৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এপাত শৰ আৰু এটা গান translation-poem-march-2025

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৩ ফেব্ৰুৱাৰী, ২০২৫
১ মিনিট পঠন • ১৫০১ বাৰ পঢ়া হৈছে

 মূল : Henry Wadsworth Longfellow

কবিতা: The Arrow and the Song

অসমীয়া ভাবানুবাদ : দীপাঞ্জলি দেৱী

    

শূণ্যতে মই এপাত শৰ এৰিলোঁ

তীব্ৰ বেগত সি উৰি গ'ল

মই তলকিবই নোৱাৰিলো

শৰপাতে ভেদিলে  ক'ত ... 

 

প্ৰাণ ঢালি 

এটি গীত জুৰিলোঁ

বতাহতে ভাঁহি গ'ল

নাজানিলোঁ চুই গ'ল যদি

কাৰোবাৰ  কোমল অন্তৰ

 

বহুদিনৰ পাছত

শৰপাত বিচাৰি পালোঁ

অক্ষত ৰূপত 

এজোপা গছত

 

আৰু গীতটো

আছিল

এজন বন্ধুৰ হৃদয়ত 

ছন্দায়িত হৈ

অবিকল ৰূপত ... 

...

ঠিকনা:

দীপাঞ্জলি দেৱী

সহকাৰী অধ্যাপক

অসমীয়া বিভাগ

আমগুৰি মহাবিদ্যালয়

ভ্ৰাম্যভাষ : ৯৮৬৪২৩১৫৯২

 

 

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)