৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কুসুমিত কলাজ

লেখকঃ খনীন্দ্ৰ কুমাৰ মহন্ত • প্ৰকাশিতঃ ৩১ অক্টোবৰ, ২০২০
২ মিনিট পঠন • ২১২২ বাৰ পঢ়া হৈছে
খনিন্দ্ৰ ভূষণ মহন্ত
(১)
ছোঁ হৈ দুলি আছিলোঁ পথাৰত
 
বতাহৰ বেগেৰে কোনে আহি ক'লেঃ
জীৱনৰ গণিতে সৰল অঙ্কৰ উপপাদ্য নামানে
 
বনৰীয়া ফুলবোৰ শুই থকা শিশুৰ একোখন মুখ 
 
(২)
বুকুৰ বলুকাত এপাহ বকুল 
 
ছায়া-ছবিৰ তুলিকাত উঠি আহিছে
এখনি জীৰ্ণপ্ৰায় এজাৰফুলীয়া হাত
 
স্মৃতিকাতৰতা কবিৰ পুৰণি অসুখ
 
(৩)
ক্ৰন্দনৰতা আকাশ আজি নিঃসংগ
 
শিলচেঁচা শূন্যতা এখিনি বতাহত এৰি
মুক্তি মঙ্গল ভটিমা আওৰাইছে ফেঁচাই 
 
হেৰাই যোৱাৰ বাটটো ইমান সুলভ কিয়!
 

ভ্ৰাম্যভাষ নং : ৯১০১৯৮৬১৪০
শ্ৰব্য ৰূপ
খ
লেখকৰ পৰিচয়

খনীন্দ্ৰ কুমাৰ মহন্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)