয়াৰ জলবায়ু খেতিৰ বাবে বৰ উপযোগী। অসমত কেৱল যে ধান বা চাহ খেতিয়েই কৰা হয়, এনে নহয়। ধান বা চাহৰ উপৰি...
ৰিপুঞ্জয় বৰুৱা ঋমন ঔ-ৰা মাত দিবচোন মোকেই ক’লে? হয় আপোনাকেই। খঅৰ (খৱৰ) কেনে? ৰবৰৰ দৰে টানিলে দীঘল এৰিলে চুটি। নলগা জেঙাত লাগি লাগি...
অনসূয়া বৰঠাকুৰ বাৰিষাৰ দিনৰ ভৰ দুপৰীয়া হাতত লৈ ছাতি, পথাৰ চাবলৈ ওলাল দুয়ো, ককা আৰু নাতি। বন্ধৰ দিনত নাতি আহিছে গুৱাহাটীৰ পৰা, ককাকে ভাবিলে...
(কল্প বিজ্ঞান ভিত্তিক গল্প) ৰঞ্জু শৰ্মা পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় ১৫০০ কিলোমিটাৰ ওপৰত ওপঙি থকা স্পে’চ ষ্টেশ্বন এটাৰ হিউমেন ৰেছিডেঞ্চিয়েল...
সুশান্ত বৰা মোৰ উশাহৰ বাট সাৰিপুচি নিকা কৰাটো জটিলতৰ হৈ উঠে আহিনীয়া চুলিটাৰিৰ বাবে, চুলি সামৰা ইমান সহজ হৈ নুঠে যেতিয়া তেওঁৰ খাৰুৰ খেয়ালে...
অনুবাদ : দীপজ্যোতি বৰা (১) অন্তিম উচ্চতা কিমান স্পষ্ট হ’লহেঁতেন আগবাঢ়ি যোৱাৰ অৰ্থ যদিহে দশোদিশ আমাৰ চৌপাশে নহয় আমাৰ সমুখতে থাকিলহেঁতেন...
দাদুল দেৱকৃষ্ণ বৰুৱা ডাক পুৰুষে তাহানিতে কৈ গৈছে— “কটাৰী চিকুণ গুৱা। টোপনি চিকুণ পুৱা।। ব্যঞ্জন চিকুণ হালধি। কুটনে চিকুণ খাৰধি।।” এৰা...
মিনাৰা হুছেইন “ঝক্ ঝক্ ঝক্... উ উ উ... ঝক্ ঝক্ ঝক্ উ উ উ....” গানটো চিঞৰি চিঞৰি গাই মোৰ সন্মুখৰে তাই পাৰ হৈ গ’ল। অলপ দৌৰে, আকৌ বহে, আকৌ...
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত বিমান সেৱিকা বা এয়াৰ হোষ্টেজ এটা আকৰ্ষণীয় চাকৰি৷ বিমান সেৱিকাসকলে উৰাজাহাজত যাত্ৰীসকলৰ সুবিধাৰ বাবে সকলো...
তৃপ্তি বৰা : কাহিনীটো আৰম্ভ হৈছিল এযুৰি চকুৰ পৰা। জলেৰে পৰিপূৰ্ণ অথচ তৰংগহীন সুগভীৰ নাদৰ দৰে এযুৰি চকু। নৈৰ বুকুৱেদি নাও বাই গৈ থকা...