৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বৰ্ষাবাস (ছনেট)

লেখকঃ প্ৰয়াগ শইকীয়া • প্ৰকাশিতঃ ২৬ এপ্ৰিল, ২০২১
১ মিনিট পঠন • ৩৬১৪ বাৰ পঢ়া হৈছে
প্ৰয়াগ শইকীয়া
 
বৰ্ষাৰ সময়ত বুদ্ধৰ বৰ্ষাবাস
সুৰক্ষিত থাকক সেউজী সৃষ্টি
পদদলিত নকৰোঁ আবাস
য’ত পৰিছেহি  জীৱনৰ বৃষ্টি।
প্ৰজ্ঞাৰ ৰ’দে গঢ়ে স্থিতিৰ তীৰ্থ
ভ্ৰমণৰ পৰা  ভিক্ষু  বিৰত
বৰ্ষাৰ প্ৰজ্ঞাৰে বুদ্ধৰ সতীৰ্থ
সৃষ্টি শিপাৰ ঋদ্ধিত সৌৰভিত।
বৰ্ষাৰণ্যত অনুভূত বুদ্ধ
বৰ্ষাবাসত জীৱনৰ প্ৰাৰ্থনা
গতি আৰু স্থিতিৰ মাজত সিদ্ধ
জীৱনক কৰে প্ৰেমে বৰ্ণনা।
বৰ্ষাৰ কবিতাত জীৱনৰ প্ৰকাশ
বৰ্ষাবাসত পাওঁ বুদ্ধৰ আকাশ।
প
লেখকৰ পৰিচয়

প্ৰয়াগ শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)