৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পঢ়ুৱৈৰ মতামত

লেখকঃ নিৰ্বাচিত মতামত • প্ৰকাশিতঃ ২ ছেপ্টেম্বৰ, ২০২০
১ মিনিট পঠন • ২৫৭৯ বাৰ পঢ়া হৈছে

’অন্যযুগ’-ৰ আগষ্ট সংখ্যাত সঞ্জীৱ সভাপণ্ডিতদেৱৰ লিখাটিৰ সৈতে আমি আৰু এটি কথা যোগ দিব খুজোঁ  যে বৰ্তমান অসমৰ নতুন প্ৰজন্মই কম দিনতে ধনী হোৱাৰ বাবে চেষ্টা নকৰি পৰিশ্ৰম কৰি উন্নতি কৰিবলৈ চেষ্টা কৰিব লাগে। নিজকে নিবনুৱা বুলি গণ্য নকৰি হকে-বিহকে আন্দোলনৰ পন্থা নলৈ সময়বোৰ উৎপাদনমুখী কামত ব্যৱহাৰ কৰি নিজৰ লগতে দেশৰ, জাতিৰ, উন্নয়নৰ চিন্তা কৰিব লাগে।

দিগন্ত বৰবৰা
তেলগৰম, ডাক: কানাইঘাট
গোলাঘাট, অসম
পিন: ৭৮৫৬৯৯


ন
লেখকৰ পৰিচয়

নিৰ্বাচিত মতামত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)