৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
প
অন্যযুগ লেখক

প্ৰশান্ত মিশ্ৰ

অন্যযুগ ডিজিটেল আলোচনীৰ বিশিষ্ট লেখক আৰু সাহিত্যিক।

মুঠ প্ৰকাশিত লেখাঃ ১৭ টা

প্ৰশান্ত মিশ্ৰৰ প্ৰকাশিত লেখাসমূহ

কবিতা ২০ December, ২০২৫

পল এলুৱাৰ্দৰ কবিতা

অনুবাদ : প্ৰশান্ত মিশ্ৰ[কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী...

কবিতা ২২ November, ২০২৫

হেৰোৱা আঙুঠি

প্ৰশান্ত মিশ্ৰ গভীৰ এন্ধাৰে আবৰি ধৰা চাহ গছজোপাৰ তলতেই হীৰাৰ দৰে জিলিকি‌ আছিল তাইৰ হেৰোৱা আঙুঠিটো আঙুঠিটো...

কবিতা ১২ August, ২০২৫

মানৱ গ্ৰহাণুবোৰ

প্ৰশান্ত মিশ্ৰমানৱ গ্ৰহাণুবোৰে এদিন আমাক গিলি থ'ব।কাৰ বাবে আকাশ মুকলি আছিল আছিল মেঘৰ দ্যুতিপথাৰৰ পৰা ঘূৰি...

কবিতা ২১ May, ২০২৪

দুটা কবিতা

প্ৰশান্ত মিশ্ৰ১. শত্ৰু-মিত্ৰ পণ্ডিতৰ সভাত মূৰ্খৰ কাম শত্ৰুতা শত্ৰু- মিত্ৰনো কোনকোনেও নাজানে মনুষ্য জীৱন�...

অনুবাদ ২৫ February, ২০২৪

পুৱাৰ জলপান

মূল (ফৰাচী) : ঝাক প্ৰেভে'ৰ (Jackoes Prevert) অনুবাদ : প্ৰশান্ত মিশ্ৰ (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী...

প্ৰবন্ধ ১৪ December, ২০২৩

আধুনিক প্ৰযুক্তি আৰু আমি

প্ৰশান্ত মিশ্ৰ আধুনিক প্ৰযুক্তিৰ দৌৰাত্ম্যই পুৰাতন মানৱীয় প্ৰমূল্যক প্ৰভাৱান্বিত কৰিছে নেকি? আমি অচিনাকি...

প্ৰবন্ধ ১০ October, ২০২৩

সৃষ্টি নে স্ৰষ্টা : এটা অমীমাংসিত প্ৰশ্ন আৰু সৃষ্টিৰ ধাৰাবাহিকতা

প্ৰশান্ত মিশ্ৰ ৰাতিপুৱা শুই উঠি বাথৰূমত গা ধুবলৈ সোমাই গীজাৰৰ চুইচ্ছ দিওঁতে আমাৰ মনলৈ নাহে, আনকি তাৰ পাছতো...

শিশুজগত ২৮ December, ২০২২

জীৱনৰ ভৰশূন্যতাৰ বেদনা : ননী বৰপূজাৰীৰ শিল্পকৰ্মৰ মাজত আনন্দৰ সন্ধান

প্ৰশান্ত মিশ্ৰ জীৱনৰ ভৰশূন্যতাৰ অসহনীয় বেদনাৰ অন্ধকাৰৰ মাজত হয়তো কলাই আমাৰ বাবে কঢ়িয়াই আনে আনন্দৰ এচেৰেঙা...

কবিতা ২৪ November, ২০২২

নাৰীমুখ

প্ৰশান্ত মিশ্ৰতুমি দেখিছানিদাঘ ৰ’দত পোৰা মুখ।তুমি দেখিছাবৰষুণৰ টোপাল চুলিৰ মাজেৰে সৰকি পৰা মুখ।তুমি...

কবিতা ২২ February, ২০২২

সভ্যতা

প্ৰশান্ত মিশ্ৰ আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিলআমি তলসৰা বিচাৰি...

সংস্কৃতি ২৪ January, ২০২২

জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)প্ৰশান্ত মিশ্ৰ(৬) আজীৱন লোক-সংস্কৃতিৰ পূজাৰীজন শশী শমাৰ্দেৱ মূলতঃ...

গল্প ২৯ November, ২০২১

জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)প্ৰশান্ত মিশ্ৰপ্ৰস্তাৱনা যোৱা শতিকাৰ নৱম দশকৰ আগভাগৰ কথা৷ অসম...

কবিতা ২১ September, ২০২১

চাৰি প্ৰহৰৰ মালিতা

প্ৰশান্ত মিশ্ৰ বেলি চোৱা বেলিকা চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল জাৰ লাগিছিল চকুত লানিকৈ ৰোৱা সেউজীয়াৰ মাজ�...

কবিতা ১৭ July, ২০২১

বেলিকথা

প্ৰশান্ত মিশ্ৰ উৰণীয়া বেলিৰ কথা শুনিছিলোঁ। কৈছিল এগৰাকী আইতাই। বেলিটো উৰি আহি পৃথিৱীৰ মুখলৈ চাই আকৌ পিঠি দি...

কবিতা ৩১ May, ২০২১

সৌৰভ কুমাৰ চলিহা

প্ৰশান্ত মিশ্ৰ"সৌৰভ চলিহা ঢুকাল হয়তো। কিন্তু এই সত্যটো মোৰ বাবে অৱান্তৰ"- সৌৰভ কুমাৰ চলিহা।তুমি কেতিয়াও ভবা...

কবিতা ৩১ March, ২০২১

উৎসৱৰ পাছত

প্ৰশান্ত মিশ্ৰ জানো, তুমি ভাবাসদায় হৈ ৰ’ব গগন নিৰ্মলশুভ্ৰ স্বচ্ছ জলধিমলয়াৰ ৰিব্ ৰিব্ বাত কঁপি থাকিবতোমাৰ...