৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪০১ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৮ / ১৭)
ফিল্টাৰ পৰিষ্কাৰ কৰক
গল্প ১ জুলাই, ২০২৬

জ্যোতিপ্ৰসাদ শইকীয়াৰ গল্প : সমাজতাত্ত্বিক আৰু মনস্তাত্ত্বিক পাঠ

ড॰ অসীম চুতীয়া যোৰহাট জগন্নাথ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়া সমসাময়িক অসমীয়া চুটিগল্পৰ এগৰাকী শক্তিশালী গল্পকাৰ৷...

লেখকঃ ড॰ অসীম চুতীয়া সম্পূৰ্ণ পঢ়ক →
শিশুজগত ১ জুলাই, ২০২৬

ৰিণি আৰু আইতাৰ সাধু

নৱনীতা ভট্টাচাৰ্য্যবয়স বাঢ়ি অহাৰ লগে লগে মানুহ পৰিপক্ক হৈ উঠে৷ অৱশ্যে ইয়াৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ আটাইতকৈ গুৰুত্বপূৰ্ণ৷ সেইবাবে শিশুক এনে...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ জুন, ২০২৬

জী-লজী

নীলোৎপল বৰুৱালুলু...লুলু.. লুলু ঔ.. ঔ..লুলু.. স্বৰ আৰু ব্যঞ্জনৰ মাজত ওপঙি ওপঙি জয়ৰাম বৰাৰ ‘ল’ কেইটা আত্মাৰ পৰা ওলাই আহিছে৷ তেনেই আলসুৱা...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জুন, ২০২৬

দিনলিপি

কাব্যশ্ৰী বৰুৱা জকাইচুকীয়া দুপৰীয়া পকা মাটিচপৰাৰ ধাৰাল জিভা খোজেপতি ফালে ভৰি আবেলি এটা নষ্ট কৰি মানুহবোৰে খেদি খেদি শেষ কৰে দিন এটি৷ ...

লেখকঃ কাব্যশ্ৰী বৰুৱা সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩০ জুন, ২০২৬

ঐতিহ্যৰ স্বগৃহলৈ প্ৰত্যাৱৰ্তন

পঙ্কজ প্ৰতিম বৰদলৈ আপুনি যেতিয়া নিউয়ৰ্কৰ মেট সংগ্ৰহালয়ৰ এটা সুৰক্ষিত আইনাৰ বাকচত কেইবাশ বছৰ পুৰণি দক্ষিণ ভাৰতৰ চোল সাম্ৰাজ্যৰ যুগৰ...

লেখকঃ পংকজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ জুন, ২০২৬

Open-ended toys: শিশুৰ বিকাশ আৰু কল্পনাশক্তিৰ অনুঘটক

ড° ইন্দ্ৰানীৰেখা শইকীয়া(বি:দ্ৰ: উপযুক্ত শুৱলা প্ৰতিশব্দৰ অভাৱত open ended toys শব্দলানিকে ব্যৱহাৰ কৰা হ’ল) বিভিন্ন ইলেক্ট্ৰ’নিক গেজেট, লাইট...

লেখকঃ ড° ইন্দ্ৰানীৰেখা শইকীয়া সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ৩০ জুন, ২০২৬

স্বচ্ছতা-অস্বচ্ছতা : কিছুমান পুৰণি চিন্তা

একবিংশ শতিকাৰ পোন্ধৰটা বছৰ অতিক্ৰম কৰাৰ পাছত আমাৰ দেশৰ প্ৰধান মন্ত্ৰীজনে হঠাৎ উপলব্ধি কৰিছিল যে দেশখনৰ মানুহখিনি চাফ-চিকুণকৈ থাকিব লাগে৷...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৩০ জুন, ২০২৬

ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক)ড০ জ্যোতি প্ৰসাদ শইকীয়াদশম দৃশ্য (মঞ্চত সুৰজিৎ আৰু পলী৷ পৰিচালকে পৰিৱেশ নিৰ্মাণ কৰি ল’ব।) সুৰজিৎ – তুমি এতিয়াও কথাবোৰ বুজি...

লেখকঃ ড° জ্যোতিপ্ৰসাদ শইকীয়া সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৯ জুন, ২০২৬

দুখে কেওড়া

মূল : ৰামকুমাৰ মুখোপাধ্যায় অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰীপঞ্চম খণ্ডশ্ৰম পুংলিঙ্গ৷ ১ তপস্যা, তপশ্চৰণ৷ “দিবং যদি প্ৰাৰ্থয়সে...

লেখকঃ কুমুদ ঘোষ, সত্যেন চৌধুৰী সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২৯ জুন, ২০২৬

নোবোলো তোক সোণৰ অসম…

পুলিন কলিতা বহুপ্ৰচলিত আৰু খুবেই জনপ্ৰিয় অভিধা ‘সোণৰ অসম’ ধাৰণাৰ প্ৰতিপক্ষে বীণ ব’ৰাগী কবি পাৰ্বতিপ্ৰসাদে তাহানিতে লিখিছিল এটি গীত —...

লেখকঃ পুলিন কলিতা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২৬

কবিতা

প্ৰাণজিৎ মহন্ত সকলোৱে ভালপায় ক’ৰবাত নহয় ক’ৰবাত নিজকে হেৰুৱাবলৈ কিন্তু হেৰুৱাওঁতে নিজকে এনেকৈ হেৰুৱালে ভাল যেনেকৈ অৰণ্যখনৰ মাজত চৰাইবোৰে...

