নেপ্থেলিন
অনুভৱ তুলসী নেপ্থেলিনৰ গুটিবোৰ গ্লুক’মা ৰঙৰ কিতাপৰ কাষে কাষে থৈ দিছিলোঁ কণা হওক ছিলভাৰ ফিছৰ চকু নহ’লে যে কিতাপো কেচেমা-কেচেম গোন্ধায় জয়াল...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
অনুভৱ তুলসী নেপ্থেলিনৰ গুটিবোৰ গ্লুক’মা ৰঙৰ কিতাপৰ কাষে কাষে থৈ দিছিলোঁ কণা হওক ছিলভাৰ ফিছৰ চকু নহ’লে যে কিতাপো কেচেমা-কেচেম গোন্ধায় জয়াল...
বিনয় মোহন শইকীয়া (১) বিটকইনৰ পৰিচয় অতি কম সময়ৰ ব্যৱধানত আমূল পৰিৱৰ্তন হোৱা যিকোনো ব্যৱস্থাৰ বিষয়ে ক’বলৈ হ’লে সাম্প্ৰতিক সময়ৰ যোগাযোগ...
খনিন্দ্ৰ ভূষণ মহন্ত চেপা যন্ত্ৰণাৰ ৰু-ৰুৱনি এটাক চকুলোৰে ধাৰণ কৰি শিকলি পিন্ধি শুই আছে সোণালী চৰাই ধূমায়িত চহৰখন অস্থিৰ কৰি দেৱালত সৌৱা...
ধীমান বৰ্মন দুটা শাৰীৰ মাজৰ শূন্যতাক পঢ়িবলৈ নিশিকিলোঁ আমি মূঢ়মতি নাজানো ভকতি আমি কি মূঢ়মতি? সঁচাই নাজানো ভকতি? আমি পঢ়িলোঁ ক'লা আৰু বগা...
কুশল দত্ত চিত্ৰকৰে তুলিকা বুলাই যায় গোলকটোত চীন থাইলেণ্ড জাপান কোৰিআ নীলা ঘননীলা বেঙুনীয়া কমলা ইটালী ব্ৰাজিল ভাৰত ৰাছিয়া ঘননীলা গেৰুৱা...
ৰমানন্দন বৰাপোন্ধৰ হো-হো শব্দ কৰি নৈৰ পানী বৈ আছে৷ বাৰীখনৰ গছ-লতা, পাতত পানীৰ সোঁতৰ শেষ নোহোৱা শব্দটো শুনি শুনি আমনি লাগিছে৷ তথাপি একো কৰিব...
উৰ্মি জুলী শইকীয়া মইতো বেগটোৰ ভিতৰত সুমুৱাই থৈছোঁ মোক তুমি যে দেখিছা হাঁহিটো, ওহোঁ ! সেয়া মোৰ নহয় মই মোৰ হাঁহিটো ভৰাই থৈছোঁ মোৰ বেগত এই...
মূল (ফৰাচী): ঝাক প্ৰেভেৰ (১৯০০-১৯৭৭) ইংৰাজী অনুবাদ: ইউজীন লেভিছঅসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ (কবি পৰিচয়ঃ এজন প্ৰখ্যাত ফৰাচী কবি আৰু...
শিল্পকলা শিতানত এইবাৰ আগ বঢ়াইছোঁকাবেৰী কাশ্যপ বৰাৰ কেইখনমান আলোকচিত্ৰ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT...
সঞ্জীৱ সভাপণ্ডিত নাজিৰাৰ অৱনী বৰঠাকুৰ, সমগ্ৰ অসমৰ বাঁওপন্থী চিন্তাধাৰাৰ লগত জড়িত সকলোৰে বাবে এটা পৰিচিত নাম৷ এটা শনিবাৰে (২০-০৮-২০২২)...
অংকন: ভৃয়ান্ত দাস, আৰ্টভিলা ভৱানীপুৰ অংকন: হিয়াস্মীতা মেধি,আৰ্টভিলা ভৱানীপুৰ, প্ৰথমা বৰ্ষঅংকন: অংকীয় প্ৰতিম দাস, আৰ্টভিলা ভৱানীপুৰ অংকন:...
