৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জখলা

লেখকঃ গুণ মৰাণ • প্ৰকাশিতঃ ২২ অক্টোবৰ, ২০২৫
১ মিনিট পঠন • ৪০৮১ বাৰ পঢ়া হৈছে

 গুণ মৰাণ

 

দেখি আছোঁ

দেখি আছোঁ

 

জখলা তুমি দয়ালু

 

নিজৰ কান্ধ পাতি

আনক তুলি আছা

ওপৰলৈ

 

 নামাতোঁ

 নামাতোঁ

 সাক্ষী হৈ চাই আছোঁ নিলগত ৰৈ

 

চুকতে খাই  বুকুতে ভৰি থৈ তেৰাসৱ যাবগৈ

যিদিনা উঁয়ে খাই তোমাকো ফোপোলা কৰি পেলাব

পৰি থকা ঠাইৰ পৰা ময়ো

কথা দিছোঁ, কথা দিছোঁ

সিদিনা নেদেখাৰ ছলেৰে আঁতৰি থাকিম

তোমাৰ ওৰণিৰ মান ৰাখিবলৈ 


দেই

 ***

ফোন : ৯৬৭৮৫ ৭২২৬৭

ইমেইল : gunagelakey85@gmail.com

 

 

 

গ
লেখকৰ পৰিচয়

গুণ মৰাণ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)