লেখকঃ প্ৰাণজিৎমহন্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ জুন, ২০২৬

পৰিস্মিতা বৰদলৈ ইজ ন’ ম’ৰ

পৰিস্মিতা বৰদলৈ পুৱা আগেয়ে চৰাইৰ মাতত সাৰ পোৱা মানুহটোৰ আজিকালি টোপনি ভাগে মূৰৰ শিতানৰ ম’বাইলৰ এলাৰ্মত৷ আগেয়ে সাৰ পায়েই বিছনাৰ ওপৰতে...

লেখকঃ পৰিস্মিতা বৰদলৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২৬

লতা এডাল হৈ এন্ধাৰত বগুৱা বাই

অৰুণ গগৈ নিয়ন লাইটৰ পোহৰত চকমকাই থকা চহৰখনে কোনেও নেদেখাকৈ কঢ়িয়াই ফুৰে বিষণ্ণতা বেলিয়ে বিদায় পৰত দি যোৱা এন্ধাৰৰ চাদৰ পিন্ধি মৌন...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২৬

শূন্যতা

অৰ্চনা ঠাকুৰীয়া নয়নতৰা মোৰ বৰ মৰমৰ আছিল৷ ভাবিছিলোঁ তেওঁ যেতিয়া মৰিব ময়ো মৰিম৷ আজি তেওঁৰ মৃত্যু হোৱাৰ পোন্ধৰদিন হ'ল ...আৰু মই মাছে- মঙহে...

লেখকঃ অৰ্চনা ঠাকুৰীয়া সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জুন, ২০২৬

তুমি তেনেহ’লে এজন লেখক হ’বলৈ বিচাৰা

মূল: চাৰ্লছ বুকোওস্কিভাবানুবাদ: যশোৱন্ত নিপুণ যদি এইটো তোমাৰ অন্তৰৰ পৰা উদ্গীৰণ নহয় সকলো বাধা সত্বেও, এইটো নকৰিবা৷ তুমি নিবিচৰাকৈয়ে এইটো...

লেখকঃ অনুবাদ: যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২৬

পৃথিৱীৰ শেষৰ গছ জোপা

উৎপল বৰকটকী আমি অপেক্ষাত আছোঁ পৃথিৱীৰ শেষ জোপা গছ কটালৈ নিহত গছবোৰৰ শুকান পাতেৰে দলিচা পাৰি মাতিছোঁ অনাগত সময়ক দিনৰ পোহৰ নাঙঠ কৰি জীৰ্ণ...

লেখকঃ উৎপল বৰকটকী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জুন, ২০২৬

চহৰখনত তোমাক বিচাৰিছোঁ

মূল : ৰাডনা ফেবিয়াছ (কুৰাচাও/নেদাৰলেণ্ড)অনুবাদ : ড° ৰঞ্জিত দত্তপ্ৰথমে তোমাৰ শৰীৰটোচহৰখনত বিচাৰিলোঁঅৱশ্যে মই বিচাৰি পোৱা নাইকিন্তু মই...

লেখকঃ অনুবাদ :ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ জুন, ২০২৬

‘কড়ি খেলাৰ সাধু’ত ‘মাদৰ ইণ্ডিয়া’

অমৃত গোস্বামী মই যিটো প্ৰতিষ্ঠানত সুদীৰ্ঘ কালৰ বাবে কৰ্মৰত আছিলো সেই একেটা প্ৰতিষ্ঠানতে ভাৰতীয় ষ্টেট বেংকৰ এসময়ৰ জ্যেষ্ঠ বিষয়া, শ্ৰীযু�...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৮ জুন, ২০২৬

ভাৰতত ক্ৰিকেট আম্পায়াৰ কেনেকৈ হ’ব পাৰি ?

ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰতত ক্ৰিকেট কেৱল এটা খেল নহয়, ই হৈছে এক আৱেগ, যিয়ে সমগ্ৰ দেশৰ লাখ লাখ মানুহক একত্ৰিত কৰি ৰাখে৷ দেশৰ অসংখ্য...

লেখকঃ ড°বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ জুন, ২০২৬

লা দঁছ্যুজ

প্ৰিয়ানুজ কলিতা চিগাৰৰ ধোঁৱাখিনি প্ৰথমে চশমাখনৰ বাওঁফালৰ কাঁচত জমা হৈছিল৷ সেউজীয়া লেম্পশ্বেডৰ পোহৰত ধোঁৱাবোৰ পানীত ভাঁহি থকা শেলাইৰ দৰে...

লেখকঃ প্ৰিয়ানুজ কলিতা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ জুন, ২০২৬

সাক্ষী

মূল : অয়ন তালধী (বাংলা) অনুবাদ : পাপু মজুমদাৰ এজন চিত্ৰশিল্পী গোটেই জীৱন মানুহৰ ছবি আঁকিছে৷ চকু আঁকিছে, ওঁঠ আঁকিছে, হাতৰ শিৰাও৷ মৃত্যুৰ...

লেখকঃ অনুবাদ : পাপু মজুমদাৰ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ জুন, ২০২৬

আনন্দ

মূল : সুভাষ মুখোপাধ্যায় (বাংলা) অনুবাদ : নয়ন মণি মিশ্ৰ ৰাস্তাৰ সৰু সৰু গাঁতত জমা আছিল আমাৰ চকুলো৷ অলপো থিয় নোহোৱাকৈ তাৰ ওপৰেদি জপিয়াই...

লেখকঃ অনুবাদ : নয়ন মণি মিশ্ৰ সম্পূৰ্ণ পঢ়ক →