৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ

লেখকঃ উৎপলবৰকটকী • প্ৰকাশিতঃ ৩০ এপ্ৰিল, ২০২৬
২ মিনিট পঠন • ৪০৯৭ বাৰ পঢ়া হৈছে

 উৎপল বৰকটকী


অনেক যুক্তিৰ থকাৰ পাছতো ইয়াত যুক্তিৰ স্থান নাছিল

গাঁও নে চহৰ

দেশে দেশে ধোঁৱা 

অব্যৱস্থা

ধুঁৱলি-কুঁৱলী মানুহৰ চকুবোৰত হেৰাইছে

গাঁও চহৰ দেশ

সম্ভৱতঃ

মানুহবোৰে নতুন কিবা যুক্তি উলিয়াইছে

য’ত যুক্তিৰ স্থান নাই

য’ত নিয়ম নাই

য’ত দেখা পোৱা নাযায় অনুশাসনৰ সমান্তৰাল ৰেখা

সম্ভৱতঃ

শক্তিয়েই যুক্তি হৈছে

শক্তিয়েই নিয়ম

শক্তিতে ব্যৱস্থা, অনুশাসন

ইয়াত কোনো তৰ্কৰ স্থান নাছিল

শাক-পাচলি কটাৰ দৰে কটা গৈছে মানুহ

আৰু

অস্থিৰতাই গিলি আছে মানুহবোৰৰ বিবেক

ক্ৰমশঃ

অযুক্তিবোৰ প্ৰাত্যহিক হৈ পৰিছে

আৰু মানুহবোৰে মানি লৈ ইয়াক স্বাভাৱিক বুলি

সূৰ্যোদয়ে পোহৰ কৰা পৃথিৱীৰ মুখত

এতিয়া দৈন্য 

যুক্তিৰ

নিয়ম

আৰু অনুশাসনৰ 

কি কওঁ ইয়াক — গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ

 ***

( মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অযুক্তিকৰ, অনৈতিক দমন আৰু আধিপত্যবাদৰ ৰক্ষণশীল চিন্তৰ মানৱীয় যুক্তিৰ পৰিপন্থী অসমানতাৰ বিৰুদ্ধে )

উ
লেখকৰ পৰিচয়

উৎপলবৰকটকী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)