মদাৰজ্যোতিবতাহৰ পকনীয়াইকি কি উৰুৱাই নিলেতাকে চালোঁ চৌপাশেকোমল শয্যাৰ বাবেধূনি থোৱা তুলাবোৰপৰুৱাবোৰে কঢ়িয়াই নিয়া ঘৰচিৰিকাৰ পাখিক'তো একো...
দিগন্ত শইকীয়া চহৰৰ ওপৰেৰে ধুমুহা গছবোৰ! গৰ্ভলৈ প্ৰসাৰিত শিপাৰ ঠেঙুলি ঢাপ চোতাল সৰাপাতৰ সাগৰ সকলো সৰাপাত পশুৱেও নাখায় অলক্ষিতে ধূলিধূলিৰ পৰা...
আপুনি আপোনাৰ কৰ্মক্ষেত্ৰৰ পকীঘৰটোৰ চুকবোৰত তামোলৰ পিক পেলায়নে?আপুনি আপোনাৰ কাষৰ উচ্চ শিক্ষানুষ্ঠানৰ কোঠাবোৰৰ চুকত, তাৰ প্ৰস্ৰাৱাগাৰৰ...
অধ্যায় ৩ অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত ৰঘুৰ অগ্নিপৰীক্ষা কিছুদিন গ’ল- ইক্ষ্বাকুকুলৰ উত্তৰাধিকাৰে সুদক্ষিণাৰ গৰ্ভত ল’লে থিত। সখীসকলে...
ড০ স্মৃতিমালা শৰ্মা আকৌ সেই গোন্ধটোৱে মোক মতলীয়া কৰিছে। মই কেইবাটাও উজাগৰী ৰাতি পাৰ কৰিছোঁ। দিনে-ৰাতিয়ে গোন্ধটোৱে মোক মোহাচ্ছন্ন কৰি...
ড° বিৰিঞ্চি কুমাৰ দাস আলি স্মিথ হৈছে সাম্প্ৰতিক কালৰ ইংৰাজী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, যাৰ এতিয়ালৈকে প্ৰকাশিত বাৰখন উপন্যাসৰ...
পঙ্কজ প্ৰতিম বৰদলৈ কৰ’না মহামাৰীৰ ব্যাপক প্ৰভাৱে সমাজৰ সৰ্বস্তৰৰ লোককে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আক্ৰান্ত কৰিছে। মহামাৰীৰ এই ব্যাপকতালৈ চাই...
ড° পোনা মহন্তটিৰাপ সীমান্ত দেখিলোঁ মোৰ ওপজা ঠাই চলিহা বাৰেঘৰ সত্ৰ আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অধিবাসী নক্তে জনগোষ্ঠীয় লোকসকলৰ...
ড° মৃদুল চন্দ্ৰ শৰ্মা অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলে সমগ্ৰ পৃথিৱীৰ ৰেচম মানচিত্ৰত এক সুকীয়া তথা অনন্য স্থান লাভ কৰি আহিছে। ব্যৱসায়িকৰূপত পালন...
ড° ভাৰত বৰুৱা আমাৰ শৰীৰৰ পৰা নিক্ষেপিত হোৱা বিষাণু বা ভাইৰাছক আমি আজিৰ যুগত “এৰ’ছ’লাইজড্ ভাইৰাছ” বুলি কওঁ। এই এৰ’ছ’লাইজড্ ভাইৰাছ মূলতে এক...
ড° বুলজিৎ বুঢ়াগোহাঁই বনাঞ্চল পৰিচালনা (Forest Management) এটা আকৰ্ষণীয় কেৰিয়াৰ। ‘বনাঞ্চল পৰিচালনা’ত বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰি। এজন...
মূল: সুধা মূৰ্তিঅনুবাদ: স্ৰোতস্বিনী তামুলীতৃতীয় খণ্ড নুনিয়ে গাড়ীৰ পৰা নামিয়েই দেখিলে আজ্জী সকলোকে চাহ দিয়াত ব্যস্ত হৈ আছিল। তাই আইতাকৰ...
অত্ৰেয়ী গোস্বামী বন্ধ হৈ গৈছে সৃষ্টিৰ সকলো কপাট কঁৰাল মৰা তেজ গোটা এটা হৈ নিজৰ ৰাজকীয়তা প্ৰদৰ্শনত ব্যস্ত শ্বেতকণা, অন্ধকাৰ গহ্বৰ ভেদি...