৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এখন নৈৰ মৃত্যুত

লেখকঃ উদয় শইকীয়া • প্ৰকাশিতঃ ২৯ ছেপ্টেম্বৰ, ২০২৫
১ মিনিট পঠন • ২৮৩৬ বাৰ পঢ়া হৈছে

উদয় শইকীয়া

এখন নৈৰ মৃত্যুত

এক জলচৰ প্ৰাণীৰ বেদনা,

এখন নৈৰ মৃত্যুত

এজাক পৰিভ্ৰমী চৰাইৰ বেদনা।

এখন নৈৰ মৃত্যুত

প্ৰকৃতিৰ বিধ্বংসী ভয়াৱহতা,

এখন নৈৰ মৃত্যুত

মানৱ সভ্যতাৰ দ্ৰুত স্খলন।

নৈয়ে জানো জানে! নৈৰ মৃত্যুৰ কথা

পলসে কবৰ দিয়া দুটি পাৰ!!

***

ইমেইল- udaysaikia384@gmail.com

ভ্ৰাম্যভাষ- ৮৮২২৮৯১৪৯৬

উ
লেখকৰ পৰিচয়

উদয় শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)